ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ২
  • জুলাই ৪-১০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ৪-১০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ২

জুলাই ৪-১০

২ চমূৱেল ১৮-১৯

  • গীত ১৩৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “বৰ্জিল্লৰ নিচিনা মৰ্য্যাদাত থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২চমূ ১৯:২৪-৩০—মফীবোচতৰ উদাহৰণৰপৰা আমি কেনেকৈ সাহস লাভ কৰিব পাৰোঁ? (w২০.০৪ ৩০ ¶১৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২চমূ ১৯:৩১-৪৩ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: দান কৰা ধন্য—পাঁচ ২০:৩৫ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক।a সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১)

  • ভাষণ: (৫ মি.) w২১.০৮ ২৩-২৫ ¶১৫-১৯—বিষয়: যদি আপুনি বেছিকৈ সেৱা কৰিব পৰা নাই, তেন্তে কি কি লক্ষ্য ৰাখিব পাৰে? (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮১

  • “নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—অগ্ৰগামী সেৱা”: (১৫ মি.) আলোচনা। সাহসী হওক . . . অগ্ৰগামী সেৱক হিচাপে নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী ভাগ ৫, কাহিনী ৭৭

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১১৯ আৰু প্ৰাৰ্থনা

a ১৬ পৃষ্ঠাত দিয়া লেখটো পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক