ডিচেম্বৰ ১৯-২৫
২ ৰাজাৱলি ১৮-১৯
গীত ১৪৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“আমাৰ সাহস নাইকিয়া কৰাৰ বিৰোধীসকলৰ কৌশল”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
২ৰাজা ১৯:৩৭—বাইবেলৰ ওপৰত বিশ্বাস কৰিবলৈ আমি কেৱল অনুসন্ধানকাৰীৰ ওপৰত নিৰ্ভৰ হোৱা উচিত নহয়। এই পদটো কেনেকৈ ইয়াৰ এটা উদাহৰণ হয়? (it-১-E ১৫৫ ¶৪)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ২ৰাজা ১৮:১-১২ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। আমি বাইবেল অধ্যয়নো কৰাওঁ আৰু ইয়াৰ বাবে কোনো টকা-পইচা নলওঁ বুলি তেওঁক কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ২)
ভাষণ: (৫ মি.) w২০.১১ ১৫ ¶১৪—বিষয়: তাড়নাৰ সন্মুখীন হোৱা ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰক (শিক্ষা অধ্যায় ১৪)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“তাড়নাৰ সত্ত্বেও আনন্দিত থাকক”: (৮ মি.) আলোচনা। আমি আনন্দত থাকিব পাৰোঁ . . . তাড়নাৰ সত্ত্বেও নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৭ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ১০৯
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৬৪ আৰু প্ৰাৰ্থনা