ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ১০
  • ফেব্ৰুৱাৰী ৬-১২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ৬-১২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ১০

ফেব্ৰুৱাৰী ৬-১২

১ বংশাৱলি ১০-১২

  • গীত ৯৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “যিহোৱাৰ উদ্দেশ্য পূৰ কৰাৰ ইচ্ছা বঢ়াওক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১বং ১২:৩৩—জবূলূনৰ ফৈদৰ ৫০,০০০ পুৰুষ কেনেকৈ এক ভাল উদাহৰণ আছিল? (it-১-E ১০৫৮ ¶৫-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১বং ১১:২৬-৪৭ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১২)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। তাৰ পাছত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু তাৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ৬)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৯ পৰিচয় আৰু ভাগ ১-৩ (শিক্ষা অধ্যায় ১৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৯৭

  • “ঈশ্বৰৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক”: (১০ মি.) আলোচনা আৰু ভিডিঅʼ।

  • “স্মৰণীয় দিনৰ মাহবোৰৰ বাবে কিছুমান লক্ষ্য ৰাখক”: (৫ মি.) আলোচনা।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০১

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৯৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক