ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ৯
  • সমস্যাৰ সময়ত যিহোৱাই আমাক সহায় কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সমস্যাৰ সময়ত যিহোৱাই আমাক সহায় কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মনত ৰাখক ‘যিহোৱা জীৱন্ত ঈশ্বৰ’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • আমি কেতিয়াও অকলশৰীয়া নহওঁ!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাই ধৈৰ্য্য ধৰিবলৈ আমাক কেনেকৈ সহায় কৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • সমস্যাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ৯
মা-দেউতাই নিজৰ দুজন সন্তানৰ লগত মিলি ভিডিঅʼ কনফ্ৰেন্চিঙৰ যোগেদি মণ্ডলীৰ ভাই-ভনীসকলৰ লগত সংগতি কৰি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সমস্যাৰ সময়ত যিহোৱাই আমাক সহায় কৰে

এই শেষ-কালত আমি বহুত ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। কেতিয়াবা কেতিয়াবা আমি এনে সমস্যাৰ সন্মুখীন হওঁ, যাৰ বাবে আমি ভাবিব পাৰোঁ যে ‘আমি আৰু সহ্য কৰিব নোৱাৰোঁ।’ কিন্তু আমি যদি যিহোৱাৰ কাষ চাপি থাকোঁ, তেনেহʼলে আমি এই সমস্যাবোৰৰ ভালদৰে সন্মুখীন হʼব পাৰিম আৰু সেই সমস্যাবোৰৰো সন্মুখীন হʼব পাৰোঁ, যাৰ বাবে আমি একেবাৰে ভাঙি পৰোঁ। (যিচ ৪৩:২, ৪) কিন্তু সমস্যাৰ সময়ত আমি কেনেকৈ যিহোৱাৰ কাষ চাপিব পাৰোঁ?

প্ৰাৰ্থনা: যেতিয়া আমি যিহোৱাক নিজৰ মনৰ সকলো কথা কওঁ, তেতিয়া তেওঁ আমাক মনৰ শান্তি দিয়ে আৰু সমস্যাৰ সন্মুখীন হʼবলৈ সাহসো দিয়ে।—ফিলি ৪:৬, ৭; ১থিচ ৫:১৭.

সভাবোৰ: এই সময়ছোৱাত আমি আগতকৈ বেছি সভালৈ যোৱোটো অতি প্ৰয়োজন। কাৰণ সভাৰ যোগেদি যিহোৱাই আমাক শিকায় আৰু ভাই-ভনীসকলৰ লগত সংগতি কৰিবলৈ সুযোগ দিয়ে। (ইব্ৰী ১০:২৪, ২৫) যেতিয়া আমি সভাৰ বাবে প্ৰস্তুতি কৰোঁ, তালৈ যাওঁ আৰু তাত ভাগ লওঁ, তেতিয়া আমি যিহোৱাৰ পবিত্ৰ আত্মাৰ সহায় লোৱাৰ দৰে হয়।—প্ৰকা ২:২৯.

প্ৰচাৰ সেৱা: প্ৰচাৰত আমি সম্পূৰ্ণৰূপে ভাগ লʼবলৈ চেষ্টা কৰিলে, আমি ভাল কথাবোৰলৈ ধ্যান দিব পাৰিম। ইয়াৰ উপৰিও যিহোৱা আৰু ভাই-ভনীৰ লগত আমাৰ সম্পৰ্ক ভাল হৈ থাকিব।—১কৰি ৩:৫-১০.

যিহোৱাই আপোনাক আপোন কৰি লʼব ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • সমস্যাৰ মাজেদি পাৰ হোৱাৰ সময়ত মলুৱে কেনেকৈ যিহোৱাৰ কাষত থাকিব পাৰিলে?

  • মলুৱে অনুভৱ কৰাৰ দৰে আমি গীতমালা ৩৪:১৮ পদৰ পৰা শান্ত্বনা আৰু সাহস কেনেকৈ পাব পাৰোঁ?

  • মলুৰ অনুভৱৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই সমস্যাৰ সময়ছোৱাত আমাক “এনে শক্তি দিয়ে যি সাধাৰণ মানুহৰ শক্তিতকৈ বহুগুণে বেছি?”—২কৰি ৪:৭, NW.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক