ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ৭
  • ‘তোমাৰ হৃদয়ক ৰক্ষা কৰা’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘তোমাৰ হৃদয়ক ৰক্ষা কৰা’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ শাখা প্ৰতিনিধিৰ লগত চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ৭

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘তোমাৰ হৃদয়ক ৰক্ষা কৰা’

যিহোৱাই চলোমনক এই কথাষাৰ লিখিবলৈ উৎসাহিত কৰিলে: “সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা।” (হিতো ৪:২৩) কিন্তু দুখৰ বিষয়ে যে ঈশ্বৰৰ লোকসকল অৰ্থাৎ ইস্ৰায়েলীসকলে “সকলো হৃদয়েৰে” তেওঁ দেখুৱা পথত যাবলৈ এৰি দিলে। (২বং ৬:১৪) আনকি ৰজা চলোমনেও সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ উপাসনা কৰা নাছিল। তেওঁ নিজৰ আন জাতিৰ পত্নীসকলৰ কথা শুনি মিছা দেৱী-দেৱতাৰ উপাসনা কৰিবলৈ ধৰিলে। (১ৰাজা ১১:৪) আপুনি নিজৰ হৃদয়ক কেনেকৈ ৰক্ষা কৰিব পাৰে? জানুৱাৰী ২০১৯ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) ১৪-১৯ পৃষ্ঠাত ইয়াৰ বিষয়ে এখন অধ্যয়ন লেখ আহিছিল।

প্ৰহৰীদুৰ্গৰ পৰা পোৱা শিক্ষা—নিজৰ হৃদয়ক ৰক্ষা কৰক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

তলত উল্লেখ কৰা ভাই-ভনীসকলৰ বিশ্বাস কি কথাৰ বাবে দুৰ্বল হʼলহেঁতেন? তেওঁলোকে এই লেখত কোৱা কথাৰ পৰা কেনেকৈ নিজৰ হৃদয় ৰক্ষা কৰিলে?

  • “প্ৰহৰীদুৰ্গৰ পৰা পোৱা শিক্ষা—নিজৰ হৃদয়ক কেনেকৈ ৰক্ষা কৰিব পাৰি?” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। ব্ৰেন্ট আৰু লʼৰেনে নিজৰ অনুভৱ কৈ আছে।

    ব্ৰেন্ট আৰু লʼৰেন

  • “প্ৰহৰীদুৰ্গৰ পৰা পোৱা শিক্ষা—নিজৰ হৃদয়ক কেনেকৈ ৰক্ষা কৰিব পাৰি?” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। উমজেই ঘৰখন কিনিবলৈ এটা বিজ্ঞাপন চাই আছে।

    উমজে

  • “প্ৰহৰীদুৰ্গৰ পৰা পোৱা শিক্ষা—নিজৰ হৃদয়ক কেনেকৈ ৰক্ষা কৰিব পাৰি?” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। হেপ্পী লেইউৱে নিজৰ অনুভৱ কৈ আছে।

    হেপ্পী লেইউ

এই অধ্যয়ন লেখৰ পৰা আপুনি কেনেকৈ সহায় পালে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক