ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ১০
  • জুন ৫-১১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ৫-১১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ১০

জুন ৫-১১

২ বংশাৱলি ৩০-৩১

  • গীত ৮৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “একগোট হʼলে আমাৰ লাভ হয়”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২বং ৩০:২০—যিহোৱাই যিদৰে হিষ্কিয়াৰ প্ৰাৰ্থনা কাণ পাতি শুনিছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (w১৮.০৯-HI ৬ ¶১৪-১৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২বং ৩১:১১-২১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ২০)

  • পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক আৰু পাঠ ০১-ৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৮)

  • ভাষণ: (৫ মি.) w১৯.০১-HI ১১-১৩ ¶১৩-১৮—বিষয়: সভাবোৰত উত্তৰ দিয়াৰ যোগেদি যিহোৱাৰ প্ৰশংসা কৰক। (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৪

  • যিহোৱাৰ বন্ধু হোৱা—উত্তৰ দিবলৈ তৈয়াৰী কৰা: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কিছুমান সৰু লʼৰা-ছোৱালীক সোধক: তুমি সভাবোৰত উত্তৰ দিবলৈ কেনেকৈ তৈয়াৰী কৰিব পাৰা? সভাত উত্তৰ দিবলৈ সুযোগ নাপালেও আমি কিয় আনন্দিত হৈ থাকিব পাৰোঁ?

  • সংগঠনে লাভ কৰা সফলতা: (১০ মি.) জুন মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ১৬

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ২০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক