ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ২
  • “কাৰ্য্য চলিবলৈ দিয়া”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “কাৰ্য্য চলিবলৈ দিয়া”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • আপোনাৰ মনত আছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • যিহোৱাৰ সেৱাৰ বাবে নিজকে দি দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • প্ৰতিটো বিষয়তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • নিজৰ ভাই-ভনীসকলক কেতিয়াও নেৰিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“কাৰ্য্য চলিবলৈ দিয়া”

মন্দিৰ পুনৰ নিৰ্মাণ কাম নিষেধ কৰা হৈছিল, তথাপি মহাপুৰোহিত যেচূৱা (যিহোচূৱা) আৰু ৰাজ্যপাল জৰুব্বাবিলে এই কাম আৰম্ভ কৰিলে (ইজ্ৰা ৫:১, ২; w২২.০৩ ১৭ ¶১৩)

যেতিয়া বিৰোধীসকলে যিহূদীসকলক সুধিলে যে এই কাম কৰিবলৈ কোনে অনুমতি দিছে, তেতিয়া তেওঁলোকে কোৰচ ৰজাই কৰা ঘোষণাৰ বিষয়ে কʼলে (ইজ্ৰা ৫:৩, ১৭; w৮৬-E ২/১ ২৯, box ¶২-৩)

ৰজাই চালি-জাৰি চাই দেখিলে যে যিহূদীসকলৰ কথা সঁচা হয়। সেইবাবে, তেওঁ বিৰোধীসকলক যিহূদীসকলৰ কামত বাধা দিয়াৰ পৰিৱৰ্তে সহায় কৰিবলৈ আদেশ দিলে (ইজ্ৰা ৬:৭, ৮; w২২.০৩ ১৫ ¶৭)

এজনী ভনীয়ে JW ব্ৰডকাষ্টিং চাই আছে আৰু চিন্তা কৰি আছে যে যিহোচূৱা আৰু জৰুব্বাবিলে যিহূদীসকলক মন্দিৰ নিৰ্মাণ কৰাৰ বিষয়ে কেনেকৈ নিৰ্দেশনা দিছিল।

ধ্যানৰ বাবে প্ৰশ্ন: এই ঘটনাৰ পৰা কেনেকৈ জানিব পাৰি যে আমি নেতৃত্ব লোৱা ভাইসকলৰ সেই নিৰ্দেশনাবোৰ পালন কৰা উচিত, যিবোৰ আমি হয়তো ভালদৰে বুজি নাপাওঁ বা আমাক আচৰিত যেন লাগে?—w২২.০৩ ১৯ ¶১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক