ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 নৱেম্বৰ পৃষ্ঠা ৫
  • নিজৰ ভাই-ভনীসকলক কেতিয়াও নেৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ ভাই-ভনীসকলক কেতিয়াও নেৰিব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাৰ ওপৰত আশা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ইয়োব কোন আছিল?
    বাইবেলৰ পৰা শিকোঁ আহা
  • আপোনাৰ মনত আছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 নৱেম্বৰ পৃষ্ঠা ৫

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

নিজৰ ভাই-ভনীসকলক কেতিয়াও নেৰিব

ইয়োবৰ সম্বন্ধীয় লোকসকলে তেওঁৰ লগত সকলো সম্পৰ্ক নাইকিয়া কৰিলে (ইয়ো ১৯:১৩)

সৰু সৰু লʼৰা-ছোৱালী আৰু ইয়োবৰ দাসবিলাকে তেওঁক সন্মান কৰিবলৈ এৰি দিলে (ইয়ো ১৯:১৬, ১৮)

ইয়োবৰ ঘনিষ্ঠ বন্ধুসকলেও তেওঁৰ বিৰুদ্ধে হʼল (ইয়ো ১৯:১৯)

এহাল দম্পতীয়ে এনে এজনী ভনীক সহায় কৰিছে, যি সমস্যাৰ মাজেদি পাৰ হৈ আছে। পত্নীয়ে ভনীৰ কথা মন দি শুনি আছে আৰু তাইক সহানুভুতি দেখুৱাইছে। তাইৰ স্বামীয়ে ভনীৰ পাকঘৰৰ চিংক ভাল কৰি আছে।

নিজকে সোধক, ‘ভাই-ভনীসকলৰ মাজত কোনোবাই সমস্যাৰ মাজেদি পাৰ হোৱাৰ সময়তো মই কেনেকৈ তেওঁলোকক প্ৰেম দেখুৱাব পাৰোঁ?’—হিতো ১৭:১৭; w২২.০১ ১৬ ¶৯; w২১.০৯ ৩০ ¶১৬; W৯১-HI ৫/১ ১৪-১৫ ¶২০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক