ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ১২
  • যিহোৱাৰ বাবে তেওঁলোকে বহুতো ত্যাগ কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ বাবে তেওঁলোকে বহুতো ত্যাগ কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাৰ বিশ্বাসী সেৱকে নিজৰ প্ৰতিজ্ঞা পূৰ কৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • নহিমিয়াই সেৱা কৰোৱাৰ পৰিৱৰ্তে সেৱা কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মা-দেউতাই ভাল উদাহৰণ নাৰাখিলেও আপুনি যিহোৱাৰ সেৱা কৰিব পাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ১২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ বাবে তেওঁলোকে বহুতো ত্যাগ কৰিলে

যিৰূচালেমত থাকিবলৈ কিছুমান পৰিয়ালক নিজৰ ঘৰ আৰু মাটি-বাৰী এৰি আহিবলৈ কোৱা হৈছিল (নহি ১১:১; w৯৮-HI ১০/১৫ ২২ ¶১৩)

যিবোৰ পৰিয়ালে এইদৰে কৰিলে, তেওঁলোকক আন ইস্ৰায়েলীসকলে প্ৰশংসা কৰিলে আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিলে (নহি ১১:২; w৮৬-HI ৩/১ ২৮)

আমি যি ত্যাগ কৰোঁ, যিহোৱাই তাতকৈ বহুগুণে বেছি আমাক আশীৰ্বাদ দিয়ে (মলা ৩:১০; w১৬.০৪-HI ৮ ¶১৫)

এহাল দম্পতীয়ে নিজৰ বস্তুবোৰ বেগ আৰু কিছুমান বক্সত ভৰাই আছে। ২. এতিয়া তেওঁলোকে আন এখন দেশত সেৱা কৰি আছে আৰু এজনী তিৰোতাক শুভবাৰ্তা প্ৰচাৰ কৰি আছে।

নিজকে সোধক: ‘যিহোৱাৰ সেৱা কৰিবলৈ মই যি ত্যাগ কৰিলোঁ, তাৰ বাবে মই কি কি আশীৰ্বাদ পাইছোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক