ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ১২
  • আগষ্ট ২১-২৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট ২১-২৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ১২

আগষ্ট ২১-২৭

নহিমিয়া ১০-১১

  • গীত ৩৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “যিহোৱাৰ বাবে তেওঁলোকে বহুতো ত্যাগ কৰিলে”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • নহি ১০:৩৪—লোকসকলক খৰি বুটলিবলৈ কিয় কোৱা হৈছিল? (w০৬-HI ২/১ ১১ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) নহি ১০:২৮-৩৯ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক সভালৈ মাতক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ১)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক আৰু “আপুনি এই ব্ৰচাৰখনৰপৰা বেছিকৈ লাভৱান হʼবলৈ কি কৰিব পাৰে?” বিষয়ে আলোচনা কৰক। (শিক্ষা অধ্যায় ৪)

  • ভাষণ: (৫ মি.) w১১-HI ২/১৫ ১৫-১৬ ¶১২-১৫—বিষয়: এনে বলিদান যাৰ পৰা যিহোৱা আনন্দিত হয়। (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮১

  • “নতুন সেৱা বছৰৰ বাবে আপুনি কি কি লক্ষ্য ৰাখিছে?”: (১০ মি.) আলোচনা।

  • “ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰাৰ চেপ্টেম্বৰ মাহৰ বিশেষ অভিযান”: (৫ মি.) এই ভাষণ প্ৰচাৰ সমূহৰ অধ্যক্ষই দিব। এই অভিযানৰ বাবে ভাই-ভনীসকলক উৎসাহিত কৰক আৰু আপোনাৰ মণ্ডলীৰ এলেকাত এই অভিযান কেনেকৈ কৰা হʼব জনাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২৫

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৩৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক