জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
© 2023 Watch Tower Bible and Tract Society of Pennsylvania
জুলাই ৩-৯
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইজ্ৰা ৪-৬
“কাৰ্য্য চলিবলৈ দিয়া”
জখৰিয়াৰ দৰ্শন মনত ৰাখক
১৩ জখৰিয়াৰ সময়ত যিহোৱাই মহাপুৰোহিত যেচূৱা (যিহোচূৱা) আৰু ৰাজ্যপাল জৰুব্বাবিলক যিহূদীসকলৰ নেতৃত্ব লʼবলৈ নিযুক্ত কৰিছিল। যদিও মন্দিৰ বনোৱা কাম নিষেধ কৰা হৈছিল, তথাপি এই দুয়োজনে “ঈশ্বৰৰ গৃহ পুনৰায় সাজিবলৈ ধৰিলে।” (ইজ্ৰা ৫:১, ২) এয়া দেখি কিছুমান যিহূদীয়ে ভাবিছিল যে তেওঁলোকে ভুল কৰি আছে। কিয়নো মন্দিৰ বনোৱা কাম লুকাই লুকাই কৰিব নোৱাৰি আৰু যদি শত্ৰুসকলে দেখি পায়, তেনেহʼলে তেওঁলোকে যিহূদীসকলক আৰু অত্যাচাৰ কৰিব। এনে পৰিস্থিতিত যিহোচূৱা আৰু জৰুব্বাবিলক সাহসৰ প্ৰয়োজন আছিল আৰু যিহোৱা তেওঁলোকৰ লগত আছে বুলি যিহোৱাই তেওঁলোকক আশ্বাস দিলে। কেনেকৈ বাৰু?
w৮৬ ২/১ ২৯, বক্স ¶২-৩
यहोवा की आँखें “मुखियाओं पर लगी थीं”
यहूदियों के मुखिया विरोधियों को कैसे जवाब देते? अगर वे डर जाते तो मंदिर को दोबारा बनाने का काम वहीं रुक जाता। और अगर वे अधिकारियों को गुस्सा दिलाते तो अधिकारी तुरंत मंदिर बनाने के काम पर रोक लगा देते। मामला बहुत नाज़ुक था! इसलिए यह ज़रूरी था कि मुखिया विरोधियों को सही तरीके से जवाब दें। उन्होंने ज़रूर राज्यपाल जरुबाबेल और महायाजक यहोशू से सलाह ली होगी। इसके बाद उन्होंने बहुत सोच-समझकर, होशियारी से और बड़े आदर के साथ जवाब दिया। उन्होंने अधिकारियों को राजा कुसरू का बरसों पुराना फरमान याद दिलाया, जिसमें उसने कहा था कि यहूदी मंदिर को दोबारा बना सकते हैं। ये अधिकारी अच्छी तरह जानते थे कि फारसी साम्राज्य में एक नियम था कि एक बार जब कोई कानून बनाया जाता है, तो उसे बदला नहीं जा सकता। इसलिए उन्होंने राजा के फरमान का विरोध करने की जुर्रत नहीं की। इस तरह मंदिर बनाने का काम जारी रहा। और बाद में राजा दारा ने भी इस काम को सरकारी मंज़ूरी दे दी।—एज्रा 5:11-17; 6:6-12.
জখৰিয়াৰ দৰ্শন মনত ৰাখক
৭ যিহূদীসকলে আৰু এটা সলনি হোৱাৰ বাবে শান্ত্বনা পালে। পাৰস্যত এজন নতুন ৰজাই শাসন কৰিবলৈ ধৰিলে। তেওঁ আছিল ৰজা দাৰিয়াবচ। নিজৰ শাসনৰ দ্বিতীয় বছৰত অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৫২০-ত তেওঁ গম পালে যে মন্দিৰ বনোৱা কামত যি নিষেধ কৰা হৈছিল, সেয়া আইনৰ বিৰুদ্ধে হয়। সেইবাবে, তেওঁ এই কাম সম্পূৰ্ণ কৰিবলৈ অনুমতি দিলে। (ইজ্ৰা ৬:১-৩) এই খবৰ শুনি সকলোৱে আচৰিত হʼল। অনুমতি দিয়াৰ উপৰিও ওচৰে-পাজৰে থকা লোকসকলে যিহূদীসকলক বিৰোধ কৰাৰ পৰিৱৰ্তে তেওঁলোকক টকা-পইচা আৰু আন প্ৰয়োজনীয় বস্তু দিবলৈ ৰজা দাৰিয়াবচে আদেশ দিলে। (ইজ্ৰা ৬:৭-১২) সেইবাবে, যিহূদীসকলে পাঁচ বছৰৰ ভিতৰতে অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৫১৫-ত মন্দিৰ বনোৱা কাম সম্পূৰ্ণ কৰিলে।—ইজ্ৰা ৬:১৫.
জখৰিয়াৰ দৰ্শন মনত ৰাখক
১৬ যিহোৱাই আৰু এটা উপায়েৰে আমাক নিৰ্দেশনা দিয়ে আৰু সেয়া হৈছে ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি। (মথি ২৪:৪৫) এই দাসে হয়তো আমাক বহুবাৰ এনে নিৰ্দেশনা দিয়ে, যিবোৰ আমাক আচৰিত যেন লাগিব পাৰে। যেনে: আমি কোনো দুৰ্যোগৰপৰা বাচিবলৈ কি কি কৰি প্ৰস্তুতি কৰিব লাগিব, তাৰ বিষয়ে তেওঁলোকে হয়তো আমাক কয়। কিন্তু আমি হয়তো ভাবিব পাৰোঁ যে এই দুৰ্যোগ আমাৰ এলেকাত নাহে বা তেওঁলোকে মহামাৰীৰ সময়ছোৱাত যি নিৰ্দেশনা দিয়ে, তাৰ বিষয়ে শুনি আমাক হয়তো লাগিব পাৰে যে তেওঁলোকে অলপ বেছি সাৱধান হৈছে। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ? আমি জখৰিয়াৰ দিনৰ যিহূদীসকলক মনত পেলাব পাৰোঁ, যিসকলে যিহোচূৱা আৰু জৰুব্বাবিলৰ কথা পালন কৰাৰ বাবে বহুতো আশীৰ্বাদ লাভ কৰিছিল। বাইবেলত এনেধৰণৰ আৰু বহুতো ঘটনাৰ বিষয়ে উল্লেখ কৰা আছে, যাৰ বিষয়ে আমি ধ্যান কৰিব পাৰোঁ। সেইবোৰ পঢ়াৰ যোগেদি আমি গম পাওঁ যে কেতিয়াবা কেতিয়াবা যিহোৱাৰ লোকসকলে এনে নিৰ্দেশনা পাইছিল, যিবোৰ তেওঁলোকক আচৰিত যেন লাগিছিল। কিন্তু সেইবোৰ পালন কৰাৰ বাবে তেওঁলোকৰ জীৱন ৰক্ষা পৰিল।—বিচা. ৭:৭; ৮:১০.
আধ্যাত্মিক ৰত্ন বিচাৰক
w৯৩ ৬/১৫ ৩২ ¶৩-৫
আপুনি বাইবেলৰ ওপৰত বিশ্বাস কৰিব পাৰেনে?
এটা চিক্কা পোৱা গৈছিল, যি খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত পাৰস্যৰ ৰাজ্যপাল মাজায়ছৰ শাসনৰ সময়ত বনোৱা হৈছিল। সেই চিক্কাত লিখা হৈছিল যে মাজায়ছ ‘মহা-নদীৰ ইপাৰে থকা’ ৰাজ্যৰ ৰাজ্যপাল হয়। (‘মহা-নদীৰ’ অৰ্থ হৈছে ফৰাৎ নদী)
কিন্তু আমি এই ৰাজ্যখনৰ বিষয়ে কিয় আলোচনা কৰিছোঁ? কিয়নো ইয়াৰ নাম বাইবেলতো লিখা আছে। ইজ্ৰা ৫:৬–৬:১৩ পদত তত্তনয়ৰ বিষয়ে উল্লেখ আছে, যিজনে পাৰস্যৰ ৰজাক এখন চিঠি লিখিছিল। সেই পদবোৰত কোৱা হৈছে যে তত্তনয় ‘মহা-নদীৰ সিপাৰৰ দেশাধ্যক্ষ আছিল।’ ইজ্ৰা ঈশ্বৰৰ ব্যৱস্থাৰ নকল বনোৱাত বহুত নিপুণ আছিল। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ যি লিখিছিল, সেয়া একেবাৰে সঠিক লিখিছিল।
ইজ্ৰাই এই তথ্য প্ৰায় খ্ৰীষ্টপূৰ্ব ৪৬০-ত লিখিছিল অৰ্থাৎ এই চিক্কা বনোৱাৰ প্ৰায় ১০০ বছৰৰ আগতে। কিছুমান লোকে ভাবিব পাৰে যে বাইবেলত প্ৰাচীন সময়ৰ অধিকাৰীসকলৰ পদৰ বিষয়ে যিবোৰ কথা কোৱা হৈছে, সেয়া বহুত সৰু-সুৰা তথ্য হয়। চিন্তা কৰক, যদি বাইবেলৰ লেখকসকলে সৰু-সুৰা কথাবোৰো ইমান সঠিকৈ লিখিছে, তেনেহʼলে তেওঁলোকৰ আন কথাবোৰ কিমান ভৰসাযোগ্য!
জুলাই ১০-১৬
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইজ্ৰা ৭-৮
“ইজ্ৰাই নিজৰ জীৱন-যাপনৰ যোগেদি যিহোৱাৰ মহিমা কৰিলে”
অধ্যয়নে ফলদায়ক আৰু আনন্দিত কৰি তোলে
৮ সঁচাকৈ যিহোৱাৰ বাক্যৰ প্ৰতি থকা আমাৰ প্ৰেম হৃদয়ৰ পৰা অহা উচিত। কিছুমান শাস্ত্ৰীয় পদক পুনৰাই পঢ়াত আমি আনন্দিত হোৱা আৱশ্যক। যিহেতু আধ্যাত্মিক বিষয়বোৰক সম্পূৰ্ণকৈ বুজিবলৈ আৰু সেইবোৰক নিজৰ জীৱন প্ৰণালীত ব্যৱহাৰ কৰিবলৈ, সেই বিষয়বোৰৰ ওপৰত ধ্যান কৰা আৱশ্যক। ইয়াৰ উপৰিও আমি ঈশ্বৰ যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। ইজ্ৰাৰ নিচিনাকৈ আমিও নিজৰ মনক স্থিৰ কৰা উচিত যাতে ঈশ্বৰৰ বাক্য পঢ়া আৰু ধ্যান কৰা কাৰ্য্যত মনোযোগ দিব পাৰো। তেওঁ এইদৰে কৈছিল, “কিয়নো যিহোৱাৰ ব্যৱস্থাৰ বুজ লৈ সেই মতে কাৰ্য্য কৰিবলৈ, আৰু ইস্ৰায়েলৰ মাজত বিধি আৰু শাসন-প্ৰণালীৰ শিক্ষা দিবলৈ ইজ্ৰাই নিজ মন থিৰ কৰিছিল।” (ইজ্ৰা ৭:১০) তিনিটা উদ্দেশ্যৰ প্ৰতি ধ্যান দিয়ক যাৰ দ্বাৰা ইজ্ৰাই নিজৰ মনক স্থিৰ কৰিছিল: যেনে, অধ্যয়ন, নিজৰ জীৱনত প্ৰয়োগ কৰা আৰু শিক্ষা দিয়া। আমিও তেওঁৰ উদাহৰণক অনুকৰণ কৰা উচিত।
si ৭৫ ¶৫
बाइबल की किताब नंबर 13—1 इतिहास
5 एज्रा पर यहोवा की पवित्र शक्ति थी, इसलिए वह बुद्धि से काम ले पाया। फारस साम्राज्य का राजा यह देख पाया कि एज्रा को परमेश्वर से बुद्धि मिली है। इसलिए उसने यहूदा ज़िले पर उसे बड़ा अधिकार दिया। (एज्रा 7:12-26) इस तरह एज्रा को परमेश्वर और विश्व शक्ति फारस, दोनों से अधिकार मिला।
w৯২ ৬/১ ৩০
विनम्रता क्यों धारण करें?
जब एज्रा यहोवा के लोगों को यरूशलेम में मंदिर को सजाने के वास्ते बहुत सारे सोने और चाँदी सहित बाबेलोन के बाहर ले जानेवाला था, उस ने एक उपवास घोषित किया ताकि वे परमेश्वर के सामने खुद को दीन कर सके। इसका अन्जाम? यहोवा ने उस ख़तरनाक़ सफ़र के दौरान दुश्मनों के हमलों से उनकी हिफ़ाज़त की। (एज्रा 8:1-14, 21-32) दानिय्येल और एज्रा के जैसे, परमेश्वर-प्रदत्त कार्यों को खुद अपनी बुद्धि और ताक़त से पूरा करने की कोशिश करने के बजाय, हम विनम्रता दर्शाकर यहोवा के मार्गदर्शन की खोज करें।
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ১/১৫ ১৯-২০ ¶৯
ইজ্ৰা কিতাপখনৰ আলোকপাত
৭:২৮–৮:২০—বাবিলত থকা বহুতো যিহূদীয়ে ইজ্ৰাৰ লগত যিৰূচালেমলৈ কিয় উভতি যাব বিচৰা নাছিল? যদিও যিহূদীসকলৰ প্ৰথম সমূহ নিজৰ দেশলৈ উভতি যোৱা ৬০ বছৰতকৈও বেছি হৈছিল, তথাপি যিৰূচালেমখন সম্পূৰ্ণৰূপে থকাৰ যোগ্য হোৱা নাছিল। এনে পৰিস্থিতি যিসকল যিহূদীয়ে যিৰূচালেমলৈ উভতি যাব, তেওঁলোকে সমস্যা আৰু বিপদেৰে ভৰা পৰিৱেশত নতুনকৈ জীৱন আৰম্ভ কৰিবলগীয়া হʼলহেঁতেন। হয়তো কিছুমান যিহূদীয়ে বাবিলত বৰ আৰামদায়ক জীৱন জীয়াই আছিল, কিন্তু যিৰূচালেমত এনেদৰে ধন-সম্পত্তি গোটোৱাৰ কোনো আশা নাছিল। সেইবাবে, তেওঁলোকে হয়তো যাবলৈ বিচৰা নাছিল। আন এটা কথা হৈছে যে যিৰূচালেমলৈ উভতি যোৱা ৰাস্তা বিপদেৰে ভৰা আছিল। যিৰূচালেমলৈ উভতি যোৱা লোকসকলৰ যিহোৱাৰ ওপৰত মজবুত বিশ্বাস, সত্য উপাসনাৰ বাবে উৎসাহ আৰু যিৰূচালমলৈ উভতি যোৱাৰ সাহস থকাৰ অতি প্ৰয়োজন আছিল। যিহোৱাৰ পৰা সহায় পাই ইজ্ৰাই নিজকে মজবুত কৰিলে। ইজ্ৰাই উৎসাহিত কৰাৰ বাবে ১,৫০০ পৰিয়ালে অৰ্থাৎ ৬০০০ লোকে হয়তো তেওঁৰ লগত যাবলৈ নিৰ্ণয় লʼলে। তেওঁ আৰু কিছুমান পদক্ষেপ লʼলে যাৰ বাবে ৩৮ লেবী আৰু ২২০ নথনীয়া লোকেও তেওঁৰ লগত যাত্ৰা কৰিলে।
জুলাই ১৭-২৩
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইজ্ৰা ৯-১০
“আজ্ঞা নমনাৰ বেয়া পৰিণাম”
w০৬ ১/১৫ ২০ ¶১
एज्रा किताब की झलकियाँ
9:1, 2—दूसरी जातियों से शादी करने का खतरा कितना बड़ा था? बहाल की गयी इस्राएल जाति की ज़िम्मेदारी थी कि वह मसीहा के आने तक यहोवा की उपासना को अशुद्ध होने से बचाए रखे। दूसरी जातियों के लोगों से शादी करने से सच्ची उपासना को बहुत बड़ा खतरा था। कुछ इस्राएलियों ने मूर्तिपूजा करनेवालों से शादी की थी, इसलिए पूरी-की-पूरी इस्राएल जाति का विधर्मी जातियों में मिल जाने का खतरा पैदा हो गया था। अगर ऐसा ही चलता रहता तो धरती पर से सच्ची उपासना का नामो-निशान मिट जाता। ऐसे में मसीहा किसके पास आता? इसलिए ताज्जुब नहीं कि यह हाल देखकर एज्रा को बड़ा झटका लगा!
w১০ ৭/১ ১৬ ¶৬
यहोवा हमसे क्या चाहता है?
अगर हम खुशी-खुशी परमेश्वर की हर आज्ञा मानें, तो हम पर उसकी आशीष होगी। मूसा ने लिखा: ‘जो-जो आज्ञा मैं आज तुझे सुनाता हूं, उनको ग्रहण कर जिससे तेरा भला हो।’ (आयत 13) जी हाँ, यहोवा की हर आज्ञा, हर माँग हमारे भले के लिए है। क्योंकि बाइबल कहती है कि “परमेश्वर प्यार है।” (1 यूहन्ना 4:8) तो ज़ाहिर-सी बात है कि वह हमें सिर्फ ऐसी आज्ञाएँ देगा, जिन पर चलकर हमें हमेशा का फायदा हो। (यशायाह 48:17) यहोवा हमसे जो भी चाहता है, अगर हम उसे पूरा करें तो आज हम कई परेशानियों से बच सकते हैं। यही नहीं, आगे चलकर जब परमेश्वर का राज इस धरती पर हुकूमत करेगा, तब हमें ढेरों आशीषें मिलेंगी।
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ১/১৫ ২০ ¶২
ইজ্ৰা কিতাপখনৰ আলোকপাত
১০:৩, ৪৪—পত্নীসকলৰ লগতে তেওঁলোকৰ লʼৰা-ছোৱালীকো কিয় পঠিয়াই দিয়া হৈছিল? লʼৰা-ছোৱালীবিলাকক থাকিবলৈ দিয়া হʼলে মাতৃসকলে তেওঁলোকৰ ওচৰত আকৌ উভতি অহাৰ সম্ভাৱনা থাকিলেহেঁতেন। আন এটা কাৰণ হৈছে যে সৰু লʼৰা-ছোৱালীক চোৱা-চিতা কৰিবলৈ বিশেষকৈ মাকৰ প্ৰয়োজন হয়। সেইবাবে, তেওঁলোকক মাকৰ লগতে পঠিয়াই দিয়া হৈছিল।
জুলাই ২৪-৩০
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | নহিমিয়া ১-২
“‘তাতে মই প্ৰাৰ্থনা কৰিলোঁ’”
w০৮ ২/১৫ ৩ ¶৫
यहोवा को हमेशा अपने सामने रखिए
5 कभी-कभी हमें शायद परमेश्वर से मदद माँगने के लिए फौरन एक छोटी-सी प्रार्थना करनी पड़े। इसकी एक मिसाल लीजिए। एक दफा, फारस के राजा अर्तक्षत्र ने देखा कि उसका पिलानेहारा, नहेमायाह बहुत उदास है। इस पर राजा ने उससे पूछा: “तुम क्या चाहते हो?” नहेमायाह ने उसी वक्त ‘मन-ही-मन स्वर्ग के परमेश्वर से प्रार्थना की।’ (नयी हिन्दी बाइबिल) वह राजा को जवाब देने के लिए अपना समय नहीं ले सकता था, इसलिए उसने एक छोटी-सी प्रार्थना की। फिर भी, परमेश्वर ने उसकी प्रार्थना सुनकर उसका जवाब दिया। हम ऐसा इसलिए कह सकते हैं, क्योंकि राजा ने नहेमायाह को यरूशलेम की दीवारें दोबारा खड़ी करने में मदद दी। (नहेमायाह 2:1-8 पढ़िए।) तो देखा आपने, मन-ही-मन की गयी एक छोटी-सी प्रार्थना भी काफी असरदार साबित हो सकती है।
be ১৭৮ ¶১
नोट्स बार-बार देखे बिना बात करना
अगर अचानक ऐसे हालात पैदा हों, जब आपसे अपने विश्वासों के बारे में समझाने के लिए कहा जाएगा, तब असरदार तरीके से बात करने में क्या बात आपकी मदद कर सकती है? ऐसे में वही कीजिए जो नहेमायाह ने किया था। जब राजा अर्तक्षत्र ने उससे एक सवाल पूछा, तो उसने जवाब देने से पहले मन-ही-मन प्रार्थना की। (नहे. 2:4) प्रार्थना के बाद, मन में फौरन एक आउटलाइन तैयार कीजिए। आउटलाइन में आप खासकर इन बुनियादी बातों पर ध्यान दे सकते हैं: (1) ऐसे एक या दो मुद्दे चुनिए जो बात समझाने के लिए ज़रूरी हैं। (आप चाहें तो “चर्चा के लिए बाइबल विषय” में दिए मुद्दे चुन सकते हैं।) (2) यह तय कीजिए कि आप उन मुद्दों का सबूत देने के लिए कौन-सी आयतें इस्तेमाल करेंगे। (3) सोचिए कि आप किस तरह कुशलता से अपनी बात कहना शुरू करेंगे ताकि सवाल पूछनेवाला सुनने को तैयार हो। इसके बाद, अपनी बात शुरू कीजिए।
আধ্যাত্মিক ৰত্ন বিচাৰক
w৮৬ ৩/১ ২৮
সত্য উপাসনাৰ জয়
নহয়। নহিমিয়াই বহু দিন ধৰি যিৰূচালেমৰ বেয়া পৰিস্থিতিৰ বাবে যিহোৱালৈ “দিনে-ৰাতিয়ে” প্ৰাৰ্থনা কৰি আছিল। (নহি ১:৪, ৬) যিৰূচালেমৰ দেৱালবোৰ পুনৰ নিৰ্মাণ কৰাটো তেওঁৰ ইচ্ছা আছিল। সেইবাবে, যেতিয়া তেওঁ ৰজা অতক্ষত্ৰৰ লগত ইয়াৰ বিষয়ে কথা পাতিবলৈ সুযোগ পালে, তেতিয়া তেওঁ লগে লগে যিহোৱালৈ আকৌ প্ৰাৰ্থনা কৰিলে। নহিমিয়াক যিৰূচালেমলৈ পঠিয়াবলৈ যিহোৱাই ৰজাক অনুপ্ৰাণিত কৰিলে যাতে তেওঁ নগৰৰ দেৱালবোৰ পুনৰ নিৰ্মাণ কৰিব পাৰে।
আমাৰ বাবে শিক্ষা: নহিমিয়াই পথ দেখুৱাবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। ঠিক সেইদৰে, যেতিয়া আমাক কোনো কঠিন নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া আমি ‘প্ৰাৰ্থনাত লাগি থকা’ আৰু যিহোৱাই দেখুৱা পথত গৈ থকা উচিত।—ৰোম ১২:১২.
জুলাই ৩১–আগষ্ট ৬
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | নহিমিয়া ৩-৪
“শাৰীৰিক পৰিশ্ৰম আপোনাৰ বাবে লাজৰ বিষয়নে?”
w০৬ ২/১ ৯-১০ ¶৯
नहेमायाह किताब की झलकियाँ
3:5, 27. सच्ची उपासना की खातिर अगर हमें मेहनत-मशक्कत करनी पड़े, तो हमें तकोइयों के “रईसों” की तरह कभी नहीं सोचना चाहिए कि इससे हम छोटे हो जाएँगे। इसके बजाय, हमें तकोइयों के आम लोगों की मिसाल पर चलना चाहिए जिन्होंने खुशी-खुशी अपने काम में खुद को पूरी तरह लगा दिया था।
w১৯.১০ ২৩ ¶১১
यहोवा आपको जो चाहे बना सकता है!
11 अब ध्यान दीजिए कि यहोवा ने शल्लूम की बेटियों से क्या काम करवाया। उन्होंने यरूशलेम की शहरपनाह दोबारा बनाने में बढ़-चढ़कर हिस्सा लिया। (नहे. 2:20; 3:12) हालाँकि उनका पिता एक हाकिम था और यह काम मुश्किल-भरा और खतरनाक था, फिर भी वे पीछे नहीं हटीं। (नहे. 4:15-18) वे तकोआ के बड़े-बड़े आदमियों से कितनी अलग थीं! उन आदमियों को ‘यह मंज़ूर नहीं था कि वे किसी के अधीन रहकर काम करें।’ (नहे. 3:5) ज़रा सोचिए, शल्लूम की बेटियों को यह देखकर कितनी खुशी हुई होगी कि सिर्फ 52 दिन में शहरपनाह बनकर तैयार हो गयी! (नहे. 6:15) आज हमारे दिनों में कई बहनें खुशी-खुशी एक खास किस्म की पवित्र सेवा करती हैं, वह है निर्माण काम। वे ऐसी इमारतों के निर्माण और रख-रखाव में सहयोग देती हैं, जो यहोवा को समर्पित की जाती हैं। ये वफादार, हुनरमंद और जोशीली बहनें सच में तारीफ के काबिल हैं!
মহানতাৰ সম্বন্ধে যীচুৰ দৰে মনোবৃত্তি বিকশিত কৰক
১৬ ডেকা বা বৃদ্ধই নহওঁক কিয়, সকলো খ্ৰীষ্টানে মহানতাৰ সম্বন্ধে যীচুৰ দৰে মনোবৃত্তি বিকশিত কৰা উচিত। তেওঁলোকে হয়তো মণ্ডলীত বিভিন্ন প্ৰকাৰৰ কাৰ্য্য কৰিব পাৰে। গতিকে আপোনালোকে কেতিয়াও এনে কাৰ্য্য কৰিবলৈ কোৱাত বিৰক্ত অনুভৱ নকৰিব, যি দেখাত হয়তো সামান্য হʼব পাৰে। (১ চমূৱেল ২৫:৪১; ২ ৰাজাৱলি ৩:১১) পিতৃ-মাতৃসকল, আপোনালোকে নিজৰ লʼৰা-ছোৱালীবিলাকক তেওঁলোকে ৰাজ্যগৃহ, সন্মিলন বা অধিৱেশনত পোৱা যিকোনো নিযুক্তিক আনন্দেৰে সম্পন্ন কৰিবলৈ উৎসাহিত কৰেনে? আপোনালোকে কৰা কোনো সাধাৰণ কাৰ্য্যক তেওঁলোকে লক্ষ্য কৰিছেনে? বৰ্তমান যিহোৱাৰ সাক্ষীসকলৰ মুখ্য কাৰ্য্যালয়ত সেৱা কৰা এজন ভায়ে তেওঁৰ পিতৃ-মাতৃয়ে ৰাখা আৰ্হিৰ বিষয়ে এইদৰে কয়: “তেওঁলোকে ৰাজ্যগৃহ বা অধিৱেশন হোৱা ঠাইখনক পৰিষ্কাৰ কৰিবলৈ পোৱাটো এক গুৰুত্বপূৰ্ণ নিযুক্তিভাৰ বুলি মোক কৈছিল। তেওঁলোকে সদায়ে মণ্ডলী আৰু ভাই-ভনীসকলৰ হিতৰ বাবে যিকোনো কাম স্বইচ্ছাৰে কৰিবলৈ প্ৰস্তুত আছিল। এনে ধৰণৰ মনোবৃত্তিয়ে এতিয়া মোক বেথেলগৃহত যিকোনা কাম স্বইচ্ছাৰে কৰিবলৈ সহায় কৰে।”
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ২/১ ৯¶১
নহিমিয়া কিতাপখনৰ আলোকপাত
৪:১৭, ১৮—গড় পুনৰ নিৰ্মাণ কৰাৰ সময়ত কেৱল এখন হাতেৰে কাম কৰাটো কেনেকৈ সম্ভৱ আছিল? ভাৰ বওঁতা লোকসকলৰ বাবে এয়া ইমান কঠিন কাম নাছিল। তেওঁলোকে এখন হাতেৰে নিজৰ মূৰ বা কান্ধত ৰখা ভাৰ সহজতে ধৰি ৰাখিব পাৰিছিল আৰু আনখন হাতেৰে ‘অস্ত্ৰ ধৰি’ ৰাখিব পাৰিছিল। যিসকল ৰাজমিস্ত্ৰিয়ে কাম কৰোঁতে দুয়োখন হাত ব্যৱহাৰ কৰিবলগীয়া হৈছিল, তেওঁলোকে নিজৰ ‘কঁকালত তৰোৱাল বান্ধি [গড়] সাজিছিল।’ এইদৰে তেওঁলোকে সকলো সময়তে সাজু থাকিছিল যাতে শত্ৰুৱে আক্ৰমণ কৰিলে তেওঁলোকৰ লগত যুদ্ধ কৰিব পাৰে।
আগষ্ট ৭-১৩
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | নহিমিয়া ৫-৭
“নহিমিয়াই সেৱা কৰোৱাৰ পৰিৱৰ্তে সেৱা কৰিলে”
सच्ची उपासना का समर्थन करनेवाले—पहले और आज
नहेमायाह ने सिर्फ अपना वक्त और संगठित करने की काबिलीयत ही नहीं, बल्कि उसने अपनी संपत्ति देकर भी सच्ची उपासना का समर्थन किया। उसने खुद अपने पैसों से गुलामी में पड़े अपने यहूदी भाइयों को छुड़ाया। उसने बिना ब्याज के पैसे उधार दिए। एक गर्वनर की हैसियत से उसे यहूदियों से भत्ता माँगने का पूरा हक था मगर उसने ऐसा कभी नहीं किया। इस तरह उसने लोगों पर “भारी बोझ” (नयी हिन्दी बाइबिल) नहीं डाला। इसके बजाय उसका घर ‘एक सौ पचास लोगों और चारों ओर से आए अन्यजातियों के लिए’ हमेशा खुला था और वे वहाँ भोजन कर सकते थे। हर दिन वह अपने मेहमानों के लिए ‘एक बैल, छः अच्छी-अच्छी भेड़ें व बकरियां और चिड़ियों’ को पकाने का इंतज़ाम करता था। इसके अलावा दस-दस दिन के बाद वह “भांति भांति का बहुत दाखमधु” भी देता था। इन सबका खर्चा वह खुद उठाता था।—नहेमायाह 5:8, 10, 14-18.
w১৬.০৯ ৬-৭ ¶১৬
‘तेरे हाथ ढीले न पड़ें’
16 यहोवा ने नहेमायाह और दूसरे यहूदियों के हाथों को मज़बूत किया। इस वजह से उन्होंने सिर्फ 52 दिनों में ही यरूशलेम की पूरी शहरपनाह खड़ी कर दी! (नहे. 2:18; 6:15, 16) नहेमायाह ने बस खड़े-खड़े दूसरों को काम करते नहीं देखा। उसने भी शहरपनाह बनाने के काम में हाथ बँटाया। (नहे. 5:16) आज कई प्राचीन नहेमायाह की तरह हैं। वे निर्माण काम में हिस्सा लेते हैं या राज-घर की साफ-सफाई और उसके रख-रखाव में हाथ बँटाते हैं। ये प्यारे प्राचीन उन भाई-बहनों की भी हिम्मत बढ़ाते हैं जो चिंताओं से घिरे होते हैं। कैसे? वे उनके घर जाकर उनसे मिलते हैं और उनके साथ प्रचार में भी जाते हैं।—यशायाह 35:3, 4 पढ़िए।
w০০ ২/১ ¶৩২
यहोवा आपको किस तरह याद रखेगा?
इस विचार के मुताबिक, बाइबल बताती है कि परमेश्वर के लिए ‘याद रखने’ का मतलब है उस व्यक्ति के लिए कुछ ऐसा काम करना जिससे उसे कुछ फायदा हो। मिसाल के तौर पर, जलप्रलय के बाद जब पृथ्वी 150 दिन तक जल में डूबी हुई थी, तब “परमेश्वर ने नूह की . . . सुधि ली : और . . . पृथ्वी पर पवन बहाई, और जल घटने लगा।” (उत्पत्ति 8:1) सदियों बाद, जब शिमशोन की आँखों को फिलिस्तियों ने फोड़ दिया था और उसे जंजीरों में जकड़कर रखा था, तब शिमशोन ने यह बिनती की: “यहोवा, मेरी सुधि ले; . . . अब की बार मुझे बल दे।” यहोवा ने उसकी सुधि ली और उसे बहुत ज़्यादा ताकत दी। और इस ताकत से शिमशोन परमेश्वर के दुश्मनों से अपना बदला ले सका। (न्यायियों 16:28-30) और रही बात नहेमायाह की, तो यहोवा ने उसकी कोशिशों पर आशीष दी और यरूशलेम में सच्ची उपासना फिर से शुरू हो गयी।
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৭ ৭/১ ৩০ ¶১৫
“সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয় কৰা”
১৫ নহিমিয়া পুৰোহিত নাছিল। সেইবাবে, তেওঁ নিজৰ জীৱন বচাবৰ বাবে মন্দিৰত লুকাবলৈ সোমোৱা হʼলে এয়া এটা পাপ হʼলহেঁতেন। সেইবাবে তেওঁ এইদৰে কʼলে, “মোৰ নিচিনা কোন মানুহে প্ৰাণ জীয়াই ৰাখিবলৈ মন্দিৰত সোমাব? মই সেই ঠাইত নোসোমাওঁ।”—নহি ৬:১০-১৫; গণ ১:৫১; ১৮:৭.
আগষ্ট ১৪-২০
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | নহিমিয়া ৮-৯
“যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”
w১৩ ১০/১৫ ২১-২২ ¶২
अच्छी तरह तैयार की गयी प्रार्थना से कुछ सबक
2 उस खास सभा से एक महीने पहले, यहूदियों ने यरूशलेम की दीवारों को दोबारा बनाने का काम खत्म किया था। (नहे. 6:15) परमेश्वर के लोगों ने यह काम सिर्फ 52 दिनों में खत्म किया। इसके बाद, अगले महीने के, यानी तिशरी के पहले दिन वे एक चौक में इकट्ठा हुए, ताकि वे एज्रा और दूसरे लेवियों की सुन सकें, जो परमेश्वर का कानून पढ़कर सुना रहे थे और उसे समझा रहे थे। (तसवीर 1) परिवार के सभी सदस्यों ने, जिसमें ऐसे बच्चे भी शामिल थे जो “सुनकर समझ सकते थे,” “भोर से दो पहर तक” खड़े रहकर सुना। ये इसराएली आज हम सभी के लिए एक बहुत ही अच्छी मिसाल हैं। हालाँकि हम राज-घर में आराम से बैठकर सभाओं का लुत्फ उठाते हैं, मगर कभी-कभी हमारा चंचल मन यहाँ-वहाँ भटकने लगता है। वहाँ सभाएँ चल रही होती हैं, और हम यहाँ कुछ और ही सोच रहे होते हैं। मगर उन इसराएलियों ने कानून पर न सिर्फ ध्यान दिया, बल्कि उन बातों पर मनन भी किया। इतना ही नहीं, जब उन्हें एहसास हुआ कि वे परमेश्वर की आज्ञाओं को नहीं मान रहे हैं, तब वे रोने लगे।—नहे. 8:1-9.
w০৭ ৮/১ ১৭ ¶৯-১০
क्या आप ‘आत्मा के अनुसार चलेंगे’?
9 आनंद, दिली खुशी का एहसास है। यहोवा “आनंदित परमेश्वर” है। (1 तीमुथियुस 1:11, NW; भजन 104:31) उसके बेटे को अपने पिता की मरज़ी पूरी करने से सच्ची खुशी मिलती है। (भजन 40:8; इब्रानियों 10:7-9) और “यहोवा का आनन्द [हमारा] दृढ़ गढ़ है।”—नहेमायाह 8:10.
10 यहोवा का यह आनंद हमें उस वक्त भी गहरा संतोष देता है, जब हम मुश्किलों, दुःखों या ज़ुल्मों के दौरान परमेश्वर की मरज़ी पूरी करते हैं। “परमेश्वर का ज्ञान” लेने से हमें क्या ही खुशी मिलती है! (नीतिवचन 2:1-5) इसी ज्ञान की बदौलत, साथ ही परमेश्वर पर और उसके बेटे के छुड़ौती बलिदान पर विश्वास करने से, हम यहोवा के साथ एक खुशनुमा रिश्ता कायम कर पाए हैं। (1 यूहन्ना 2:1, 2) खुश होने की एक और वजह यह है कि हम पूरी दुनिया में फैले एकमात्र सच्चे भाईचारे का हिस्सा हैं। (सपन्याह 3:9; हाग्गै 2:7) हमें राज्य की जो बेहतरीन आशा दी गयी है और सुसमाचार सुनाने का जो शानदार मौका मिला है, इनकी वजह से भी हमें खुशी मिलती है। (मत्ती 6:9, 10; 24:14) इतना ही नहीं, हमेशा की ज़िंदगी पाने की आशा से भी हम गद्गद हो उठते हैं। (यूहन्ना 17:3) जब हमें इतनी शानदार आशा मिली है, तो बेशक हमें “आनन्द ही करना” चाहिए।—व्यवस्थाविवरण 16:15.
আধ্যাত্মিক ৰত্ন বিচাৰক
it-১ ১৪৫ ¶২
অৰামী ভাষা
নিহিমিয়া ৮:৮ পদত লিখা আছে, ‘এইদৰে লেবীবিলাকে স্পষ্টকৈ উচ্চাৰণ কৰি ঈশ্বৰৰ ব্যৱস্থা-পুস্তক পাঠ কৰিলে, আৰু লোকবিলাকে বুজিব পৰাকৈ তাৰ অৰ্থ উলিয়াই দিলে।’ ইয়াত “বুজিব পৰাকৈ” কোৱাৰ অৰ্থ হয়তো এয়া হʼব পাৰে যে ইব্ৰী ভাষাত যিবোৰ কথা লিখা আছিল, তাক চমুকৈ অৰামী ভাষাত বুজাই দিয়া। হয়তো যিহূদীসকলে বাবিলত থকাৰ সময়ত অৰামী ভাষা কʼবলৈ ধৰিছিল। “বুজিব পৰাকৈ” কোৱাৰ অৰ্থ এয়াও হʼব পাৰে লেবীসকলে ব্যৱস্থা-পুস্তকত লিখা সৰু সৰু কথাবোৰ ভালদৰে বুজাইছিল যাতে ইব্ৰী ভাষা কোৱা ইস্ৰায়েলীসকলে তাৰ গভীৰ অৰ্থ বুজি পায়।
আগষ্ট ২১-২৭
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | নহিমিয়া ১০-১১
“যিহোৱাৰ বাবে তেওঁলোকে বহুতো ত্যাগ কৰিলে”
w৯৮ ১০/১৫ ২২ ¶১৩
अपने नाम जैसा यरूशलेम
13 नहेमायाह के दिनों में जिस ‘सच्चाई की वाचा’ पर मुहर लगाई गयी थी, उसने प्राचीनकाल में परमेश्वर के लोगों को यरूशलेम की शहरपनाह के उद्घाटन के लिए तैयार किया। लेकिन एक और मामला था जिस पर जल्द-से-जल्द ध्यान देने की ज़रूरत थी। अब यरूशलेम 12 फाटकोंवाली बड़ी शहरपनाह में सुरक्षित था, मगर उसमें रहनेवाले लोग बहुत कम थे। कुछ इस्राएली वहाँ रहते थे, पर फिर भी “नगर तो लम्बा चौड़ा था, परन्तु उस में लोग थोड़े थे।” (नहेमायाह 7:4) इस समस्या को हल करने के लिए, लोगों ने “चिट्ठियां डालीं, कि दस में से एक मनुष्य यरूशलेम में, जो पवित्र नगर है, बस जाएं।” इस इंतज़ाम को लोगों ने खुशी से माना, इसलिए “जिन्हों ने अपनी ही इच्छा से यरूशलेम में बास करना चाहा उन सभों को लोगों ने आशीर्वाद दिया।” (नहेमायाह 11:1, 2) यह आज के उन सच्चे उपासकों के लिए कितनी अच्छी मिसाल है जिनके हालात उन्हें इस बात की इजाज़त देते हैं कि वे उन इलाकों में जाएँ जहाँ प्रौढ़ मसीहियों की ज़्यादा ज़रूरत है!
w৮৬ ৩/১ ২৮
सच्ची उपासना की जीत
इसराएली जानते थे कि अपना घर और ज़मीन-जायदाद छोड़कर यरूशलेम जाकर बसना आसान नहीं है। इसमें काफी खर्च होता और कुछ नुकसान भी होते। इसके अलावा, यरूशलेम में रहते वक्त लोगों को शायद कई खतरों का सामना भी करना पड़ता। फिर भी कुछ इसराएलियों ने अपनी मरज़ी से यरूशलेम जाकर रहने का फैसला किया। इसलिए दूसरे इसराएलियों ने उनकी तारीफ की और यहोवा से प्रार्थना की कि वह उनके त्याग के लिए उन्हें आशीष दे।
w১৬.০৪ ৮ ¶১৫
विश्वास बनाए रहने से परमेश्वर की मंज़ूरी मिलती है
15 जब हमने यहोवा को अपनी ज़िंदगी समर्पित की, तो हमने वादा किया था कि हम हर हाल में उसकी मरज़ी पूरी करेंगे। हम जानते थे कि यह वादा निभाना हमेशा आसान नहीं होगा। तो फिर उस वक्त हम कैसा रवैया दिखाते हैं, जब हमसे कुछ ऐसा करने के लिए कहा जाता है, जो हमें पसंद नहीं? अगर हम त्याग की भावना दिखाएँ और खुशी-खुशी परमेश्वर की आज्ञा मानें, तो हम ज़ाहिर कर रहे होंगे कि हमें परमेश्वर पर विश्वास है। हम जो त्याग करते हैं उससे भले ही हमें तकलीफ हो, लेकिन परमेश्वर की आशीषें उससे कहीं ज़्यादा होती हैं! (मला. 3:10) यिप्तह की बेटी ने अपने पिता का वादा सुनकर कैसा रवैया दिखाया?
আধ্যাত্মিক ৰত্ন বিচাৰক
w০৬ ২/১ ১১ ¶১
নহিমিয়া কিতাপখনৰ আলোকপাত
১০:৩৪—লোকসকলক খৰি বুটলিবলৈ কিয় কোৱা হৈছিল? যদিও মোচিৰ ব্যৱস্থা-পুস্তকত খৰি উপহাৰ দিয়াৰ কোনো নিয়ম নাছিল। কিন্তু বেদীত বলিদান দিয়া জীৱ-জন্তুক জ্বলাবলৈ বহুতো খৰিৰ প্ৰয়োজন হৈছিল। খৰি গোটাবলৈ নথনীয়া লোকসকল যথেষ্ট নাছিল, তেওঁলোক পৰজাতি আছিল আৰু মন্দিৰত দাস হিচাপে সেৱা কৰিছিল। সেইবাবে, মন্দিৰত বলিদান দিবলৈ যাতে খৰি কম নহয়, এই কথাৰ প্ৰতি ধ্যান দিবলৈ তেওঁলোকে চিঠি খেলিছিল।
আগষ্ট ২৮–চেপ্টেম্বৰ ৩
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | নহিমিয়া ১২-১৩
“বন্ধু বাছনি কৰাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকক”
it-১ ৯৫ ¶৫
अम्मोनी लोग
तोब्याह का सारा सामान मंदिर के बाहर फेंके जाने के बाद, लोगों को व्यवस्थाविवरण 23:3-6 में लिखा परमेश्वर का कानून पढ़कर सुनाया गया और फौरन लागू करवाया गया। उस कानून में यहोवा ने साफ-साफ कहा कि अम्मोनी और मोआबी लोग इसराएल की मंडली का हिस्सा नहीं बन सकते। (नेह 13:1-3) यहोवा ने यह कानून करीब 1,000 साल पहले इसलिए दिया था, क्योंकि जब इसराएली वादा किए हुए देश में जा रहे थे तब अम्मोनी और मोआबी लोगों ने उनकी मदद करने से इनकार कर दिया था। इस कानून के मुताबिक, अम्मोनी और मोआबी लोग एक जाति के तौर पर इसराएल राष्ट्र का हिस्सा नहीं बन सकते थे। इस वजह से उन्हें वे अधिकार और फायदे नहीं मिलते जो इसराएलियों को मिलते थे। लेकिन इसका यह मतलब नहीं कि अम्मोनियों और मोआबियों में से कोई भी इसराएलियों से मेल-जोल नहीं रख सकता था या उनके बीच नहीं रह सकता था। उन जातियों में से कुछ लोगों को ऐसा करने की इजाज़त दी गयी और इस तरह उन्होंने उन आशीषों से फायदा पाया जो यहोवा इसराएलियों को दे रहा था। इसका एक उदाहरण है, सेलेक जो एक अम्मोनी था और दाविद के वीर योद्धाओं में से एक था और दूसरा उदाहरण है, रूत जो एक मोआबी औरत थी।—रूत 1:4, 16-18.
w১৩ ৮/১৫ ৪ ¶৫-৬
तुम्हें पवित्र कामों के लिए अलग किया गया है
5 नहेमायाह 13:4-9 पढ़िए। आज हम बुरे लोगों से घिरे हुए हैं, इसलिए हमारे लिए पवित्र बने रहना आसान नहीं है। एल्याशीब और तोबिय्याह के उदाहरण पर गौर कीजिए। एल्याशीब महायाजक था और तोबिय्याह एक अम्मोनी था, जो शायद फारस के राजा के लिए काम करता था। तोबिय्याह और उसके साथियों ने नहेमायाह को यरूशलेम की दीवार बनाने से रोकने की कोशिश की थी। (नहे. 2:10) अम्मोनियों का मंदिर में कदम रखना मना था। (व्यव. 23:3) तो फिर महायाजक एल्याशीब, तोबिय्याह जैसे इंसान को मंदिर की कोठरी में रहने की इजाज़त कैसे दे सकता था?
6 तोबिय्याह एल्याशीब का करीबी दोस्त बन गया था। तोबिय्याह और उसके बेटे यहोहानान ने यहूदी स्त्रियों से शादी कर ली थी, और बहुत-से यहूदी तोबिय्याह की तारीफ किया करते थे। (नहे. 6:17-19) इसके अलावा, एल्याशीब के एक पोते की शादी, सामरिया के राज्यपाल सम्बल्लत की बेटी से हुई थी। और सम्बल्लत तोबिय्याह के सबसे करीबी दोस्तों में से था। (नहे. 13:28) इसलिए हम अंदाज़ा लगा सकते हैं कि क्यों महायाजक एल्याशीब, अविश्वासी और विरोधी तोबिय्याह की बातों में आ गया। लेकिन नहेमायाह ने यहोवा की तरफ वफादारी दिखाते हुए तोबिय्याह का सारा घरेलू सामान कोठरी के बाहर फेंक दिया।
w৯৬ ৩/১৫ ১৬ ¶৬
निष्ठा की कसौटी पर खरा उतरना
6 यदि हम यहोवा परमेश्वर के प्रति निष्ठावान हैं, तो हम उन सभी के साथ मित्रता नहीं करेंगे जो उसके शत्रु हैं। इसीलिए शिष्य याकूब ने लिखा: “हे व्यभिचारिणियो, क्या तुम नहीं जानतीं, कि संसार से मित्रता करनी परमेश्वर से बैर करना है? सो जो कोई संसार का मित्र होना चाहता है, वह अपने आप को परमेश्वर का बैरी बनाता है।” (याकूब 4:4) हम वह निष्ठा रखनी चाहते हैं जिसका प्रमाण राजा दाऊद ने दिया जब उसने कहा: “हे यहोवा, क्या मैं तेरे बैरियों से बैर न रखूं, और तेरे विरोधियों से रूठ न जाऊं? हां, मैं उन से पूर्ण बैर रखता हूं; मैं उनको अपना शत्रु समझता हूं।” (भजन 139:21, 22) हम किसी हठीले पापियों के साथ मिलना-जुलना नहीं चाहते, क्योंकि हमारे और उनके बीच कुछ भी समान नहीं है। क्या परमेश्वर के प्रति निष्ठा हमको यहोवा के ऐसे किसी भी शत्रु के साथ संगति करने से नहीं रोकती, वह चाहे व्यक्तिगत रूप से हो या टॆलीविज़न के माध्यम से?
আধ্যাত্মিক ৰত্ন বিচাৰক
it-২ ৪৫২ ¶৯
সংগীত
মন্দিৰত গীত গোৱাটো এটা গুৰুত্বপূৰ্ণ কাম আছিল। এইদৰে কোৱাৰ কাৰণ হৈছে বাইবেলৰ বহুতো পদত গায়কসকলৰ বিষয়ে কোৱা হৈছে। ইয়াৰ উপৰিও গায়কসকলক এনে “কামৰ পৰা মুক্ত” কৰা হৈছিল, যি আন লেবীসকলে কৰিবলগীয়া হৈছিল যাতে তেওঁলোকে গীত গোৱাত সম্পূৰ্ণ ধ্যান দিব পাৰে। (১বং. ৯:৩৩) যেতিয়া যিহূদীসকলে বাবিলৰ পৰা উভতি আহিছিল, তেতিয়াও গায়কসকলক লেবীসকলতকৈ বেলেগ বুলি কোৱা হৈছিল। ইয়াৰ পৰা জানিব পাৰি যে গায়কসকল, লেবীসকলেৰে গঠিত বিশেষ দল আছিল। (ইজ্ৰা ২:৪০, ৪১) আনকি পাৰস্যৰ ৰজা অতক্ষত্ৰই আন বিশেষ দলবোৰৰ লগতে গায়কসকলকো ‘কৰ আৰু মাচুল’ দিবলৈ ৰেহাই দিছিল। (ইজ্ৰা ৭:২৪) পাছত ৰজাই গায়কসকলক “প্ৰতিদিনৰ খোৰাকী” অৰ্থাৎ আহাৰ দিবলৈ আজ্ঞা দিছিল। আচলতে এই আদেশ হয়তো ইজ্ৰাই দিছিল, কিয়নো এনে কৰাৰ অধিকাৰ তেওঁ ৰজাৰ পৰাই পাইছিল। (নহি ১১:২৩; ইজ্ৰা ৭:১৮-২৬) ইয়াৰ পৰা জানিব পাৰি যে গায়কসকল লেবী আছিল, কিন্তু বাইবেলত তেওঁলোকক এটা বিশেষ দল বুলি কোৱা হৈছে। সেইবাবে, পদত ‘গায়ক আৰু লেবীয়া’ বুলি লিখা আছে।—নহি ৭:১; ১৩:১০.