ডিচেম্বৰ ১১-১৭
ইয়োব ২৫-২৭
গীত ৩৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“নিৰ্দোষী হৈ থাকিবলৈ সিদ্ধ হোৱাৰ প্ৰয়োজন নাই”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইয়ো ২৬:১৪—আমি সৃষ্টিৰ বিষয়ে বহুত কম কথা জানোঁ, তথাপিও সেইবোৰৰ ওপৰত ধ্যান দিলে আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ? (W১৬.১১-HI ৯-১০ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইয়ো ২৫:১–২৬:১৪ (শিক্ষা অধ্যায় ১২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। যদি সেই ব্যক্তিজনে কোনো এটা বিষয়ত বেছিকৈ জানিব বিচাৰে তেনেহ’লে সেই ব্যক্তিজনক জনাওক যে তেওঁ jw.org-ত তাৰ লগত জড়িত তথ্য কেনেকৈ বিচাৰিব পাৰে। (শিক্ষা অধ্যায় ১৭)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১৩ ভাগ ১-৩ (শিক্ষা অধ্যায় ১৫)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আমি নিজৰ চিন্তাধাৰাতো নিৰ্দোষী হোৱা উচিত”: (৫ মি.) আলোচনা।
সংগঠনে লাভ কৰা সফলতা: (১০ মি.) ডিচেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩৮ ভাগ ১-৪
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১৪১ আৰু প্ৰাৰ্থনা