ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 নৱেম্বৰ পৃষ্ঠা ১১
  • আমি নিজৰ চিন্তাধাৰাতো নিৰ্দোষী হোৱা উচিত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি নিজৰ চিন্তাধাৰাতো নিৰ্দোষী হোৱা উচিত
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ শাখা প্ৰতিনিধিৰ লগত চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
  • আপোনাৰ প্ৰগতিৰ বিষয়ে লিখক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 নৱেম্বৰ পৃষ্ঠা ১১
এজনী ভনীয়ে খিৰিকীৰ পৰা বাহিৰলৈ চাই আছে আৰু তাইৰ চেহেৰাত সন্তুষ্টি দেখিবলৈ পোৱা গৈছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আমি নিজৰ চিন্তাধাৰাতো নিৰ্দোষী হোৱা উচিত

আমি যি কওঁ আৰু কাম কৰোঁ কেৱল সেই বিষয়বোৰতে নিৰ্দোষী হৈ থকাটোৱে যথেষ্ট নহয়। আমি নিজৰ চিন্তাধাৰাতো নিৰ্দোষী হৈ থকা উচিত। (গীত ১৯:১৪) সেইবাবে যি সত্য, যি আদৰণীয়, যি ন্যায়, যি শুদ্ধ, যি প্ৰিয়, যি সুখ্যাতিযুক্ত, যি সদ্‌গুণ আৰু যি প্ৰশংসাৰ যোগ্য, সেইবোৰ কথা ভাবিবলৈ বাইবেলে আমাক উৎসাহিত কৰিছে। (ফিলি ৪:৮) এয়া সঁচা যে বেয়া চিন্তাবোৰ আমাৰ মনলৈ অহাত আমি বাধা দিব নোৱাৰোঁ। কিন্তু যদি আমি আত্মসংযম ৰাখোঁ তেনেহ’লে আমি মনৰ পৰা বেয়া চিন্তাবোৰ উলিয়াব পাৰিম আৰু ভাল কথাবোৰ চিন্তা কৰিব পাৰিম। ভাল কথাবোৰ ভাবিলে আমি ভাল কামবোৰ কৰিব পাৰিম আৰু ইয়াৰ যোগেদি নিৰ্দোষী হৈ থাকিম।—মাৰ্ক ৭:২১-২৩.

আমি কেনেকৈ বেয়া চিন্তাৰ পৰা আঁতৰি থাকিব পাৰোঁ তাৰ বিষয়ে পদবোৰৰ তলত লিখক:

ৰোম ১২:৩

লূক ১২:১৫

মথি ৫:২৮

ফিলি ৩:১৩

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক