ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 নৱেম্বৰ পৃষ্ঠা ১৩
  • সাক্ষীসকলৰ নাম ভাল হৈ থাকিবলৈ মই কি কৰিব পাৰোঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সাক্ষীসকলৰ নাম ভাল হৈ থাকিবলৈ মই কি কৰিব পাৰোঁ?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ শাখা প্ৰতিনিধিৰ লগত চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
  • বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 নৱেম্বৰ পৃষ্ঠা ১৩

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সাক্ষীসকলৰ নাম ভাল হৈ থাকিবলৈ মই কি কৰিব পাৰোঁ?

যিহোৱাৰ সাক্ষীসকল কেনে লোক হয় আৰু তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা তাৰ প্ৰতি লোকসকলে ধ্যান দিয়ে। (১কৰি ৪:৯) সেইবাবে, আমি নিজকে এইদৰে সোধা উচিত, ‘মোৰ কথা আৰু কামৰ পৰা যিহোৱাৰ মহিমা হয়নে?’ (১পিত ২:১২) ইমান বছৰ ধৰি যিহোৱাৰ সাক্ষীসকলে ভাল নাম অৰ্জন কৰিছে। সেইবাবে, আমি এনে একো কাম কৰিব নিবিচাৰোঁ যাৰ বাবে যিহোৱাৰ নাম বেয়া হয়।—উপ ১০:১.

তলত দিয়া কিছুমান পৰিস্থিতিত এজন খ্ৰীষ্টানে কি কৰা উচিত আৰু তেওঁ বাইবেলৰ কোনবোৰ সিদ্ধান্তৰ পৰা সহায় পাব পাৰে:

  • সাক্ষী নোহোৱা এজন ব্যক্তিয়ে খঙেৰে আপোনাক বেয়াকৈ কৈছে

  • আপোনাৰ ঘৰৰ বস্তুবোৰ ইফালে-সিফালে পৰি আছে, আপোনাৰ কাপোৰ বা গাড়ী লেতেৰা হৈ আছে

  • আপোনাৰ এলেকাৰ কোনো নিয়ম আপোনাক ভাল লগা নাই বা মানিবলৈ কঠিন লাগিছে

ছবি: “আমি সত্যৰ বাবে আনৰ হৃদয়ত প্ৰেম আৰু কৃতজ্ঞতা বঢ়াও” ভিডিঅʼখনৰ দৃশ্য। ১. এজন ভায়ে এখন কিতাপত অনুসন্ধান কৰি আছে। ২. এজন ভাই আৰু এজনী ভনীয়ে বেলেগ বেলেগ কিতাপত অনুসন্ধান কৰি তথ্যবোৰ গোটাই আছে। ৩. “জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন” ব্ৰচাৰখনৰ ওচৰত বহুতো তথ্য থোৱা হৈছে, যাৰ আধাৰত সেই ব্ৰচাৰখন তৈয়াৰ কৰা হৈছিল। ৪. এগৰাকী তিৰোতাই নিজৰ মোবাইলত jw.org ৱেবছাইট চাই আছে।

সাক্ষীসকলৰ নাম ভাল হৈ থাকিবলৈ লেখন বিভাগত অনুসন্ধান কৰা ভাই-ভনীসকলে কি কৰে?

আমি সত্যৰ বাবে আনৰ হৃদয়ত প্ৰেম আৰু কৃতজ্ঞতা বঢ়াও নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

সংগঠনে সঠিক তথ্য দিবলৈ যি পৰিশ্ৰম কৰে তাৰ বিষয়ে কোনটো কথা আপোনাক ভাল লাগিল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক