ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মাৰ্চ পৃষ্ঠা ৮
  • মাৰ্চ ২৫-৩১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ২৫-৩১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মাৰ্চ পৃষ্ঠা ৮

মাৰ্চ ২৫-৩১

গীতমালা ২২

গীত ১৯ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

এজন ৰোমী সৈনিকে যীচুৰ কাপোৰখন ভালদৰে চাই আছে, আনহাতে বাকী দুজন সৈনিক কাপোৰখন নিজৰ মাজত ভগাই লʼবলৈ চিঠি খেলি আছে।

সৈনিকসকলে যীচুৰ কাপোৰখন নিজৰ মাজত ভগাই লʼবলৈ চিঠি খেলি আছে।

১. যীচুৰ মৃত্যুৰ লগত জড়িত ভৱিষ্যবাণীবোৰ

(১০ মি.)

লোকসকলে ভাবিলেহেঁতেন যে ঈশ্বৰে যীচুক এৰি দিলে (গীত ২২:১; w২১.০৪ ৩০ ¶১)

যীচুক ঠাট্টা কৰা হʼলহেঁতেন (গীত ২২:৭, ৮; w১১-HI ৮/১৫ ১৪-১৫ ¶১৩)

যীচুৰ কাপোৰখনৰ বাবে চিঠি খেলোৱা হʼলহেঁতেন (গীত ২২:১৮; w১১-HI ৮/১৫ ১৫ ¶১৪; বেটুপাতত দিয়া ছবিখন চাওক)

প্ৰমোদবনত এজনী ভনী গছৰ তলত বহি আছে। তাইৰ ওচৰত এটা পাহাৰীয়া সিংহ বহি আছে আৰু সৰু-ডাঙৰ লামা (আমেৰিকাত পোৱা পোহনীয়া জন্তু) ঘাঁহ খাই আছে।

নিজকে সোধক: ‘গীতমালা ২২-ৰ পৰা মচীহৰ বিষয়ে কৰা আন ভৱিষ্যবাণীবোৰো পূৰ হʼব বুলি মোৰ বিশ্বাস কেনেকৈ বাঢ়ে, যেনে মীখা ৪:৪ পদৰ ভৱিষ্যবাণী?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ২২:২২—আমি কি দুটা উপায়েৰে মণ্ডলীত যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ? (w২২.০৪ ৭ ¶১২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ২২:১-১৯ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৪)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। এনে এজন চিনাকি লোকৰ লগত পুনৰ কথা পাতক যাক আপুনি স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছিল। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)

৬. ভাষণ

(৫ মি.) w২০.০৭ ১২-১৩ ¶১৪-১৭—বিষয়: বাইবেলৰ ভৱিষ্যবাণীবোৰৰ পৰা কেনেকৈ আমাৰ বিশ্বাস মজবুত হয়। (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৯৫

৭. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৮ ভাগ ১-৪

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৯০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক