ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মাৰ্চ পৃষ্ঠা ১২
  • এপ্ৰিল ১৫-২১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ১৫-২১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মাৰ্চ পৃষ্ঠা ১২

এপ্ৰিল ১৫-২১

গীতমালা ২৯-৩১

গীত ১০৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ঈশ্বৰে আমাক প্ৰেম কৰাৰ বাবে শুধৰণি কৰে

(১০ মি.)

যেতিয়া দায়ূদে যিহোৱাৰ আজ্ঞা নামানিলে, তেতিয়া যিহোৱাই নিজৰ মুখ লুকুৱালে (গীত ৩০:৭; it-১-E ৮০২ ¶৩)

দায়ূদে অনুতাপ কৰিলে আৰু যিহোৱাৰ পৰা দয়াৰ বাবে মিনতি কৰিলে (গীত ৩০:৮)

যিহোৱাই সদায় দায়ূদক খং কৰি নাথাকিলে (গীত ৩০:৫; w২০.০২ ২৪ ¶১৮)


দায়ূদে ইস্ৰায়েলীসকলৰ গণনা কৰি পাপ কৰাৰ পাছতহে হয়তো গীতমালা ৩০-ত উল্লেখ কৰা ঘটনাতো ঘটিছিল।—২চমূ ২৪:২৫.

বহিষ্কাৰ হোৱা এজন ব্যক্তিয়ে ৰাজ্যগৃহৰ ভিতৰলৈ যোৱাৰ আগতে নিজৰ গাড়ীত প্ৰাৰ্থনা কৰি আছে।

ধ্যানৰ বাবে প্ৰশ্ন: যেতিয়া পাপ কৰা ব্যক্তিজনক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰা হয়, তেতিয়া তেওঁৰ কি লাভ হয়? তেওঁ অন্তৰৰ পৰা অনুতাপ কৰিলে বুলি কেনেকৈ দেখুৱাব পাৰে?—w২১.১০ ৬ ¶১৮.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৩১:৭—যেতিয়া চিন্তাই আমাক আগুৰি ধৰে, তেতিয়া এই পদৰ পৰা আমি কেনেকৈ সহায় পাব পাৰোঁ? (wp২৩.১-HI ৬ ¶১)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৩১:১-২৪ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(১ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। এজন ব্যস্ত ব্যক্তিক চমুকৈ প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। এগৰাকী মাতৃক লʼৰা-ছোৱালীৰ বিষয়ে ভিডিঅʼ দেখুৱাওক আৰু জনাওক যে এই ভিডিঅʼবোৰ কʼত পোৱা যায়। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)

৬. পুনৰ লগ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। আগতে বাইবেল অধ্যয়ন কৰিবলৈ মানা কৰা এজন ব্যক্তিক সোধক যে তেওঁ এতিয়া অধ্যয়ন কৰিব বিচাৰে নে। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৩)

৭. বাইবেল অধ্যয়ন কৰক

(৪ মি.) এক অনন্ত জীৱন! পাঠ ১৪ ভাগ ৫ (শিক্ষা অধ্যায় ৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৪৫

৮. আমি কিয় বিশ্বাস কৰোঁ . . . ঈশ্বৰৰ প্ৰেমৰ ওপৰত

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

এই অনুভৱৰ পৰা আমি ঈশ্বৰৰ প্ৰেমৰ বিষয়ে কি জানিব পাৰোঁ?

৯. স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনা কাৰ্য্যক্ৰমৰ বিষয়ে তথ্য—২০২৪

(৮ মি.) ভাষণ। ভিডিঅʼখন দেখুৱাওক।

১০. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৯ ভাগ ৬ আৰু আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১৩০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক