ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মে’ পৃষ্ঠা ৫-১৬
  • মে’ ২০-২৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ২০-২৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মে’ পৃষ্ঠা ৫-১৬

মে’ ২০-২৬

গীতমালা ৪০-৪১

গীত ১০২ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. আমি কিয় আনক সহায় কৰা উচিত?

(১০ মি.)

এইদৰে কৰিলে আমি আনন্দ লাভ কৰোঁ (গীত ৪১:১; w১৮.০৮-HI ২২ ¶১৬-১৮)

যদি আমি এইদৰে কৰোঁ, তেতিয়াহে যিহোৱাই আমাক সহায় কৰিব (গীত ৪১:২-৪; w১৫-HI ১২/১৫ ২৪ ¶৭)

ইয়াৰ যোগেদি যিহোৱাৰ মহিমা হয় (গীত ৪১:১৩; w১৭.০৯-HI ১২ ¶১৭)

এজনী যুৱতী ভনীয়ে এগৰাকী বৃদ্ধ ভনীক টেবলেট চলাবলৈ শিকাই আছে।

নিজকে সোধক, ‘মণ্ডলীত এনে কোনো ভাই বা ভনী আছে নে, যাক JW লাইব্ৰেৰী এপ চলাবলৈ সহায়ৰ প্ৰয়োজন আছে? মই তেওঁক সহায় কৰিব পাৰোঁ নে?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৪০:৫-১০—যদি আমি যিহোৱাক গোটেই বিশ্বৰ মালিক বুলি ভাবোঁ, তেনেহʼলে আমি কি কৰিম? (it-২-E ১৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৪০:১-১৭ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। আনন্দত থকা এজন ব্যক্তিৰ লগত কথা পাতক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। দুখত থকা এজন ব্যক্তিৰ লগত কথা পাতক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৫)

৬. পুনৰ লগ কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৪, ভাগ ৬. বিদ্যাৰ্থীক সভাত ভাগ লʼবলৈ ভয় লাগে। তেওঁৰ লগত “বেছিকৈ জানক” ভাগত দিয়া “মণ্ডলীত যিহোৱা ঈশ্বৰৰ প্ৰশংসা কৰক” লেখৰ পৰা এটা ভাগ আলোচনা কৰক। (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১৩৮

৭. বৃদ্ধ ভাই-ভনীসকলৰ বাবে ভাল কাম কৰক

(১৫ মি.) আলোচনা।

যিহোৱা আৰু আমি সকলোৱে মণ্ডলীৰ বৃদ্ধ ভাই-ভনীসকলক মূল্যাংকন কৰোঁ, কিয়নো তেওঁলোকে বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰে। (ইব্ৰী ৬:১০) তেওঁলোকে বহু বছৰৰ পৰা ভাই-ভনীসকলক শিকাবলৈ, বেলেগ বেলেগ কামৰ ট্ৰেইনিং দিবলৈ আৰু উৎসাহিত কৰিবলৈ কঠিন পৰিশ্ৰম কৰিছে। তেওঁলোকে হয়তো বহুতো উপায়েৰে আপোনাকো সহায় কৰিছিল। গতিকে তেওঁলোকে এতিয়ালৈকে যি কৰিলে আৰু এতিয়াও কৰি আছে, তাৰ বাবে আপুনি তেওঁলোকক কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰে?

“ভাই-ভনীসকলৰ বাবে ভাল কাম কৰক” নামৰ ভিডিঅʼখনৰ দৃশ্য। কিছুমান ভাই-ভনীয়ে ভাই হʼজিনক ঘৰৰ বাহিৰত চাফ-চিকূণ কৰিবলৈ সহায় কৰি আছে।

ভাই-ভনীসকলৰ বাবে ভাল কাম কৰক ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • জীহোনে ভাই হʼজিন কাংগৰ পৰা কি শিকিলে?

  • মণ্ডলীৰ বৃদ্ধ ভাই-ভনীসকলক আপুনি কিয় মূল্যৱান বুলি ভাবে?

  • দয়ালু চমৰীয়াৰ উদাহৰণৰ পৰা আমি কি শিকিলোঁ?

  • জীহোনে ভাই হʼজিন কাংগক সহায় কৰিবলৈ আন ভাই-ভনীসকলক লগত লৈ যোৱাটো কিয় ভাল আছিল?

যদি আমি চিন্তা কৰোঁ যে আমাৰ মণ্ডলীৰ বৃদ্ধ ভাই-ভনীসকলক কিহৰ প্ৰয়োজন আছে, তেনেহʼলে আমি তেওঁলোকক সহায় কৰাৰ বহুতো উপায় পাম। যেতিয়া আপুনি গম পাই যে কোনো বৃদ্ধ ভাই বা ভনীক কিবা সহায়ৰ প্ৰয়োজন আছে, তেতিয়া চিন্তা কৰক যে আপুনি তেওঁক সহায় কৰিব পাৰিব নে।—যাকো ২:১৫, ১৬.

গালাতীয়া ৬:১০ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • আপুনি কি কি উপায়েৰে মণ্ডলীৰ বৃদ্ধ ভাই-ভনীসকলৰ বাবে ভাল কাম কৰিব পাৰে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫৩

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৩৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক