ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মে’ পৃষ্ঠা ১৪-১৫
  • জুন ২৪-৩০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ২৪-৩০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মে’ পৃষ্ঠা ১৪-১৫

জুন ২৪-৩০

গীতমালা ৫৪-৫৬

গীত ৪৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ঈশ্বৰ আপোনাৰ লগত আছে

(১০ মি.)

যেতিয়া আপোনাক ভয় লাগে, তেতিয়া দায়ূদৰ দৰে যিহোৱাৰ ওপৰত ভৰসা ৰাখক (গীত ৫৬:১-৪; w০৬-HI ৮/১ ২৩-২৪ ¶১০-১১)

যেতিয়া আপুনি ধৈৰ্য্য ধৰে, তেতিয়া যিহোৱাই তাৰ মূল্যাংকন কৰে আৰু আপোনাক সহায়ো কৰিব (গীত ৫৬:৮; cl-HI ২৪৩-২৪৪ ¶৯)

যিহোৱাই আপোনাৰ লগত আছে। তেওঁ আপোনাৰ এনে কোনো লোকচান হʼব নিদিয়ে, যি ঠিক কৰাটো অসম্ভৱ (গীত ৫৬:৯-১৩; ৰোম ৮:৩৬-৩৯; w২২.০৬ ১৮ ¶১৬-১৭)

এজনী ভনী বহুত চিন্তিত আছে আৰু তাই যিহোৱালৈ প্ৰাৰ্থনা কৰি আছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৫৫:১২, ১৩—যিহূদাই যীচুৰ লগত বিশ্বাসঘাত কৰিব বুলি যিহোৱাই আগতীয়াকৈ নিৰ্ধাৰিত কৰিছিল নে? (it-১-E ৮৫৭-৮৫৮)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৫৫:১-২৩ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। আমি লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰোঁ বুলি কওক। তাৰ পাছত তেওঁক বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ১১)

৫. পুনৰ লগ কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৪)

৬. ভাষণ

(৫ মি.) w২৩.০১ ২৯-৩০ ¶১২-১৪—বিষয়: যীচুক প্ৰেম কৰাৰ বাবে আমি সাহসেৰে কাম কৰোঁ। ছবিও দেখুৱাওক। (শিক্ষা অধ্যায় ৯)

বাচত এজনী ভনীয়ে দেখিলে যে এজনী ছোৱালী বহুত নিৰাশ হৈ বহি আছে। ভনীৰ হাতত “জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম?” নামৰ ট্ৰেক্টখন আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১৫৩

৭. আমি আনন্দত থাকিব পাৰোঁ . . . তৰোৱাল থকাৰ সত্ত্বেও

(৫ মি.) আলোচনা।

“আমি আনন্দত থাকিব পাৰোঁ . . . তৰোৱাল থকাৰ সত্ত্বেও” নামৰ ভিডিঅʼখনৰ দৃশ্য। ভাই ডুগবে নিজৰ অতীতৰ কথা মনত পেলাই আছে।

ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যেতিয়া আপোনাৰ ভয় লাগে, তেতিয়া তাৰ সন্মুখীন হʼবলৈ ভাই ডুগবেৰ পৰা আপুনি কি শিকিব পাৰে?

৮. সংগঠনে লাভ কৰা সফলতা

(১০ মি.) জুন মাহৰ ভিডিঅʼখন দেখুৱাওক।

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫৭

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১২৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক