ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মে’ পৃষ্ঠা ১২-১৩
  • জুন ১৭-২৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ১৭-২৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মে’ পৃষ্ঠা ১২-১৩

জুন ১৭-২৩

গীতমালা ৫১-৫৩

গীত ৮৯ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. গম্ভীৰ পাপ কৰাৰ পৰা দূৰত থাকিবলৈ কি পদক্ষেপ লোৱা উচিত?

(১০ মি.)

আপোনাৰ পৰা কেতিয়াও ভুল নহʼব বুলি নাভাৱিব, কিয়নো সকলো মানুহৰ ভিতৰত পাপ কৰাৰ ইচ্ছা থাকে (গীত ৫১:৫; ২কৰি ১১:৩)

যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক মজবুত কৰি তোলা কামবোৰ কৰক (গীত ৫১:৬; w১৯.০১-HI ১৫ ¶৪-৫)

যদি আপোনাৰ মনত বেয়া চিন্তা বা ইচ্ছা আহে, তেনেহʼলে ইয়াক লগে লগে উলিয়াই পেলাওক (গীত ৫১:১০-১২; w১৫-HI ৬/১৫ ১৪ ¶৫-৬)

ছবি: এজন ডেকা ভায়ে যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিবলৈ পৰিশ্ৰম কৰি আছে। ১. তেওঁ বাইবেল পঢ়ি আছে। ২. তেওঁ হৃদয়েৰে প্ৰাৰ্থনা কৰি আছে। ৩. তেওঁ এখন সভাত উত্তৰ দি আছে। ৪. তেওঁ কাৰ্ট লগাই প্ৰচাৰ কৰি আছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৫২:২-৪—এই পদবোৰৰ পৰা দোৱেগৰ বিষয়ে কি জানিব পাৰি? (it-১-E ৬৪৪)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৫১:১-১৯ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৪)

৬. পুনৰ লগ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক ঈশ্বৰৰ নামৰ বিষয়ে শিকাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)

৭. বাইবেল অধ্যয়ন কৰক

(৪ মি.) এক অনন্ত জীৱন! পাঠ ১৪ ভাগ ৭ আৰু “কিছুমান লোকে কয়” (লোকসকলক প্ৰেম কৰক পাঠ ১১ ভাগ ৫)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১১৫

৮. ভুল হʼলে কি কৰিব পাৰোঁ?

(১৫ মি.) আলোচনা।

ছবি: “মোৰ কিশোৰ জীৱন—ভুল হʼলে মই কি কৰিম?” নামৰ ভিডিঅʼখনৰ দৃশ্য। ১. টলিলা। ২. হʼজে।

আমি যিমানেই চেষ্টা নকৰোঁ কিয় আমাৰ পৰা ভুল হৈ যায়। (১যোহ ১:৮) এনে পৰিস্থিতিত যিহোৱাৰ আগত নিজৰ ভুল মানি লোৱা উচিত আৰু তেওঁৰ পৰা ক্ষমা বিচৰা উচিত। (১যোহ ১:৯) ভুল স্বীকাৰ কৰিলে আমি লাজত পৰিম বা কিবা শাস্তি পাম বুলি ভয় কৰা উচিত নহয়। কিন্তু ভুল শুধৰণি কৰাৰ প্ৰথম পদক্ষেপ হৈছে যিহোৱালৈ প্ৰাৰ্থনা কৰা।

গীতমালা ৫১:১, ২, ১৭ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যদি আমাৰ পৰা কিবা গম্ভীৰ পাপ হৈ যায়, তেনেহʼলে আমি কিয় যিহোৱাৰ পৰা সহায় বিচৰা উচিত?

মোৰ কিশোৰ জীৱন—ভুল হʼলে মই কি কৰিম? ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • হʼজে আৰু টলিলাই কি কৰিলে, যাৰ বাবে তেওঁলোকে আগলৈ ডাঙৰ ডাঙৰ পাপ কৰিলে?

  • নিজৰ ভুল শুধৰণি কৰিবলৈ তেওঁলোকে কি পদক্ষেপ লʼলে?

  • ইয়াৰ পৰা তেওঁলোকৰ কি লাভ হʼল?

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫৬ আৰু টোকা ৬, ৭

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১০১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক