ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মে’ পৃষ্ঠা ১০-১১
  • জুন ১০-১৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ১০-১৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মে’ পৃষ্ঠা ১০-১১

জুন ১০-১৬

গীতমালা ৪৮-৫০

গীত ১২৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ সংগঠনৰ ওপৰত ভৰসা কৰিবলৈ শিকাওক

(১০ মি.)

নিজৰ লʼৰা-ছোৱালীক যিহোৱা আৰু তেওঁৰ সংগঠনৰ কাষ চাপিবলৈ সহায় কৰক (গীত ৪৮:১২, ১৩; w২২.০৩ ২২ ¶১১)

নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ সংগঠনৰ ইতিহাসৰ বিষয়ে জনাওক (w১২-HI ৮/১৫ ১২ ¶৫)

যিহোৱাৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনাবোৰ আমি পালন কৰা উচিত বুলি নিজৰ উদাহৰণৰ পৰা লʼৰা-ছোৱালীক শিকাওক (গীত ৪৮:১৪)

ছবি: ১. এজন পিতৃয়ে নিজৰ লʼৰাৰ লগত “যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ সংগঠিত” (হিন্দী) কিতাপৰ পৰা এটা বিষয়ৰ ওপৰত আলোচনা কৰি আছে। ২. এটা পৰিয়ালে JW ব্ৰডকাষ্টিং চাই আছে। ৩. আন এটা পৰিয়ালে এখন বেথেলৰ মিউজিয়াম চাই আছে। ৪. এগৰাকী মাতৃয়ে “যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক কিতাপ” (ইংৰাজী) আৰু “যিহোৱাচ্‌ উইটনেচেচ্‌—প্ৰক্লেইমাৰ্চ্‌ অৱ গডচ্‌ কিংডম” এই দুখন কিতাপৰ পৰা নিজৰ ছোৱালীজনীক শিকাই আছে।

পাৰিবাৰিক উপাসনাৰ উপায়: মাজে-সময়ে jw.org-ত “আমাৰ সংগঠন” নামৰ ভাগত দিয়া কোনো এখন ভিডিঅʼ চাওক আৰু আলোচনা কৰক।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৪৯:৬, ৭—ইস্ৰায়েলীসকলে নিজৰ ধন-সম্পত্তিৰ বিষয়ে কি কথা মনত ৰখাৰ প্ৰয়োজন আছিল? (it-২-E ৮০৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৫০:১-২৩ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. সাহসেৰে কথা পাতক—যীচুৱে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ৬ ভাগ ১-২ আলোচনা কৰক।

৫. সাহসেৰে কথা পাতক—যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ৬ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৭৩

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৭. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫৫ ভাগ ৫ আৰু আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৮৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক