ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মে’ পৃষ্ঠা ৮-৯
  • জুন ৩-৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ৩-৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মে’ পৃষ্ঠা ৮-৯

জুন ৩-৯

গীতমালা ৪৫-৪৭

গীত ২৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যীচু খ্ৰীষ্ট আৰু তেওঁৰ কইনা এজনে-আনজনৰ হাত ধৰি আছে আৰু স্বৰ্গৰ পৰা পৃথিৱীলৈ চাই আছে।

যীচু খ্ৰীষ্ট নিজৰ কইনাৰ লগত আছে, যি ১,৪৪,০০০ জন লোকক চিত্ৰিত কৰে

১. এজন ৰজাৰ বিয়াৰ বিষয়ে এটি গীত

(১০ মি.)

গীতমালা ৪৫-ত ঈশ্বৰৰ ৰাজ্যৰ ৰজাৰ বিয়াৰ বিষয়ে কোৱা হৈছে (গীত ৪৫:১, ১৩, ১৪; w১৪-HI ২/১৫ ৯-১০ ¶৮-৯)

ৰজাৰ বিয়া হৰমাগিদোনৰ পাছত হʼব (গীত ৪৫:৩, ৪; w২২.০৫ ১৭ ¶১০-১২)

এই বিয়াৰ বাবে সকলো মানুহে আশীৰ্বাদ পাব (গীত ৪৬:৮-১১; it-২-E ১১৬৯)


নিজকে সোধক, ‘এই বিয়াৰ বিষয়ে জানি মোৰ মন আনন্দত “উপচি পৰিছে” নে? মোৰ মনে ৰজা যীচু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা শুনাবলৈ উৎসাহিত কৰে নে?’ —গীত ৪৫:১.

বহুতো দম্পতীয়ে প্ৰমোদবনত জীৱনৰ আনন্দ লৈ আছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৪৫:১৬—এই পদৰ পৰা প্ৰমোদবনৰ বিষয়ে কি জানিব পাৰি? (w১৭.০৪-HI ১১-১২ ¶৯)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৪৫:১-১৭ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৩)

৫. ভাষণ

(৫ মি.) w১৪-HI ২/১৫ ৩-৪ ¶৩-৬—বিষয়: গীতমালা ৪৫:১, ২ পদত লিখা কথাৰ অৰ্থ কি? (শিক্ষা অধ্যায় ১৮)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৪ মি.) প্ৰদৰ্শন। যুৱক-যুৱতীসকলৰ প্ৰশ্ন—বিষয়: সমকামিতাৰ বিষয়ে আপুনি কি ভাবে? (লোকসকলক প্ৰেম কৰক পাঠ ৬ ভাগ ৫)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১৩১

৭. পতি-পত্নীসকল, এজনে-আনজনক প্ৰেম দেখুৱাই থাকক

(১০ মি.) আলোচনা।

“সুখী বিবাহিত জীৱনৰ বাবে: মৰম দেখুৱাওক” নামৰ ভিডিঅʼখনৰ দৃশ্য। এহাল দম্পতীয়ে এখন বেঞ্চত বহি আছে আৰু স্বামীয়ে নিজৰ পত্নীৰ কপালত চুমা খাই আছে।

বিয়াৰ দিনটো বহুত আনন্দৰ সময় হয়। (গীত ৪৫:১৩-১৫) সেই দিন বিবাহিত দম্পতীৰ বাবে সকলোতকৈ বেছি আনন্দৰ সময় হয়। গোটেই জীৱন এই আনন্দ বজাই ৰাখিবলৈ তেওঁলোকে কি কৰিব পাৰে? —উপ ৯:৯.

সদায় আনন্দত থাকিবলৈ পতি-পত্নীয়ে একেৰাহে প্ৰেম দেখুৱাই থকাটো অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে ইচাহাক আৰু ৰিবেকাৰ দৰে হোৱা উচিত। বাইবেলত কোৱা হৈছে যে তেওঁলোকৰ বিয়া হোৱা ৩০ বছৰতকৈ বেছি হৈছিল, তথাপিও তেওঁলোকে এজনে-আনজনক প্ৰেম কৰিবলৈ এৰি দিয়া নাছিল। (আদি ২৬:৮) তেওঁলোকৰ দৰে প্ৰেম দেখুৱাবলৈ বিবাহিত দম্পতীক কি কথাই সহায় কৰিব পাৰে?

সুখী বিবাহিত জীৱনৰ বাবে: মৰম দেখুৱাওক ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • কি কি কাৰণৰ বাবে পতি-পত্নীৰ মাজত থকা প্ৰেম কমি যাব পাৰে?

  • তেওঁলোকে এনে কি কৰিব পাৰে যাতে তেওঁৰ জীৱন সংগীয়ে অনুভৱ কৰিব পাৰে যে তেওঁৰ সংগীয়ে তেওঁক প্ৰেম কৰে আৰু তেওঁৰ বিষয়ে চিন্তা কৰে?—পাঁচ ২০:৩৫.

৮. মণ্ডলীৰ প্ৰয়োজনীয়তা

(৫ মি.)

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫৫ ভাগ ১-৪

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৯২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক