ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জুলাই পৃষ্ঠা ২
  • জুলাই ১-৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ১-৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জুলাই পৃষ্ঠা ২

জুলাই ১-৭

গীতমালা ৫৭-৫৯

গীত ১৪৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ৰজা চৌল নিজৰ সৈনিকসকলৰ মাজত থিয় হৈ নিজৰ জামাৰ তল ভাগ যি কটা হৈছে, হাতত লৈ ওপৰ ফালে চায় কথা পাতি আছে।

দায়ূদক বন্দী বনাবলৈ বিফল হোৱাৰ পাছত ৰজা চৌল আৰু তেওঁৰ সৈনিকসকল

১. যিহোৱাই বিৰোধীসকলৰ ষড়যন্ত্ৰক সফল হʼবলৈ নিদিয়ে

(১০ মি.)

দায়ূদে ৰজা চৌলৰ পৰা লোকাই থাকিবলগীয়া হʼল (১ চমূ ২৪:৩; গীত ৫৭, ওপৰৰ লেখ)

যিহোৱাই দায়ূদৰ বিৰোধীসকলৰ ষড়যন্ত্ৰক সফল হʼবলৈ নিদিলে (১ চমূ ২৪:৭-১০, ১৭-২২; গীত ৫৭:৩)

বিৰোধীসকলৰ ষড়যন্ত্ৰ প্ৰায়ে সফল নহয় (গীত ৫৭:৬; bt-HI ২২০-২২১ ¶১৪-১৫)

দেশৰ পৰা উলিয়াই চাইবেৰিয়ালৈ পঠোৱা ভাই-ভনীসকলৰ এটা দল।

নিজকে সোধক, ‘বিৰোধৰ সন্মুখীন হোৱাৰ সময়ত মই কেনেকৈ দেখুৱাব পাৰোঁ যে যিহোৱাৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে?’—গীত ৫৭:২.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৫৭:৭—মন সুস্থিৰ হোৱাৰ অৰ্থ কি? (w২৩.০৭ ১৮-১৯ ¶১৬-১৭)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৫৯:১-১৭ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. সহায় কৰিবলৈ চেষ্টা কৰি থাকক—পৌলে কি কৰিলে?

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ১-২ আলোচনা কৰক।

৫. সহায় কৰিবলৈ চেষ্টা কৰি থাকক—পৌলৰ দৰে আমি কি কৰিব পাৰোঁ?

(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৬৫

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৭. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫৮

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১২৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক