ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জুলাই পৃষ্ঠা ৩
  • জুলাই ৮-১৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ৮-১৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জুলাই পৃষ্ঠা ৩

জুলাই ৮-১৪

গীতমালা ৬০-৬২

গীত ২ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ছবি: ১. এজন ব্যক্তি দৃঢ় দুৰ্গৰ ফালে দৌৰি আছে। ২. এজন ব্যক্তি আনন্দেৰে নিজৰ তম্বু ফালে দেখুৱাই আছে যʼত অতিথিসকলে আহাৰ খাই আছে। ৩. এটা ডাঙৰ শিল।

১. যিহোৱাই আমাক সুৰক্ষা দিয়ে আৰু দৃঢ়তাৰে থিয় হʼবলৈ সহায় কৰে

(১০ মি.)

যিহোৱা দৃঢ় দুৰ্গ হয় (গীত ৬১:৩; it-২-E ১১১৮ ¶৭)

যিহোৱাই আমাক নিজৰ তম্বুত বাস কৰিবলৈ দিয়ে (গীত ৬১:৪; it-২-E ১০৮৪ ¶৮)

যিহোৱা শিলাৰ দৰে হয় (গীত ৬২:২; w০২ ৪/১ ২৪ ¶১৪)


নিজকে সোধক, ‘যিহোৱাৰ বিষয়ে জনা আৰু তেওঁৰ ওপৰত ভৰসা কৰাৰ বাবে মোৰ জীৱন কেনেকৈ আৰু বেছি ভাল হʼল?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৬২:৮—প্ৰাৰ্থনা কৰাৰ সময়ত আমি কি কথা মনত ৰাখিব পাৰোঁ? (w২৩.০৫ ৭ ¶১৮)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৬০:১–৬১:৮ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। এনে এজন ব্যক্তিৰ লগত কথা-বতৰা আৰম্ভ কৰক, যিজনে আপোনাৰ লগত ভালদৰে ব্যৱহাৰ কৰিছে। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক JW লাইব্ৰেৰী এপৰ বিষয়ে জনাওক আৰু এয়া কেনেকৈ ডাউনলʼড কৰিব পাৰে দেখুৱাওক (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৪)

৬. ভাষণ

(৫ মি.) w২২.০২ ৪-৫ ¶৭-১০—বিষয়: নিৰ্দেশনা পালন কৰাৰ সময়ত যিহোৱাৰ ওপৰত ভৰসা কৰক। (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১২

৭. ‘ঈশ্বৰৰ প্ৰেমৰ পৰা কোনো বস্তুৱেই আমাক বিচ্ছিন্ন কৰিব নোৱাৰে’

(১০ মি.) আলোচনা।

ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যেতিয়া ভাই নিৰীণ্ডাই তাড়নাৰ সন্মুখীন হৈছিল, তেতিয়া যিহোৱাই কি কি উপায়েৰে তেওঁক সহায় কৰিছিল?

৮. যিহোৱাৰ বন্ধু হোৱা—বাপ্তিষ্মা লʼবলৈ কি কৰিম?

(৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কিছুমান লʼৰা-ছোৱালীক ষ্টেজলৈ মাতক আৰু তেওঁলোকক সোধক: বাপ্তিষ্মা লʼবলৈ বয়সতকৈ কি গুৰুত্বপূৰ্ণ? বাপ্তিষ্মা লʼবলৈ কি কৰাৰ প্ৰয়োজন?

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫৯ ভাগ ১-৫

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৫৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক