ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 জুলাই পৃষ্ঠা ৪-৫
  • জুলাই ১৫-২১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ১৫-২১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 জুলাই পৃষ্ঠা ৪-৫

জুলাই ১৫-২১

গীতমালা ৬৩-৬৫

গীত ১০৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. “তোমাৰ দয়া জীৱনতকৈয়ো উত্তম”

(১০ মি.)

যিহোৱাৰ লগত ভাল সম্পৰ্ক থকাটো জীৱনতকৈয়ো উত্তম হয় (গীত ৬৩:৩; w০১ ১০/১ ২২ ¶১৭-১৮)

যিহোৱাই আমাক কেনেকৈ প্ৰকৃত প্ৰেম দেখুৱাইছে, সেই বিষয়ে মনন কৰিলে তেওঁৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু বাঢ়ি যায় (গীত ৬৩:৫; w১৯.১২-HI ২৮ ¶৪; w১৫-HI ১০/১৫ ২৪ ¶৭)

যেতিয়া তেওঁৰ প্ৰকৃত প্ৰেমৰ প্ৰতি আমাৰ কৃতজ্ঞতা বাঢ়ে, তেতিয়া আমি আনন্দেৰে তেওঁৰ প্ৰশংসা কৰিবলৈ নিজকে ৰখাব নোৱাৰোঁ (গীত ৬৩:৪, ৬; w০৯-HI ৭/১৫ ১৬ ¶৬)

ছবি: এজনী ভনীয়ে বাইবেল পঢ়ি আছে। ১. তাই আনন্দেৰে আন এগৰাকী ভনীৰ লগত প্ৰচাৰ কৰি আছে। ২. তাই সভাত উত্তৰ দি আছে।

পাৰিবাৰিক উপাসনাৰ উপায়: যিহোৱাই কি কি উপায়েৰে আপোনাৰ কাৰণে প্ৰকৃত প্ৰেম দেখুৱাইছে, সেই বিষয়ে আলোচনা কৰক।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ৬৪:৩—এই পদৰ পৰা ভাল কথা কʼবলৈ আমি কেনেকৈ উৎসাহ পাওঁ? (w০৭-E ১১/১৫ ১৫ ¶৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ৬৩:১–৬৪:১০ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থই আপোনাৰ ভাষা নাজানে। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৪)

৫. কথা-বতৰা আৰম্ভ কৰক

(২ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। আপুনি প্ৰচাৰ কৰাৰ আগতেই কথা-বতৰা সমাপ্ত হৈ যায়। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)

৬. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। ব্যক্তিজনে কি বিষয়ে জানিবলৈ আগ্ৰহী, সেয়া জানিবলৈ চেষ্টা কৰক আৰু পুনৰ লগ কৰিবলৈ ব্যৱস্থা কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৫)

৭. আপুনি কি বিশ্বাস কৰে বুজাওক

(৪ মি.) প্ৰদৰ্শন। সঘনাই সোধা প্ৰশ্ন-HI ৫১—বিষয়: যিহোৱাৰ সাক্ষীসকলে “মই আগ্ৰহী নহওঁ” বুলি কোৱা ব্যক্তিসকলৰ ওচৰলৈ পুনৰ কিয় যায়? (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ১৫৪

৮. ঈশ্বৰৰ কাৰণে নিজৰ প্ৰেম কেনেকৈ প্ৰকাশ কৰিব

(১৫ মি.) আলোচনা।

যিহোৱা “প্ৰকৃত প্ৰেমেৰে পৰিপূৰ্ণ” (গীত ৮৬:১৫; NW) “প্ৰকৃত প্ৰেমৰ” অৰ্থ হৈছে, বিশ্বাস, স্নেহ আৰু একেলগে থকাৰ সঠিক উদ্দেশ্যৰে ভাল পোৱা। যিহোৱাই সকলোকে প্ৰেম কৰে, কিন্তু যিসকলৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক থাকে আৰু তেওঁৰ সেৱা কৰে, তেওঁলোকক তেওঁ প্ৰকৃত প্ৰেম কৰে। (গীত ৩৩:১৮; ৬৩:৩; যোহ ৩:১৬; পাঁচ ১৪:১৭) যিহোৱাই আমাক প্ৰকৃত প্ৰেম কৰে, সেইবাবে আমি তেওঁক প্ৰেম কৰোঁ। কিন্তু আমি এই প্ৰেম কেনেকৈ দেখুৱাব পাৰোঁ? তেওঁৰ আজ্ঞা পালন কৰাৰ যোগেদি। ইয়াৰে এটা উপায় হৈছে ‘শিষ্য বনোৱা।’—মথি ২৮:১৯; ১যোহ ৫:৩.

ঘোষণা কাৰ্য্যত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

তলত দিয়া পৰিস্থিতিত শুভবাৰ্তা জনাবলৈ প্ৰেমে আমাক কেনেকৈ উৎসাহিত কৰিব

    “ঘোষণা কাৰ্য্যত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক” ভিডিঅʼৰ দৃশ্য। পিতৃয়ে কামৰ পৰা ভাগৰি আহি চোফাত শুই আছে।
  • যেতিয়া আমি ভাগৰি জাওঁ?

  • “ঘোষণা কাৰ্য্যত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক” ভিডিঅʼৰ দৃশ্য। পিতৃয়ে নিজৰ লʼৰাৰ লগত প্ৰচাৰ কৰি আছে আৰু গৃহস্থই পিতৃৰ লগত খংগত কথা পাতি আছে।
  • যেতিয়া আমাক বিৰোধ কৰা হয়?

  • “ঘোষণা কাৰ্য্যত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক” ভিডিঅʼৰ দৃশ্য। এগৰাকী মা আৰু তেওঁৰ ছোৱালীয়ে চুপাৰমাৰ্কেটত কাম কৰা এজনী তিৰোতাৰ লগত কথা পাতি আছে।
  • প্ৰতিদিনে কাম কৰোঁতে?

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৫৯ ভাগ ৬ আৰু আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১২৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক