ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr25 জানুৱাৰী পৃষ্ঠা ১-১০
  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৫
  • উপশীৰ্ষক
  • জানুৱাৰী ৬-১২
  • জানুৱাৰী ১৩-১৯
  • জানুৱাৰী ২০-২৬
  • জানুৱাৰী ২৭–ফেব্ৰুৱাৰী ২
  • ফেব্ৰুৱাৰী ৩-৯
  • ফেব্ৰুৱাৰী ১০-১৬
  • ফেব্ৰুৱাৰী ১৭-২৩
  • ফেব্ৰুৱাৰী ২৪–মাৰ্চ ২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৫
mwbr25 জানুৱাৰী পৃষ্ঠা ১-১০

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

© 2024 Watch Tower Bible and Tract Society of Pennsylvania

জানুৱাৰী ৬-১২

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১২৭-১৩৪

পিতৃ-মাতৃসকল—নিজৰ লʼৰা-ছোৱালীৰ যত্ন লৈ থাকক

w২১.০৮ ৫ ¶৯

আপুনি যিহোৱাৰ পৰিয়ালৰ ভাগ হয়

৯ যিহোৱাই মানুহক সন্তান জন্ম দিয়াৰ দক্ষতা দিছে, তেওঁলোকে নিজৰ সন্তানক যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ সেৱা কৰিবলৈ শিকাবলৈও দায়িত্ব দিছে। যিহোৱাই সন্তান জন্ম দিয়াৰ দক্ষতা কেৱল মানুহকে দিছে, তেওঁ স্বৰ্গদূতসকলক এই দক্ষতা দিয়া নাই। গতিকে পিতৃ-মাতৃসকল, আপোনালোকে এই বিশেষ উপহাৰৰ বাবে যিহোৱাৰ প্ৰতি কৃতজ্ঞ হয়নে? যিহোৱাই আপোনাক এক বিশেষ দায়িত্ব দিছে। আপুনি যিহোৱাৰ “শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন” কৰাটো তেওঁ বিচাৰে। (ইফি. ৬:৪; দ্বিতী. ৬:৫-৭; গীত. ১২৭:৩) আপোনাক সহায় কৰিবলৈ সংগঠনে বহুতো প্ৰকাশন, ভিডিঅʼ, সংগীত আৰু ৱেবছাইটত বহুতো লেখ দিছে। গতিকে ইয়াৰপৰা বুজিব পাৰি যে যিহোৱা আৰু যীচুৱে লʼৰা-ছোৱালীক বহুত প্ৰেম কৰে। (লূক ১৮:১৫-১৭) আপুনি যিহোৱাৰ ওপৰত যেতিয়া ভৰসা কৰিব আৰু নিজৰ সন্তানসকলক ভালদৰে প্ৰতিপালন কৰিব, তেতিয়া তেওঁ বৰ আনন্দিত হʼব। লগতে এইদৰে কৰাৰ যোগেদি আপুনি নিজৰ সন্তানক যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ সহায় কৰিব।

w১৯.১২ ২৬-২৭ ¶২০

माता-पिताओ—बच्चों को यहोवा से प्यार करना सिखाइए

20 समझ-बूझ से काम लीजिए। भजन 127 में बच्चों की तुलना तीर से की गयी है। (भजन 127:4 पढ़िए।) ज़रूरी नहीं कि हर तीर एक जैसा हो, क्योंकि तीर अलग-अलग आकार और धातु के बने हो सकते हैं। उसी तरह हर बच्चा एक जैसा नहीं होता। इस वजह से माता-पिता को सोचना चाहिए कि वे अपने हर बच्चे को कैसे सिखाएँगे। इज़राइल में एक माता-पिता ने अपने दो बच्चों की अच्छी परवरिश की और आगे चलकर वे यहोवा के सेवक बनें। ये माता-पिता बताते हैं कि किस बात ने उनकी मदद की, “हमने हर बच्चे के साथ अलग से बाइबल अध्ययन किया।” शायद ऐसा करना हर परिवार के लिए मुमकिन न हो या फिर ज़रूरी भी न हो, इसलिए हर परिवार के मुखिया को इस मामले में खुद तय करना होगा कि वह क्या करेगा।

আধ্যাত্মিক ৰত্ন বিচাৰক

w২১.০৭ ২২ ¶৬

নিজৰ কামত আনন্দ লাভ কৰক!

৬ গীতমালা ১৩১:১, ২ পঢ়ক। ৰজা দায়ূদে কৈছিল যে তেওঁৰ ‘মহৎ কাৰ্য্য’ কৰাৰ ইচ্ছা নাই আৰু তেওঁ এনে বস্তু পাবলৈ বিচৰা নাছিল, যিবোৰ পাবলৈ তেওঁৰ বাবে অসম্ভৱ হয়। ইয়াৰপৰা বুজিব পাৰি যে দায়ূদ বৰ নম্ৰ আছিল। সেইবাবে, তেওঁৰ ওচৰত যি আছিল, তেওঁ তাতে সন্তুষ্ট আছিল। দায়ূদৰপৰা পিতৃ-মাতৃয়ে কি শিকিব পাৰে? পিতৃ-মাতৃয়েও নম্ৰ হোৱা উচিত আৰু নিজৰ আৰু নিজৰ লʼৰা-ছোৱালীৰপৰা প্ৰয়োজনতকৈ বেছি আশা কৰা উচিত নহয়। তেওঁলোকে বুজি পোৱা উচিত যে লʼৰা-ছোৱালীয়ে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে আৰু তাৰ অনুসৰি লʼৰা-ছোৱালীক লক্ষ্য ৰাখিবলৈ উৎসাহিত কৰা উচিত। এইদৰে কৰিলে লʼৰা-ছোৱালীয়ে নিজকে কোনো কামৰ যোগ্য নহয় বুলি নাভাবিব। ভনী মৰিণাই এইদৰে কৈছে, “মায়ে মোৰ তুলনা আন লʼৰা-ছোৱালীৰ লগত কেতিয়াও কৰা নাছিল। আনকি মোৰ নিজৰ দাদা আৰু দুজন ভাইটিৰ লগতো কৰা নাছিল। তেওঁ মোক বুজাইছিল যে আমাৰ সকলোৰে মাজত কিবা নহয় কিবা ভাল গুণ থাকে আৰু যিহোৱাৰ দৃষ্টিত আমি সকলোৱে মূল্যৱান হয়। সেইবাবে, মই কেতিয়াও নিজৰ তুলনা আনৰ লগত নকৰোঁ।”

জানুৱাৰী ১৩-১৯

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১৩৫-১৩৭

‘আমাৰ প্ৰভু সকলো দেৱতাত্‌কৈ শ্ৰেষ্ঠ’

it-২ ৬৬১ ¶৪-৫

शक्‍ति, ताकत, शक्‍तिशाली काम

प्राकृतिक शक्‍तियों पर परमेश्‍वर का काबू: अगर यहोवा सच्चा परमेश्‍वर है, तो उससे उम्मीद की जाती है कि उसका सारी प्राकृतिक शक्‍तियों पर काबू होगा और वह उनका खास तरीके से इस्तेमाल करेगा। (भज 135:5, 6) जब हम सूरज, चाँद-सितारों और ग्रहों को चक्कर लगाते देखते हैं या सृष्टि की दूसरी चीज़ों को अपना काम करते देखते हैं, तो यह हमारे लिए कोई नयी बात नहीं होती। लेकिन जब यहोवा सृष्टि की चीज़ों और प्राकृतिक शक्‍तियों का इस्तेमाल अपना मकसद पूरा करने में करता है, तो इससे साबित होता है कि वह ही सच्चा परमेश्‍वर है। और उसने ऐसा किया है। जैसे, अकाल, आँधी-तूफान जैसे हालात को ही ले लीजिए। हालाँकि आम तौर पर यह सब होता था, लेकिन जब यहोवा की भविष्यवाणी के मुताबिक ऐसे हालात उठे तो ये खास हो गए। (1रा 17:1; 18:1, 2, 41-45 से तुलना करें।) इसके अलावा, जब बड़े पैमाने पर ऐसे हालात उठे या वे ज़बरदस्त हुए, तो भी वे खास हो गए। (निर्ग 9:24) और कभी-कभी जब ये हालात ऐसे समय पर उठे जब किसी ने सोचा भी नहीं था या इस तरह से उठे जिस तरह वे पहले कभी नहीं उठे थे, तब भी वे खास हो गए। (निर्ग 34:10; 1शम 12:16-18) इस तरह यहोवा ने दिखाया कि सारी सृष्टि उसके काबू में है और वह ही सच्चा परमेश्‍वर है।

w২১.১১ ৬ ¶১৬

যিহোৱাৰ প্ৰকৃত প্ৰেম

১৬ যিহোৱা আমাৰ দুৰ্গ হয়। এয়া জানি আমি সুৰক্ষিত অনুভৱ কৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা আমি নিৰাশ হৈ পৰোঁ। এনে পৰিস্থিতিত যিহোৱাই আমাক কেনেকৈ সহায় কৰে? (গীতমালা ১৩৬:২৩ পঢ়ক।) তেওঁ আমাক নিৰাশা ভাৱনাৰপৰা উলিয়াই আনে। তেওঁ দুই বাহুত আমাক ধৰি ৰাখে আৰু মৰমেৰে আমাক উঠাই, যাতে আমি পুনৰ থিয় হʼব পাৰোঁ। (গীত. ২৮:৯; ৯৪:১৮) আমি সহায়ৰ বাবে সদায় যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ। এয়া জানি আমি কেনে অনুভৱ কৰোঁ? আমি আনন্দিত হওঁ যে (১) আমি যিকোনো ঠাইত নাথাকো কিয় যিহোৱাই আমাক ৰক্ষা কৰিব। আৰু (২) তেওঁ আমাক বহুত প্ৰেম কৰে।

আধ্যাত্মিক ৰত্ন বিচাৰক

w২২.১০ ১৫ ¶১২

যিহোৱাৰ বিশ্বাসীবিলাকে আনন্দত থাকে!

১২ বাইবেলত এনে বহুতো ঘটনাৰ বিষয়ে উল্লেখ আছে, যাৰ পৰা জানিব পাৰি যে যিহোৱাৰ ওচৰত ‘ক্ষমতা পোৱাবিলাতকৈ’ বেছি অধিকাৰ আছে। আহক তাৰে মাজত তিনিটা ঘটনালৈ মন কৰোঁ। মিচৰৰ ৰজা ফৰৌণে ঈশ্বৰৰ লোকসকলক দাস বনাই লৈছিল। যিহোৱাই ফৰৌণক বাৰে বাৰে নিজৰ লোকসকলক মুকলি কৰিবলৈ মোচিৰ যোগেদি কৈছিল। কিন্তু ফৰৌণে যিহোৱাৰ কথা নুশুনিলে। অৱশেষত যিহোৱাই নিজৰ লোকসকলক মুকলি কৰিলে আৰু ফৰৌণক চূফ সাগৰত ধ্বংস কৰিলে। (যাত্ৰা. ১৪:২৬-২৮; গীত. ১৩৬:১৫) ইয়াৰ বহু বছৰৰ পাছত এদিনাখন বাবিলৰ ৰজা বেল্‌চচৰে এটা ডাঙৰ ভোজৰ ব্যৱস্থা কৰিলে আৰু “স্বৰ্গৰ প্ৰভুৰ অহিতে নিজকে ওখ কৰিলে।” তেওঁ যিহোৱাৰ পৰিৱৰ্তে ‘ৰূপ আৰু সোণেৰে নিৰ্মিত দেৱতাবোৰক প্ৰশংসা কৰিলে।’ (দানি. ৫:২২, ২৩) কিন্তু যিহোৱাই তেওঁৰ অহংকাৰ নাইকিয়া কৰিলে আৰু তেওঁক “সেই ৰাতিতে” মাৰি পেলোৱা হʼল আৰু তেওঁৰ ৰাজ্য মাদীয়-পাৰস্যক দিয়া হʼল। (দানি. ৫:২৮, ৩০, ৩১) বহু বছৰৰ পাছত পেলেষ্টাইনৰ ৰজা হেৰোদ আগ্ৰী প্ৰথমে পাঁচনি যাকোবক মাৰি পেলালে আৰু পিতৰকো মাৰি পেলাবলৈ তেওঁক গ্ৰেপ্তাৰ কৰিলে। কিন্তু যিহোৱাই এইদৰে হʼবলৈ নিদিলে। তেওঁৰ স্বৰ্গদূতে হেৰোদক তেতিয়াই শাস্তি দিলে আৰু কিছু সয়মৰ পাছত তেওঁৰ মৃত্যু হʼল।—পাঁচ. ১২:১-৫, ২১-২৩.

জানুৱাৰী ২০-২৬

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১৩৮-১৩৯

ভয় কৰি পিছ নুহুকিব

w১৯.০১ ১০-১১ ¶১০

मंडली में यहोवा की तारीफ कीजिए

10 क्या आपके साथ ऐसा होता है कि आप जवाब देना तो चाहते हैं, लेकिन जब मौका आता है, तो आपके हाथ-पैर फूल जाते हैं? अगर हाँ, तो आप अकेले नहीं हैं। सच कहें तो हममें से ज़्यादातर लोग जवाब देने से घबराते हैं। लेकिन इस डर पर काबू पाने के लिए पहले आपको समझना होगा कि आपको किस वजह से डर लगता है। क्या इस वजह से कि आप जवाब भूल जाएँगे या गलत जवाब दे देंगे? क्या आपको यह चिंता सताती है कि आपका जवाब दूसरों जितना अच्छा नहीं होगा? देखा जाए तो ऐसी चिंता या डर होना अच्छी बात है। यह दिखाता है कि आप नम्र हैं और दूसरों को खुद से बेहतर समझते हैं। यहोवा नम्र लोगों को देखकर खुश होता है। (भज. 138:6; फिलि. 2:3) लेकिन वह यह भी चाहता है कि आप सभाओं में उसकी तारीफ करें और भाई-बहनों का हौसला बढ़ाएँ। (1 थिस्स. 5:11) वह आपसे बहुत प्यार करता है और आपको जवाब देने की हिम्मत देगा।

w২৩.০৪ ২১ ¶৭

সভাত এজনে-আনজনক উৎসাহিত কৰক

৭ আপুনি প্ৰহৰীদুৰ্গৰ পুৰণি লেখবোৰত দিয়া কিছুমান উপায় মন কৰিব পাৰে। যেনে, এটা উপায় হৈছে ভালদৰে তৈয়াৰী কৰক। (হিতো. ২১:৫) আপুনি যিমানে বিষয়টো ভালদৰে বুজি পাব, সিমানেই উত্তৰ দিবলৈ আপোনাৰ সহজ হৈ পৰিব। আন এটা উপায় হৈছে চুটিকৈ উত্তৰ দিয়ক। (হিতো. ১০:১৯; ১৫:২৩) আপুনি যিমানে সৰুকৈ উত্তৰ দিব, সিমানেই আপোনাৰ চিন্তা কম হʼব। যদি আপুনি দীঘলীয়া উত্তৰ দিয়ে, যʼত বহুতো বিষয় জড়িত হৈ থাকে, তেনেহʼলে ভাই-ভনীসকলৰ বাবে বুজি পাবলৈ কঠিন হৈ পৰিব। আনহাতে, আপুনি যি সৰু-সুৰা উত্তৰ দিয়ে, হয়তো এটা বা দুটা বাক্যত, তেনেহʼলে ভাই-ভনীসকলে সহজে বুজি পাব। গতিকে আপুনি নিজৰ শব্দত সৰু-সুৰা উত্তৰ দিয়ক, ইয়াৰ পৰা জানিব পাৰি যে আপুনি ভালদৰে তৈয়াৰী কৰিছে আৰু বিষয়টো ভালদৰে বুজি পাইছে।

আধ্যাত্মিক ৰত্ন বিচাৰক

w২০.০৫ ২৯ ¶১২

অদৃশ্য কিন্তু অমূল্য ৰত্ন

১২ আমি ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বাবে কৃতজ্ঞ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? এটা উপায় হৈছে আমাৰ মনত কিবা বেয়া ভাবনা বা বেয়া ইচ্ছা আছে নে নাই, তাৰ বিষয়ে জানিবলৈ আমি পবিত্ৰ আত্মা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিম। (গীতমালা ১৩৯:২৩, ২৪ পঢ়ক।) যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনি আমাক সহায় কৰিব। তেতিয়া আমি অনুভৱ কৰিব পাৰিম যে আমাৰ অন্তৰত কি বেয়া ইচ্ছা আছে। তাৰ পাছত পবিত্ৰ আত্মাৰ সহায়ত আমাৰ বেয়া ইচ্ছাবোৰ দূৰ কৰিবলৈ আমি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। এনে কৰাৰ যোগেদি আমি দেখুৱাম যে আমি বেয়া কাম কৰিবলৈ বিচৰা নাই আৰু তেতিয়া যিহোৱা ঈশ্বৰে আমাক নিশ্চয় পবিত্ৰ আত্মা দিব।—ইফি. ৪:৩০.

জানুৱাৰী ২৭–ফেব্ৰুৱাৰী ২

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১৪০-১৪৩

প্ৰাৰ্থনাৰ অনুসৰি পদক্ষেপ লওক

w২২.০২ ১২ ¶১৩-১৪

‘কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনক’

১৩ আমি মনত ৰখা উচিত যে পৰামৰ্শ ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণ হয়। যিহোৱাই সদায় আমাৰ ভাল হোৱাটো বিচাৰে। (হিতো. ৪:২০-২২) তেওঁ আমাক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ বাইবেল, প্ৰকাশন আৰু আন ভাই-ভনীসকলৰ যোগেদি আমাক পৰামৰ্শ দিয়ে। তেওঁ ‘আমাৰ হিতৰ কাৰণে শাস্তি দিয়ে।’—ইব্ৰী ১২:৯, ১০.

১৪ আমি পৰামৰ্শৰ ওপৰত ধ্যান দিয়া উচিত, পৰামৰ্শ কেনেকৈ দিয়া হৈছে তালৈ নহয়। বহুবাৰ হয়তো আমাক লাগিব পাৰে যে আমাক যিদৰে পৰামৰ্শ দিয়া হৈছে, সেয়া সঠিক নহয়। এয়া সঁচা যে যিজন ব্যক্তিয়ে পৰামৰ্শ দিয়ে, তেওঁ এইদৰে পৰামৰ্শ দিয়া উচিত যাতে আন ব্যক্তিজনৰ সেই পৰামৰ্শ পালন কৰিবলৈ সহজ হয়। (গালা. ৬:১) কিন্তু আমাক যদি পৰামৰ্শ দিয়া হৈছে, তেনেহʼলে আমাক কি কোৱা হৈছে, আমি তালৈ ধ্যান দিয়া উচিত। আমি নিজকে এইদৰে প্ৰশ্ন সুধিব পাৰোঁ, ‘যদিও তেওঁ মোক যিদৰে পৰামৰ্শ দিলে, সেয়া মোক ভাল নালাগিলে, কিন্তু তেওঁৰ কথা সঁচা হয়নে? মই তেওঁৰ ভুলবোৰ আওকান কৰি পৰামৰ্শ পালন কৰিব পাৰোঁনে?’ আমি পৰামৰ্শ পালন কৰিবলৈ চেষ্টা কৰাটোৱে বুদ্ধিমানৰ কাম হʼব।—হিতো. ১৫:৩১.

w১০ ৩/১৫ ৩২ ¶৪

संकटों से भरे आज के दौर में “मन की शुद्धता” बनाए रखना

विरोधियों से आनेवाले दबाव, पैसे की तंगी और गंभीर बीमारी ने परमेश्‍वर के कुछ सेवकों को बहुत निराश कर दिया है। ऐसे हालात ने कभी-कभी उनके दिल पर भी बुरा असर किया है। यहाँ तक कि राजा दाविद के साथ भी ऐसा हुआ था। उसने कहा: “मेरी आत्मा भीतर से व्याकुल हो रही है मेरा मन विकल है।” (भज. 143:4) दाविद को ऐसी भावनाओं पर काबू पाने में किस बात ने मदद दी? दाविद इस बारे में सोचता रहा कि परमेश्‍वर ने अपने सेवकों के लिए कैसे भले काम किए और कैसे दाविद को भी मुसीबतों के भँवर से निकाला। दाविद ने इस बारे में मनन किया कि यहोवा ने अपने महान नाम को अपवित्र होने से बचाने के लिए क्या किया। इस तरह उसने परमेश्‍वर के कामों पर मन लगाया। (भज. 143:5) अगर हम भी अपने सिरजनहार के बारे में और उसने अब तक जो किया है और आज जो कर रहा है, उस पर मनन करेंगे तो हमें मुसीबतों के दौर में भी शुद्ध मन बनाए रखने में मदद मिलेगी।

w১৫ ৩/১৫ ৩২ ¶২

“सिर्फ प्रभु में” शादी करना—क्या वाकई इसमें अक्लमंदी है

कई बार शायद आप दाविद की तरह महसूस करें, जिसने कहा था: “हे यहोवा, फुर्ती करके मेरी सुन ले; क्योंकि मेरे प्राण निकलने ही पर हैं! मुझ से अपना मुंह न छिपा।” (भज. 143:5-7, 10) ऐसे में हिम्मत मत हारिए। सब्र रखिए और यहोवा को यह ज़ाहिर करने दीजिए कि वह आपके लिए क्या चाहता है। बाइबल पढ़कर और उस पर गहराई से मनन करके यहोवा की सुनिए। ऐसा करके आप जान पाएँगे कि यहोवा आपसे क्या उम्मीद करता है और कैसे उसने बीते ज़माने में अपने सेवकों की मदद की थी। यहोवा की सुनने से आपको उसकी आज्ञा मानते रहने का बढ़ावा मिलेगा।

আধ্যাত্মিক ৰত্ন বিচাৰক

w২২.০৩ ২১ ¶৭

সত্য উপাসনা কৰি আনন্দিত থাকক

৭ যিহোৱালৈ প্ৰাৰ্থনা কৰি। বাইবেলত লিখা আছে যে আমাৰ প্ৰাৰ্থনা ধূপৰ নিচিনা হয়। আবাসত আৰু তাৰ পাছত মন্দিৰত যি ধূপ আগবঢ়োৱা হৈছিল, তাক বহুত মনোযোগেৰে প্ৰস্তুত কৰা হৈছিল। (গীত. ১৪১:২) সেই ধূপৰ সুগন্ধৰপৰা যিহোৱা আনন্দিত হৈছিল। ঠিক সেইদৰে আমি প্ৰাৰ্থনা কৰাৰ আগতে প্ৰস্তুতি কৰিব পাৰোঁ। আমি প্ৰাৰ্থনাত কি কি কম, তাৰ বিষয়ে চিন্তা কৰিব পাৰোঁ। যদি আমি হৃদয়ৰপৰা প্ৰাৰ্থনা কৰিম, তেনেহʼলে আমাৰ প্ৰাৰ্থনাৰ শব্দবোৰ যদিও সাধাৰণ হয়, তথাপি সেই প্ৰাৰ্থনা যিহোৱাই ‘গ্ৰহণ’ কৰিব। (হিতো. ১৫:৮; দ্বিতী. ৩৩:১০) যেতিয়া আমি যিহোৱাক কওঁ যে আমি তেওঁক কিমান প্ৰেম কৰোঁ আৰু তেওঁ আমাৰ বাবে যি কৰিলে, তাৰ প্ৰতি কৃতজ্ঞ হয়, তেতিয়া এয়া শুনি তেওঁক বৰ ভাল লাগে। আমি নিজৰ চিন্তা, সমস্যা, লক্ষ্য, আশা এই সকলো যিহোৱাক জনোৱাটো তেওঁ বিচাৰে। সেইবাবে, প্ৰাৰ্থনা কৰাৰ আগতে আপুনি অলপ সময় ৰৈ প্ৰাৰ্থনাত কি কি কʼব, তাৰ বিষয়ে চিন্তা কৰক। এইদৰে কৰিলে আপোনাৰ প্ৰাৰ্থনা উত্তম ‘ধূপৰ’ নিচিনা হʼব।

ফেব্ৰুৱাৰী ৩-৯

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১৪৪-১৪৬

“যি জাতিৰ ঈশ্বৰ যিহোৱা, সেই জাতি ধন্য”

w১৮.০৪ ৩২ ¶২-৩

आपने पूछा

1. इस भजन की आयतों पर गौर कीजिए। आयत 12 में शब्द “तब” का जिस तरह इस्तेमाल हुआ है, उससे यही समझ आता है कि आयत 12-14 में जिन आशीषों की बात की गयी हैं, वे नेक जन को मिलेंगी। दूसरे शब्दों में कहें तो यह वह इंसान है जो आयत 11 में बिनती करता है कि परमेश्‍वर उसे दुष्टों से “छुड़ाकर बचा ले।” यह बात आयत 15 से भी मेल खाती है, जहाँ दो बार शब्द “सुखी” आता है और दोनों ही बार यह उन लोगों पर लागू होता है “जिनका परमेश्‍वर यहोवा है!”

2. यह समझ बाइबल की दूसरी आयतों से मेल खाती है, जहाँ परमेश्‍वर वादा करता है कि वह अपने वफादार सेवकों को आशीषें देगा। भजन 144 से ज़ाहिर होता है कि दाविद को पक्की आशा थी कि परमेश्‍वर, इसराएल राष्ट्र को दुश्‍मनों से छुड़ाएगा और फिर अपने लोगों को आशीषें देगा। वे सुखी रहेंगे और खुशहाली का आनंद उठाएँगे। (लैव्य. 26:9, 10; व्यव. 7:13; भज. 128:1-6) मिसाल के लिए, व्यवस्थाविवरण 28:4 बताता है, “तुम्हारे बच्चों पर, तुम्हारी ज़मीन की उपज पर और तुम्हारे बछड़ों और मेम्नों पर परमेश्‍वर की आशीष बनी रहेगी।” दाविद के बेटे सुलैमान के राज में यह बात बिलकुल सच साबित हुई। पूरे देश में ऐसी शांति और खुशहाली थी जैसी पहले कभी नहीं देखी गयी! यही नहीं, सुलैमान का शासन इस बात की एक झलक थी कि मसीहा के राज में हालात कैसे होंगे।—1 राजा 4:20, 21; भज. 72:1-20.

तो फिर, यह कहा जा सकता है कि भजन 144:12-15 में परमेश्‍वर के लोगों की बात की गयी है। इससे हमें भजन 144 की और भी साफ समझ मिलती है। वह यह कि यहोवा के सेवक बरसों से आस लगाए हुए हैं कि परमेश्‍वर दुष्टों को सज़ा देगा और उसके बाद नेक जनों के लिए शांति और खुशहाली लाएगा।—भज. 37:10, 11.

w২২.১০ ২৮ ¶১৬-১৭

নিজৰ আশা দৃঢ় কৰি থাকক

১৬ যিহোৱাই আমাক এক বৰ সুন্দৰ আশা দিছে, সেয়া হৈছে আমি সদায় কাললৈকে জীয়াই থকাৰ আশা। এই আশা পূৰ হোৱাটো চাবলৈ আমি আগ্ৰহেৰে বাট চাই আছোঁ আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই আশা নিশ্চয় পূৰ হʼব। আমাৰ আশা এডাল লঙ্গৰৰ নিচিনা হয়, যিয়ে ধুমুহাৰ নিচিনা সমস্যাৰ সত্ত্বেও আমাক থিৰে থাকিবলৈ সহায় কৰে। আমাৰ জীৱন বিপদত থকাৰ সত্ত্বেও এই আশা থকাৰ বাবে অত্যাচাৰ সহন কৰিব পাৰোঁ আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ। আমাৰ আশা এটা টকয়াৰ নিচিনা হয়, যিয়ে আমাৰ চিন্তাধাৰা সুৰক্ষিত কৰি ৰাখে। এই আশাই আমাক বেয়া চিন্তা কৰাৰ পৰিৱৰ্তে ভাল কথাবোৰ চিন্তা কৰিবলৈ সহায় কৰে। এই আশা থকাৰ বাবে আমি যিহোৱাৰ কাষ চাপিব পাৰোঁ আৰু তেওঁ আমাক প্ৰেম কৰে বুলি বিশ্বাস কৰিব পাৰোঁ। সঁচাকৈ যদি আমি নিজৰ আশাক দৃঢ় কৰি ৰাখোঁ, তেনেহʼলে ইয়াৰ পৰা বহুতো লাভ হয়।

১৭ পৌলে ৰোমত থকা খ্ৰীষ্টানসকলক এইদৰে কৈছিল, “আশাত আনন্দ কৰা।” (ৰোম. ১২:১২) পৌল আনন্দিত আছিল, কাৰণ যদি তেওঁ বিশ্বাসী হৈ থাকে, তেনেহʼলে যিহোৱাই তেওঁক স্বৰ্গত অনন্ত জীৱন দিব। আমিও নিজৰ আশাৰ বাবে আনন্দ কৰিব পাৰোঁ। কাৰণ আমি জানোঁ যে যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ নিশ্চয় পূৰ কৰিব। গীত ৰচক এজনেও এইদৰে কৈছিল, ‘চিৰকাললৈকে সত্যতা ৰাখোতা, সেই ঈশ্বৰ যিহোৱাত যাৰ আশা থাকে, সেই জন ধন্য।’—গীত. ১৪৬:৬, ৭.

w১৮.০১ ২৬ ¶১৯-২০

किस तरह का प्यार सच्ची खुशी देता है?

19 शैतान की दुनिया में लोगों ने करीब 6,000 सालों से दुख-तकलीफों के सिवा कुछ नहीं देखा। आज जहाँ देखो वहाँ ऐसे लोग हैं जो खुद से, पैसों से और मौज-मस्ती से प्यार करते हैं। वे हमेशा यही सोचते हैं कि उन्हें दूसरों से क्या फायदा हो सकता है और अपनी इच्छाएँ पूरी करना ही उनकी ज़िंदगी का मकसद बन गया है। लेकिन ऐसे लोग सच्ची खुशी कभी नहीं पा सकते! बाइबल बताती है कि सच्ची खुशी या सुख कैसे मिलता है। इसमें लिखा है, “सुखी है वह जिसका मददगार याकूब का परमेश्‍वर है, जो अपने परमेश्‍वर यहोवा पर आशा रखता है।”—भज. 146:5.

20 यहोवा के सेवक सचमुच उससे प्यार करते हैं और हर साल ऐसे लोगों की गिनती बढ़ती जा रही है जो उसके बारे में सीखते हैं और उससे प्यार करने लगते हैं। यह इस बात का सबूत है कि परमेश्‍वर का राज हुकूमत कर रहा है और बहुत जल्द वह ऐसी आशीषें लाएगा जिनकी हम कल्पना भी नहीं कर सकते। जब हम यहोवा की मरज़ी पर चलते हैं, तो हम उसे खुश करते हैं और यह बात हमें सच्ची खुशी देती है। यहोवा से प्यार करनेवाले हमेशा तक खुश रहेंगे! अगले लेख में हम देखेंगे कि जिन लोगों में गलत किस्म का प्यार है, उनमें कौन-से बुरे गुण आ जाते हैं। फिर हम चर्चा करेंगे कि इन बुरे गुणों और यहोवा के सेवकों में पाए जानेवाले अच्छे गुणों में क्या फर्क है।

আধ্যাত্মিক ৰত্ন বিচাৰক

w২৪.০৯ ২৭ ¶৬

আনক দিলে বহুত আনন্দ পোৱা যায়

যিহোৱাই আমাক বহুত প্ৰেম কৰে, সেইবাবে আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰে। সৃষ্টিৰ বস্তুবোৰৰ উদাহৰণ দি তেওঁ এই কথাবোৰ বুজালে। মথি ৬:২৫, ২৬ পদত লিখা তেওঁৰ শব্দৰ ওপৰত মন কৰক। (পঢ়ক।) যীচুৱে চৰাইবোৰৰ বিষয়ে এইদৰে কʼলে, “সিহঁতে শস্য নিসিঁচে, নাদায় আৰু ভঁৰালতো জমা নকৰে, তথাপি স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে সিহঁতৰ কাৰণে আহাৰৰ ব্যৱস্থা কৰে।” তাৰ পাছত তেওঁ সুধিলে, “তোমালোক সিহঁততকৈ মূল্যৱান নহয় নে?” ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যিহোৱাৰ বাবে তেওঁৰ সেৱকসকল চৰাইবোৰতকৈ বহুত মূল্যৱান। যিহোৱাই চৰাইবোৰৰ ইমান যত্ন লয়, তেনেহʼলে আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাৰো যত্ন লʼব। সঁচাকৈ, যিহোৱা এজন পিতৃৰ দৰে আমাক বহুত প্ৰেম কৰে আৰু সেইবাবে আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰে।—গীত. ১৪৫:১৬; মথি ৬:৩২.

ফেব্ৰুৱাৰী ১০-১৬

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১৪৭-১৫০

যিহোৱাৰ প্ৰশংসা কৰাৰ বহুতো কাৰণ আছে

w১৭.০৭ ১৮ ¶৫-৬

“याह की तारीफ” क्यों करें?

5 यहोवा ने न सिर्फ इसराएल राष्ट्र को बल्कि हरेक इसराएली को भी दिलासा दिया। यहोवा आज भी अपने सेवकों के साथ ऐसा करता है। भजन के लिखनेवाले ने कहा कि परमेश्‍वर “टूटे मनवालों को चंगा करता है, उनके घावों पर पट्टी बाँधता है।” (भज. 147:3) जब हम बीमार या मायूस होते हैं तो हम यकीन रख सकते हैं कि यहोवा को हमारी परवाह है। यहोवा हमें दिलासा देने और हमारे दिल पर लगे ज़ख्मों पर मरहम लगाने के लिए तैयार रहता है। (भज. 34:18; यशा. 57:15) वह हमें हर मुश्‍किल का सामना करने के लिए बुद्धि और हिम्मत देता है।—याकू. 1:5.

6 इसके बाद, भजन के लेखक ने आसमान की तरफ देखकर कहा कि यहोवा “तारों की गिनती करता है, उनमें से हरेक को नाम से पुकारता है।” (भज. 147:4) लेखक तारों को तो निहार सकता था लेकिन उसे पता नहीं था कि असल में इनकी गिनती कितनी है। वैज्ञानिक बताते हैं कि सिर्फ हमारी मंदाकिनी की बात लें तो इसमें अरबों तारे हैं। पर कहा जाता है कि विश्‍व-मंडल में अरबों-खरबों मंदाकिनियाँ हैं! इतने तारों को गिनना इंसान के बस में नहीं, लेकिन इन्हें बनानेवाला ज़रूर ऐसा कर सकता है! दरअसल वह हर तारे को अच्छी तरह जानता है और उसने हरेक को नाम भी दिया है। (1 कुरिं. 15:41) अगर परमेश्‍वर जानता है कि हरेक तारा किस जगह पर है, तो क्या उसे आपके बारे में नहीं पता होगा कि आप कहाँ पर हैं, कैसा महसूस कर रहे हैं और आपको किस चीज़ की ज़रूरत है?

w১৭.০৭ ১৮ ¶৭

“याह की तारीफ” क्यों करें?

7 यहोवा अच्छी तरह जानता है कि आप पर क्या बीत रही है और वह उस मुश्‍किल से निकलने में आपकी मदद कर सकता है। (भजन 147:5 पढ़िए।) कभी-कभी शायद आपको लगे, “मैं अपने हालात से नहीं लड़ सकता, यह मेरे बस के बाहर है।” पर यकीन रखिए कि यहोवा हमारी सीमाएँ जानता है, उसे पता है कि “हम मिट्टी ही हैं।” (भज. 103:14) अपरिपूर्ण होने की वजह से हो सकता है कि हम एक ही गलती बार-बार करें। बाद में हमें अफसोस हो और हम मन-ही-मन कहें, “काश! मैंने वह बात न कही होती” या “काश! मेरे मन में वह गलत सोच या जलन की भावना न आयी होती।” यहोवा हमारी तरह अपरिपूर्ण नहीं, लेकिन वह हमारी भावनाएँ अच्छी तरह समझता है।—यशा. 40:28.

w১৭.০৭ ২১ ¶১৮

“याह की तारीफ” क्यों करें?

18 भजन का लेखक जानता था कि यहोवा ने धरती के सब राष्ट्रों में से इसराएल राष्ट्र को अपने लोग होने के लिए चुना था। वही अकेला ऐसा राष्ट्र था जिसे परमेश्‍वर ने अपना “वचन” और “नियम” दिए थे। (भजन 147:19, 20 पढ़िए।) आज हमारे लिए यह बड़े सम्मान की बात है कि हम परमेश्‍वर के नाम से जाने जाते हैं। हम कितने एहसानमंद हैं कि हम यहोवा को जानते हैं और हमारे पास उसका वचन है जो हमारा मार्गदर्शन करता है। यही नहीं, हमें इस बात की भी खुशी है कि हम उसके साथ एक करीबी रिश्‍ता रख सकते हैं। भजन 147 के लेखक की तरह क्या आपके पास “याह की तारीफ” करने की ढेरों वजह नहीं हैं? क्या आप दूसरों को उसकी तारीफ करने का बढ़ावा देंगे?

আধ্যাত্মিক ৰত্ন বিচাৰক

w২৩.০৩ ১৬ ¶৬

সৃষ্টিক চাই যিহোৱাৰ বিষয়ে শিকক

৬ যিহোৱাই প্ৰতিটো বস্তুৰ এটা সময় নিৰ্ধাৰণ কৰিছে। প্ৰতিবছৰে ইস্ৰায়েলীসকল ফেব্ৰুৱাৰী মাহৰ পৰা মে’ মাহৰ সময়ছোৱাত হাড়গিলা চৰাইবোৰক উত্তৰৰ ফালে যোৱা দেখিছিল। যিহোৱাই ইস্ৰায়েলীসকলক কৈছিল যে “হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে।” (যিৰি. ৮:৭) এই পৰিভ্ৰমণ কৰা চৰাইবোৰে কেতিয়া এঠাইৰ পৰা আন ঠাইলৈ যাব, তাক যিহোৱাই যিদৰে সময় নিৰ্ধাৰণ কৰিছে, ঠিক সেইদৰে তেওঁ আগতীয়াকৈ সময় নিৰ্ধাৰণ কৰিছে যে তেওঁ দুষ্ট লোকসকলক কেতিয়া ন্যায় কৰিব। আজি যেতিয়া আমি পৰিভ্ৰমণ কৰা চৰাইবোৰক উৰি যোৱা দেখোঁ, তেতিয়া যিহোৱাই উচিত সময়ত এই দুষ্ট জগতৰ অন্ত কৰিব বুলি আমাৰ ভৰসা বঢ়া উচিত।—হব. ২:৩.

ফেব্ৰুৱাৰী ১৭-২৩

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১

ডেকাসকল—আপোনালোকে কাৰ কথা শুনিব?

w১৭.১১ ২৯ ¶১৬-১৭

कोई भी बात आपको इनाम से दूर न कर दे

16 हो सकता है, आप एक नौजवान हों और आपको लगे कि आपके माता-पिता आपको नहीं समझते या आपके साथ कुछ ज़्यादा ही सख्ती बरतते हैं। यह बात शायद आपको इतना गुस्सा दिलाए कि आप यह सोचने लगें कि यहोवा की सेवा करने का क्या फायदा। लेकिन अगर आप यहोवा को छोड़ दें, तो इस दुनिया में कोई आपको उतना प्यार नहीं करेगा जितना आपके माता-पिता और मंडली के भाई-बहन आपसे करते हैं।

17 इस बारे में सोचिए: अगर आपके माता-पिता आपको समझाएँगे और सुधारेंगे नहीं, तो आप कैसे जान पाएँगे कि उन्हें आपकी फिक्र है? (इब्रा. 12:8) माना कि वे परिपूर्ण नहीं और समझाने-सुधारने का उनका तरीका शायद आपको अच्छा न लगे। लेकिन उनके तरीके पर ध्यान मत दीजिए। इसके बजाय, यह समझने की कोशिश कीजिए कि वे जो कहते और करते हैं, उसके पीछे क्या वजह है। शांत रहिए और गुस्से से मत भड़किए। बाइबल बताती है, “जिसमें सच्चा ज्ञान होता है, वह सँभलकर बोलता है, जिसमें समझ होती है, वह शांत रहता है।” (नीति. 17:27) एक प्रौढ़ इंसान की तरह पेश आइए जो सलाह मिलने पर उसे कबूल करता है और उससे सीखता है, फिर चाहे वह सलाह किसी भी अंदाज़ में दी गयी हो। (नीति. 1:8) हमेशा याद रखिए, परमेश्‍वर से प्यार करनेवाले माता-पिता सचमुच एक आशीष हैं। वे चाहते हैं कि आप हमेशा-हमेशा तक जीएँ और खुश रहें।

w০৫ ৩/১ ১৫ ¶১১-১২

আমাৰ খ্ৰীষ্টান পৰিচয় প্ৰতিৰক্ষা কৰা

১১ মানুহক নহয় কিন্তু ঈশ্বৰৰ মন আনন্দিত কৰক। এইটো স্বাভাৱিক যে আমি নিজৰ পৰিচয় কোনো এক সমূহৰ সদস্য হিচাপে দিব বিচাৰোঁ। আমি সকলোৱে বন্ধুবিলাকৰ মাজত থাকি আনন্দিত আৰু সতেজ অনুভৱ কৰোঁ। কিন্তু বৰ্তমান আৰু জীৱনৰ অন্য সময়ছোৱাত সমকক্ষৰ হেঁচাই আমাত কতৃত্ত্ব হৈ বিপথে লৈ যাব পাৰে। তদুপৰি বন্ধু বা সমকক্ষ ব্যক্তিবিলাকে যে সদায়ে আমাৰ উত্তম বিচাৰে, এনে নহয়। তেওঁলোকে কেতিয়াবা হয়তো অনুচিত কাৰ্য্যত ভাগ লʼবলৈ আপোনাৰ সৈতে বন্ধুত্ব গঢ়িব পাৰে। (হিতোপদেশ ১:১১-১৯) মনত ৰাখক যে এজন প্ৰকৃত খ্ৰীষ্টানে সমকক্ষৰ হেঁচাত পৰি কেতিয়াও নিজৰ পৰিচয়ৰ বিষয়ে প্ৰকাশ নকৰে। (গীত ২৬:৪) এইহেতুকে পাঁচনি পৌলে সতৰ্ক কৰি এইদৰে কৈছিল: “তোমালোকে জগতৰ অনুৰূপ নহবা।” (ৰোমীয়া ১২:২) আনহাতে যিহোৱাই এনে ধৰণৰ হেঁচাৰ সৈতে যুঁজিবলৈ আমাৰ মনোবল দৃঢ় কৰে।—ইব্ৰী ১৩:৬.

১২ বাহ্যিক হেঁচাৰ সম্মুখীন হোৱাৰ সময়ত আমি মনত ৰাখা উচিত যে যিহোৱাৰ প্ৰতি থকা আমাৰ নিষ্ঠা সকলোতকৈ গুৰুত্বপূৰ্ণ। এই সম্পৰ্কে যাত্ৰাপুস্তক ২৩:২ পদত উল্লেখ কৰা সিদ্ধান্তটো সুৰক্ষা হিচাপে কাৰ্য্য কৰে, যʼত এইদৰে কৈছে: “তুমি কুকৰ্ম্ম কৰিবলৈ বহু লোকৰ অনুগামী নহবা।” উদাৰণস্বৰূপে, এই সিদ্ধান্তটোৱে কালেবক সঙ্গী ইস্ৰায়েলসকলে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত সন্দেহ কৰাৰ সময়ত স্থিৰে থাকিবলৈ সহায় কৰিলে। তেওঁ জানিছিল যে ঈশ্বৰে কৰা প্ৰতিজ্ঞা কেতিয়াও বিফল নহয়। ফলস্বৰূপে, তেওঁৰ এনে বিশ্বাসৰ বাবে যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিছিল। (গণনা পুস্তক ১৩:৩০; যিহোচূৱা ১৪:৬-১১) ঠিক সেইদৰে আপুনিও ঈশ্বৰৰ সৈতে থকা সম্বন্ধক প্ৰতিৰক্ষা কৰিবলৈ বাহ্যিক হেঁচাবোৰৰ প্ৰতিৰোধ কৰেনে?

আধ্যাত্মিক ৰত্ন বিচাৰক

w২২.১০ ১৯-২০ ¶৭

৭ “নিৰ্ব্বোধ” বা মূৰ্খ লোকসকলে সহজে আনৰ কথাত ভুল যায় আৰু সহজে তেওঁলোক ভুল পথলৈ যায়। (হিতো. ১৪:১৫) আজি পৃথিৱীত এনে লাখ লাখ লোক আছে, যিসকলে নেতা আৰু ধৰ্ম গুৰুসকলৰ ওপৰত বিশ্বাস কৰে আৰু তেওঁলোকক যিয়ে কৰিবলৈ কোৱা হয়, সেই সকলো কৰিবলৈ তেওঁলোকে সাজু থাকে। পাছত যেতিয়া তেওঁলোকে গম পায় যে তেওঁলোকক মিছা কথা কৈ ভুল পথলৈ নিয়া হৈছিল, তেতিয়া তেওঁলোকে বৰ আঘাত পায়। কিন্তু হিতোপদেশ ১:২২ পদত কোৱা অনুসৰি কিছুমানে জানি-শুনি নিৰ্বোধ হʼবলৈ বিচাৰে। তেওঁলোকে সেই নেতাসকলক অনুকৰণ কৰি ভাল পায়। (যিৰি. ৫:৩১) প্ৰচাৰ কৰাৰ সময়ত আমি এনেধৰণৰ লোকক লগ পাওঁ। তেওঁলোকে বাইবেলত কি লিখা আছে, তাৰ বিষয়ে জানিবই নিবিচাৰে আৰু তেওঁলোকক যি ভাল লাগে, তাকে কৰে। কানাডাৰ কিউবেক চহৰত এজন ভায়ে প্ৰচাৰ কৰাৰ সময়ত এনে এজনী তিৰোতাক লগ পাইছিল। তেওঁ নিজৰ পাদুৰীজনৰ ওপৰত বহুত বিশ্বাস কৰিছিল। তেওঁ সেই ভাইজনক এইদৰে কৈছিল, “যদি আমাৰ পাদুৰীয়ে ভুল শিক্ষা দি আছে, তেনেহʼলে ইয়াত তেওঁৰহে ভুল আছে, আমাৰ কোনো ভুল নাই।” যিসকল লোকে জানি-শুনি নিৰ্বোধ হৈ থাকিব বিচাৰে আমি তেওঁলোকৰ নিচিনা একেবাৰে হʼব নিবিচাৰোঁ।—হিতো. ১:৩২; ২৭:১২.

ফেব্ৰুৱাৰী ২৪–মাৰ্চ ২

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ২

আমি কিয় সম্পূৰ্ণ মনেৰে অধ্যায়ন কৰা উচিত?

w২২.০৮ ১৮-১৯ ¶১৬

সত্যৰ পথত চলি থাকক

১৬ আমাৰ মাজৰ কিছুমান লোকক পঢ়ি বা অধ্যয়ন কৰি ভাল নালাগিবও পাৰে। আমি বাইবেলৰ সত্যতাবোৰ ‘বিচাৰি থকা’ আৰু “অনুসন্ধান” কৰাটো যিহোৱাই বিচাৰে, যাতে আমি সেইবোৰ আৰু ভালদৰে বুজিব পাৰোঁ। (হিতোপদেশ ২:৪-৬ পঢ়ক।) এইদৰে কৰিলে আমাৰ বহুতো লাভ হʼব। কʼৰী নামৰ ভাইজনে কৈছে যে তেওঁ বাইবেল পঢ়াৰ সময়ত কেনেকৈ প্ৰতিটো পদ বুজিবলৈ চেষ্টা কৰে। তেওঁ এইদৰে কৈছে, “বাইবেল পঢ়াৰ সময়ত মই পদৰ প্ৰতিটো ফোটনোট চাওঁ। তাৰ পাছত সেই পদৰ লগত জড়িত আন পদবোৰ পঢ়োঁ আৰু সেই পদৰ বিষয়ে যদি কোনো এখন প্ৰকাশনত বুজোৱা হৈছে, তেনেহʼলে সেয়াও পঢ়োঁ। এইদৰে পঢ়ি মই বহুতো নতুন কথা শিকিব পাৰিলোঁ।” আমি যেনেধৰণেই অধ্যয়ন নকৰোঁ কিয়, যদি আমি অধ্যয়ন কৰিবলৈ সময়ত উলিয়াওঁ আৰু পৰিশ্ৰম কৰোঁ, তেনেহʼলে আমি সত্যতাক প্ৰেম কৰোঁ বুলি দেখুৱাওঁ।—গীত. ১:১-৩.

w২২.১০ ১৯ ¶৩-৪

প্ৰকৃত বুদ্ধিয়ে ৰিঙিয়াই আছে

৩ আমি এনে এজন ব্যক্তিক বুদ্ধিমান বুলি কওঁ, যিজনে ভাবি-চিন্তি কাম কৰে আৰু ভাল নিৰ্ণয় লয়। কিন্তু প্ৰকৃত বুদ্ধিৰ বিষয়ে বাইবেলত এইদৰে লিখা আছে, “যিহোৱালৈ ভয় ৰখাই প্ৰজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰ জনাক জনাই সুবিবেচনা।” (হিতো. ৯:১০) কোনো গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱাৰ আগতে আমি যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা উচিত। কিন্তু আমি যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে কেনেকৈ জানিব পাৰোঁ? বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰ পঢ়ি। যেতিয়া আমি যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে জানিম, তেতিয়া আমি ভাল নিৰ্ণয় লʼম। এইদৰে কৰিলে আমি দেখুৱাব পাৰিম যে আমাৰ প্ৰকৃত বুদ্ধি আছে।—হিতো. ২:৫-৭.

৪ আমি প্ৰকৃত বুদ্ধি কেৱল যিহোৱাৰ পৰাহে পাব পাৰোঁ। (ৰোম. ১৬:২৭) আমি কিয় এইদৰে কʼব পাৰোঁ? ইয়াৰ তিনিটা কাৰণৰ ওপৰত ধ্যান দিয়ক। প্ৰথম, যিহোৱাই সকলোবোৰ সৃষ্টি কৰিছে আৰু তেওঁ নিজৰ সৃষ্টিৰ বিষয়ে সকলো কথা জানে। (গীত. ১০৪:২৪) দ্বিতীয়, তেওঁ যিয়ে কাম কৰে, তাৰ পৰা জানিব পাৰি যে তেওঁ কিমান বুদ্ধিমান হয়। (ৰোম. ১১:৩৩) তৃতীয়, যিহোৱাৰ পৰামৰ্শ পালন কৰিলে আমাৰ সদায় লাভ হয়। (হিতো. ২:১০-১২) যেতিয়া আমি এইবোৰৰ বিষয়ে চিন্তা কৰিম, তেতিয়া আমাৰ বিশ্বাস হʼব যে যিহোৱাইহে প্ৰকৃত বুদ্ধি দিব পাৰে। সেইবাবে, কিবা এটা কাম কৰাৰ আগতে বা নিৰ্ণয় লোৱাৰ আগতে আমি যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰিম।

w১৬.০৯ ২৩-২৪ ¶২-৩

नौजवानो, अपना विश्‍वास मज़बूत कीजिए

2 आज कई लोग यह नहीं मानते कि परमेश्‍वर ने हमें बनाया है। अगर आप यहोवा की सेवा करनेवाले एक जवान हैं या उसके बारे में सीख रहे हैं, तो शायद आप पर भी यह दबाव आए कि आप परमेश्‍वर के बजाय विकासवाद को मानें। ऐसे में आपको अपना विश्‍वास मज़बूत करने की ज़रूरत है। इसका एक तरीका है, अपनी “सोचने-परखने की शक्‍ति” का इस्तेमाल करना जो ‘आप पर नज़र रखेगी।’ (एन.डब्ल्यू.) सोचने-परखने की शक्‍ति का इस्तेमाल करने का मतलब है, आप जो सुनते या पढ़ते हैं उसके बारे में गहराई से सोचना और खुद को यकीन दिलाना। तब आप झूठी शिक्षाओं को ठुकरा पाएँगे और यहोवा पर अपना विश्‍वास मज़बूत कर पाएँगे।—नीतिवचन 2:10-12 पढ़िए।

3 यहोवा पर अपना भरोसा बढ़ाने के लिए ज़रूरी है कि हम उसे अच्छी तरह जानें। (1 तीमु. 2:4) इसलिए जब आप बाइबल और हमारी किताबों-पत्रिकाओं से कुछ पढ़ते हैं तो थोड़ा रुककर उनके बारे में सोचिए। उन्हें समझने की कोशिश कीजिए। (मत्ती 13:23) इस लेख में बताया जाएगा कि अगर आप इस तरह से अध्ययन करेंगे, तो आपको इस बात के ढेरों सबूत मिलेंगे कि यहोवा हमारा सृष्टिकर्ता है और बाइबल उसी की तरफ से है।—इब्रा. 11:1.

আধ্যাত্মিক ৰত্ন বিচাৰক

w২২.০৮ ১৮-১৯ ¶১৬

সত্যৰ পথত চলি থাকক

১৬ আমাৰ মাজৰ কিছুমান লোকক পঢ়ি বা অধ্যয়ন কৰি ভাল নালাগিবও পাৰে। আমি বাইবেলৰ সত্যতাবোৰ ‘বিচাৰি থকা’ আৰু “অনুসন্ধান” কৰাটো যিহোৱাই বিচাৰে, যাতে আমি সেইবোৰ আৰু ভালদৰে বুজিব পাৰোঁ। (হিতোপদেশ ২:৪-৬ পঢ়ক।) এইদৰে কৰিলে আমাৰ বহুতো লাভ হʼব। কʼৰী নামৰ ভাইজনে কৈছে যে তেওঁ বাইবেল পঢ়াৰ সময়ত কেনেকৈ প্ৰতিটো পদ বুজিবলৈ চেষ্টা কৰে। তেওঁ এইদৰে কৈছে, “বাইবেল পঢ়াৰ সময়ত মই পদৰ প্ৰতিটো ফোটনোট চাওঁ। তাৰ পাছত সেই পদৰ লগত জড়িত আন পদবোৰ পঢ়োঁ আৰু সেই পদৰ বিষয়ে যদি কোনো এখন প্ৰকাশনত বুজোৱা হৈছে, তেনেহʼলে সেয়াও পঢ়োঁ। এইদৰে পঢ়ি মই বহুতো নতুন কথা শিকিব পাৰিলোঁ।” আমি যেনেধৰণেই অধ্যয়ন নকৰোঁ কিয়, যদি আমি অধ্যয়ন কৰিবলৈ সময়ত উলিয়াওঁ আৰু পৰিশ্ৰম কৰোঁ, তেনেহʼলে আমি সত্যতাক প্ৰেম কৰোঁ বুলি দেখুৱাওঁ।—গীত. ১:১-৩.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক