ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মাৰ্চ পৃষ্ঠা ৩
  • মাৰ্চ ১০-১৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১০-১৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মাৰ্চ পৃষ্ঠা ৩

মাৰ্চ ১০-১৬

হিতোপদেশ ৪

গীত নং ৩৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

পহৰা দিয়া দুৰ্গৰ পৰা এজন প্ৰহৰিয়ে তলত থিয় হৈ থকা দুৱৰীক চহৰৰ দুৱাৰ বন্ধ কৰিবলৈ কৈ আছে।

শত্ৰুসকলক চহৰৰ কাষত আহি থকাটো চাই প্ৰহৰি আৰু দুৱৰীয়ে লগে লগে পদক্ষেপ লৈ আছে।

১. “তোমাৰ হৃদয়ক ৰক্ষা কৰা”

(১০ মি.)

‘হৃদয়ৰ’ অৰ্থ হৈছে আমাৰ আন্তৰিক মনুষ্যত্ব (গীত ৫১:৬; w১৯.০১-HI ১৫ ¶৪)

ইয়াক সুৰক্ষা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ (হিতো ৪:২৩ক; w১৯.০১-HI ১৭ ¶১০-১১; ১৮ ¶১৪; দিয়া ছবিখন চাওক)

আমাৰ হৃদয় কেনেকুৱা, তাৰ ওপৰতে আমাৰ জীৱন নিৰ্ভৰ কৰে (হিতো ৪:২৩খ; w১২-E ৫/১ ৩২ ¶২)

এজন ভাইৰ ফোনত হঠাতে কিবা বেয়া উলোৱাৰ বাবে তেওঁ নিজৰ মুখ ঘূৰাই দিছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ৪:১৮—এজন খ্ৰীষ্টানে কেনেকৈ যিহোৱাৰ আৰু কাষ চাপি আহে, তাৰ বিষয়ে এই পদৰ পৰা কেনেকৈ জানিব পাৰি? (w২১.০৮ ৮-৯ ¶৪)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ৪:১-১৮ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। আপুনি গৃহস্থক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ-পত্ৰ দিছে আৰু তেওঁ ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছে। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৫)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। নিজৰ কোনো চিনাকি লোকক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ দিয়ক। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৫ মি.) প্ৰদৰ্শন। সঘনাই সোধা প্ৰশ্ন ১৯—বিষয়: যিহোৱাৰ সাক্ষীসকলে ঈষ্টাৰ পৰ্ব্ব কিয় পালন নকৰে? (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৬

৭. সংগঠনে লাভ কৰা সফলতা

(১০ মি.) মাৰ্চ মাহৰ ভিডিঅʼখন দেখুৱাওক।

৮. শনিবাৰ, ১৫ মাৰ্চৰ পৰা স্মৰণীয় দিনৰ অভিযান আৰম্ভ হʼব

(৫ মি.) এই ভাষণ প্ৰচাৰ সমূহৰ অধ্যক্ষই দিব। এই অভিযান, বিশেষ ভাষণ আৰু স্মৰণীয় দিনৰ বাবে কি কি ব্যৱস্থা কৰা হৈছে, তাৰ বিষয়েও জনাওক। মাৰ্চ-এপ্ৰিল মাহত প্ৰচাৰত বেছিকৈ ভাগ লʼবলৈ সকলোকে উৎসাহিত কৰক।

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১১ ২০-২২ ¶১-৬

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৭৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক