ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মাৰ্চ পৃষ্ঠা ১১
  • এপ্ৰিল ১৪-২০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ১৪-২০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মাৰ্চ পৃষ্ঠা ১১

এপ্ৰিল ১৪-২০

হিতোপদেশ ৯

গীত নং ৫৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. বুদ্ধিমান হওক, নিন্দক নহয়

(১০ মি.)

নিন্দকসকলে পৰামৰ্শ স্বীকাৰ কৰাৰ পৰিৱৰ্তে পৰামৰ্শ দিয়াজনক বেয়া পায় (হিতো ৯:৭, ৮ক; w২২.০২ ৯ ¶৪)

বুদ্ধিমান লোকসকলে পৰামৰ্শ স্বীকাৰ কৰে আৰু পৰামৰ্শ দিয়াজনৰ প্ৰতি কৃতজ্ঞ হয় (হিতো ৯:৮খ, ৯; w২২.০২ ১২-১৩ ¶১২-১৪; w০১-HI ৫/১৫ ৩০ ¶১-২)

বুদ্ধিমান লোকসকলৰ লাভ হʼব, কিন্তু নিন্দকসকলৰ লোকচান হʼব (হিতো ৯:১২ w০১-HI ৫/১৫ ৩০ ¶৫)

এজনী যুৱতী ভনী আৰু এগৰাকী বৃদ্ধ ভনী একেলগে হোটেলত আহাৰ খায় আছে। যুৱতী ভনীয়ে, বৃদ্ধ ভনীৰ পৰামৰ্শ মনোযোগেৰে শুনি আছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ৯:১৭—“চুৰ কৰা পানী” কি হয় আৰু এয়া মিঠা বুলি কিয় কোৱা হৈছে? (w২৩.০৬ ২২-২৩ ¶৯-১০)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ৯:১-১৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। ব্যক্তিজনে স্মৰণীয় দিনত উপস্থিত হৈছিল। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। যোৱাবাৰ আপুনি ব্যক্তিজনক জনাইছিল যে তেওঁৰ এলেকাত স্মৰণীয় দিন কʼত পালন কৰা হʼব। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৪)

৬. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। যোৱাবাৰ আপুনি নিজৰ সম্বন্ধীয় লোকক জনাইছিল যে তেওঁৰ এলেকাত স্মৰণীয় দিন কʼত পালন কৰা হʼব। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৮৪

৭. দায়িত্ববোৰে আপোনাক এজন ডাঙৰ ব্যক্তি কৰি তুলে নে?

(১৫ মি.) আলোচনা।

ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • কিছুমান ভাষাত “সন্মান” বা “দায়িত্বৰ” কি অৰ্থ হʼব পাৰে?

  • যিসকলৰ মণ্ডলীত দায়িত্ব আছে, তেওঁলোকে নিজৰ বিষয়ে কি কথা মনত ৰখা উচিত?

  • আনক সেৱকৰ দৰে সহায় কৰাটো, কোনো পদ পোৱাতকৈ কিয় গুৰুত্বপূৰ্ণ?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১২ ৮-১০ ¶১-১০

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৪২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক