ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মাৰ্চ পৃষ্ঠা ১২-১৩
  • এপ্ৰিল ২১-২৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ২১-২৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মাৰ্চ পৃষ্ঠা ১২-১৩

এপ্ৰিল ২১-২৭

হিতোপদেশ ১০

গীত নং ৭৬ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. প্ৰকৃত অৰ্থত ধনী হʼবলৈ কিহৰ প্ৰয়োজন?

(১০ মি.)

প্ৰকৃত অৰ্থত ধনী হʼবলৈ আমি আনক যিহোৱাৰ বিষয়ে শিকাবলৈ পৰিশ্ৰম কৰাটো অতি গুৰুত্বপূৰ্ণ (হিতো ১০:৪, ৫; w০১-HI ৭/১৫ ২৪ ¶৮, ২৫ ¶২)

ভাল ব্যক্তি হোৱা ধন-সম্পত্তিতকৈ বেছি গুৰুত্বপূৰ্ণ (হিতো ১০:১৫, ১৬; w০১-HI ৯/১৫ ২৪ ¶৩-৪)

যিহোৱাৰ আশীৰ্বাদে প্ৰকৃত অৰ্থত ধনী কৰি তুলে(হিতো ১০:২২; it-১-E ৩৪০)

অধিৱেশনত দুজনী ভনীয়ে এজনে-আনজনক সাৱটি ধৰিছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ১০:২২—ঈশ্বৰৰ প্ৰতিজন সেৱকে কি আশীৰ্বাদ লাভ কৰিব? (w২০.০৮ ১৭ ¶১২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ১০:১-১৯ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থই কয় যে তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ৪ ভাগ ৪)

৬. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনে যিটো বিষয়ত আগ্ৰহী, তাৰ লগত জড়িত তথ্য jw.org-ত কেনেকৈ বিচাৰিব পাৰে, তাৰ বিষয়ে দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১১১

৭. কি কি আশীৰ্বাদে যিহোৱাৰ সেৱকসকলক ধনী কৰি তুলে?

(৭ মি.) আলোচনা।

এই শেষ কালত যিহোৱাই নিজৰ সেৱকসকলক বহুতো আশীৰ্বাদ দি আছে। এই আশীৰ্বাদবোৰৰ বাবে আমি সমস্যাৰ সময়তো আনন্দিত থাকিব পাৰোঁ আৰু ইয়ে আমাক প্ৰকৃত অৰ্থত ধনী কৰি তুলে। (গীত ৪:৩; হিতো ১০:২২) তলত দিয়া পদবোৰ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক সোধক যে ইয়াত কোৱা আশীৰ্বাদবোৰে আমাক কেনেকৈ ধনী কৰি তুলে।

  • যিচ ৬৫:১৩

  • লূক ১১:১৩

  • যোহ ১৩:৩৫

বেছিকৈ সেৱা কৰাৰ সুযোগ বিচাৰি যিহোৱাৰ বহুতো সেৱকে বৰ আনন্দিত আছে।

ডেকা সকল—শান্তিৰ পথক বাছনি কৰক! ভিডিঅʼখনৰ দৃশ্য। ১. হাৰ্লে। ২. অঞ্জিল। ৩. কাৰ্লি।

ডেকা সকল—শান্তিৰ পথক বাছনি কৰক! ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • হাৰ্লে, অঞ্জিল আৰু কাৰ্লিৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?

৮. স্থানীয় নিৰ্মাণ আৰু পৰিকল্পনা কাৰ্য্যক্ৰমৰ বিষয়ে তথ্য—২০২৫

(৮ মি.) ভাষণ। ভিডিঅʼখন দেখুৱাওক।

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১২ ১০-১৩ ¶১১-১৮

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১১৫ আৰু প্ৰাৰ্থন

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক