ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মে’ পৃষ্ঠা ১৫-১৬
  • জুন ৩০–জুলাই ৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ৩০–জুলাই ৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মে’ পৃষ্ঠা ১৫-১৬

জুন ৩০–জুলাই ৬

হিতোপদেশ ২০

গীত ১৩১ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য(১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ডেটিং কেনেকৈ কৰিব, যাতে সঠিক নিৰ্ণয় লʼব পাৰে

(১০ মি.)

ডেটিঙৰ বিষয়ে যিহোৱাৰ দৰে দৃষ্টিভংগী ৰাখক (হিতো ২০:২৪, ২৫; w২৪.০৫ ২৬-২৭ ¶৩-৪)

কাৰোবাৰ লগত ডেটিং কৰাৰ আগতে তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰক (হিতো ২০:১৮; w২৪.০৫ ২২ ¶৮)

ডেটিঙৰ কৰাৰ সময়ত এজনে-আনজনক ভালদৰে জানিবলৈ চেষ্টা কৰক (হিতো ২০:৫; w২৪.০৫ ২৮ ¶৭-৮)

ডেটিং কৰি থকা এজন ভাই আৰু ভনীয়ে গেট-টুগেদাৰত একেলগে বহি আছে। তেওঁলোকে এজনে-আনজনৰ লগত কথা পাতি আছে আৰু আন ভাই-ভনীসকলে সংগতিৰ আনন্দ লৈ আছে।

মনত ৰাখিব: আপুনি যাৰ লগত ডেটিং কৰি আছে, তেওঁৰ লগতেই বিয়া পাতিব লাগিব এনে নহয়। ডেটিঙৰ উদ্দেশ্য হৈছে, যাতে আপুনি বিয়া পতাৰ বিষয়ে সঠিক নিৰ্ণয় লʼব পাৰে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ২০:৫—এই পদে পিতৃ-মাতৃসকলক নিজৰ লʼৰা-ছোৱালীৰ মনৰ কথা জানিবলৈ কেনেকৈ সহায় কৰিব পাৰে? (w২৩.০৩ ২৪ ¶১৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ২০:১-১৫ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থই জনাই যে তেওঁ কিছু দিনৰ আগতে বেলেগ দেশৰ পৰা ইয়াত থাকিবলৈ আহিছে। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। ব্যক্তিজনক JW লাইব্ৰেৰী এপৰ বিষয়ে জনাওক আৰু সেয়া ডাউনলʼড কৰিবলৈ তেওঁক সহায় কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৪ মি.) প্ৰদৰ্শন। পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ ১৫৯—বিষয়: জীৱ-জন্তুবোৰ মৰাৰ পাছত স্বৰ্গলৈ যায় নে? (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৭৮

৭. লোকসকলক বাইবেল অধ্যয়ন কৰিবলৈ উৎসাহিত কৰক

(৫ মি.) আলোচনা।

লোকসকলক বাইবেল অধ্যয়ন কৰিবলৈ উৎসাহিত কৰাটো প্ৰচাৰ কামৰ এক ভাগ হয়। যেতিয়া আমি তেওঁলোকৰ লগত বাইবেল অধ্যয়ন কৰিম, তেতিয়া আমি তেওঁলোকক শিষ্য হʼবলৈ সহায় কৰিব পাৰিম। (ৰোম ১০:১৩-১৫) সেইবাবে প্ৰচাৰ কৰাৰ সময়ত লোকসকলক পোন-পতিয়াকৈ সুধিবলৈ লক্ষ্য ৰাখক। কিন্তু ইয়াৰ আগতে জানিবলৈ চেষ্টা কৰক যে গৃহস্থই কি বিষয়ে জানিবলৈ আগ্ৰহী, তাৰ পাছত তেওঁক জনাওক যে বাইবেল অধ্যয়ন কৰিলে তেওঁ কেনেকৈ নিজৰ প্ৰশ্নবোৰৰ উত্তৰ পাব। ইয়াৰ উপৰিও এয়াও জনাওক যে তেওঁ এনে বহুতো কথা জানিব পাৰিব, যি তেওঁৰ জীৱনত কামত আহিব।

jw.org-ৰ মূখ্য পেজত থকা “বাইবেল অধ্যয়নৰ বাবে অনুৰোধ কৰক” লিংক।

jw.org-ত “বাইবেল অধ্যয়নৰ বাবে অনুৰোধ কৰক” লিংক দেখুৱাই আপুনি লোকসকলক বাইবেল অধ্যয়ন কৰাৰ বিষয়ে জনাব পাৰে।

  • আপুনি “বাইবেল অধ্যয়নৰ বাবে অনুৰোধ কৰক” লিংক দেখুৱাই লোকসকলক বাইবেল অধ্যয়নৰ বিষয়ে কেনেকৈ জনাব পাৰে?

  • আপোনাৰ এলেকাত লোকসকলক বাইবেল অধ্যয়ন কৰিবলৈ উৎসাহিত কৰাৰ কোনটো উপায় প্ৰভাৱশালী হয়?

৮. সংগঠনে লাভ কৰা সফলতা

(১০ মি.) জুন মাহৰ ভিডিঅʼখন দেখুৱাওক।

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২২.০১ ১৬-১৭ ¶৯-১৪

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১৫০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক