ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 মে’ পৃষ্ঠা ১৪
  • জুন ২৩-২৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুন ২৩-২৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 মে’ পৃষ্ঠা ১৪

জুন ২৩-২৯

হিতোপদেশ ১৯

গীত নং ১৫৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ভাই-ভনীসকলৰ ভাল বন্ধু হওক

(১০ মি.)

তেওঁলোকৰ ভুল আৰু দুৰ্বলতাবোৰ আওকাণ কৰক (হিতো ১৯:১১; w২৩.১১ ১২ ¶১৬-১৭)

প্ৰয়োজনীয়তাৰ সময়ত তেওঁলোকক সহায় কৰক (হিতো ১৯:১৭; w২৩.০৭ ৯-১০ ¶১০-১১)

অটুট প্ৰেম প্ৰকাশ কৰক (হিতো ১৯:২২; w২১.১১ ৯ ¶৬-৭)

হাঁহি থকা ভাই-ভনীৰ এখন ফটো ফ্ৰেম।

উদাহৰণ: স্মৃতি ফটোৰ দৰে হয়। যিদৰে আমি ভাল ফটোবোৰ যত্নেৰে ৰাখোঁ, ঠিক সেইদৰে ভাই-ভনীসকলৰ লগত কটোৱা ভাল স্মৃতি মনত ৰাখক।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ১৯:২১—আনক পৰামৰ্শ দিয়াৰ সময়ত আমি কি কথা মনত ৰখা উচিত? (it-১-E ৫১৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ১৯:১-২০ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। বাইবেলৰ ব্যৱহাৰ নকৰাকৈ এজন ব্যক্তিক জনাওক যে আপুনি যিহোৱাৰ সাক্ষী হয়। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৪)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। যোৱাবাৰ ব্যক্তিজনে কৈছিল যে প্ৰকৃতি আৰু তাৰ বস্তুবোৰ ভাল লাগে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)

৬. ভাষণ

(৫ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ১০—বিষয়: ঈশ্বৰৰ এটা নাম আছে। (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৪০

৭. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২২.০১ ১৪-১৬ ¶১-৮

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৬১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক