ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 জুলাই পৃষ্ঠা ১০
  • আগষ্ট ৪-১০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট ৪-১০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 জুলাই পৃষ্ঠা ১০

আগষ্ট ৪-১০

হিতোপদেশ ২৫

গীত নং ১৫৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যীচুৱে সভাঘৰত লোকসকলক শিকাই আছে, তেওঁৰ হাতত এখন নুৰা খোলা আছে। পুৰুষ, মহিলা আৰু লʼৰা-ছোৱালীৰ এটা সমূহে তেওঁৰ কথা মনোযোগেৰে শুনি আছে।

যীচু নাচৰতৰ সভাঘৰত আছে আৰু লোকসকলে তেওঁৰ কথা শুনি আনন্দিত হৈছে

১. কথা কোৱাৰ ভাল পৰামৰ্শ

(১০ মি.)

সঠিক সময়ত নিজৰ কথা কওক (হিতো ২৫:১১; w১৫-HI ১২/১৫ ১৯ ¶৬-৭)

আনৰ লগত ভালদৰে আৰু মৰমেৰে কথা পাতক (হিতো ২৫:১৫; w১৫-HI ১২/১৫ ২১-২২ ¶১৫-১৬; বেটুপাতত )

নিজৰ কথাৰে আনক উৎসাহিত কৰক (হিতো ২৫:২৫; w৯৫-HI ৪/১ ১৭ ¶৮)

এগৰাকী যুৱতী ভনীয়ে নিজৰ স্কুলৰ শিক্ষয়িত্ৰীৰ লগত সন্মানেৰে কথা পাতি আছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ২৫:২৮—এই পদৰ অৰ্থ কি? (w২৩.০৯ ১৫ ¶৩)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ২৫:১-১৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। নিৰাশাত থকা এজন ব্যক্তিৰ লগত কথা-বতৰা আৰম্ভ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থই জনাই যে তেওঁ নিজৰ ধৰ্মৰ ওপৰত বহুত বিশ্বাস কৰে। (লোকসকলক প্ৰেম কৰক পাঠ ৮ ভাগ ৪)

৬. ভাষণ

(৫ মি.) w২৪.১১ ৪-৬ ¶৯-১২—বিষয়: অন্যায় সহন কৰাৰ ক্ষেত্ৰত যীচুৰ দৰে হওক। (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ২১

৭. মণ্ডলীৰ প্ৰয়োজনীয়তা

(১৫ মি.)

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) বাইবেলৰ পৰা শিকোঁ পাঠ ৬, ভাগ ৩-ত কি শিকিম আৰু পাঠ ৭

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১৫০ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক