ডিচেম্বৰ ২৯, ২০২৫–জানুৱাৰী ৪, ২০২৬
যিচয়া ১৪-১৬
গীত নং ৬৩ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. ঈশ্বৰৰ লোকসকলৰ শত্ৰুসকলে নিচেই শাস্তি পাব
(১০ মি.)
যিহোৱাই অহংকাৰী বাবিলক সদায় কাৰণে ধ্বংস কৰিব (যিচ ১৪:১৩-১৫, ২২, ২৩; ip-১-HI ১৮০-১৮১ ¶১৬; ১৮৪ ¶২৪)
যিহোৱাই নিজৰ দেশত অচূৰক ভাঙি ডোখৰ ডোখৰ কৰিব (যিচ ১৪:২৪, ২৫; ip-১-HI ১৮৯ ¶১)
যিহোৱাই মোৱাবৰ গৌৰৱ তুচ্ছনীয় কৰিব (যিচ ১৬:১৩, ১৪; ip-১-HI ১৯৪ ¶১২)
Left: C. Sappa/DeAgostini via Getty Images; right: Image © Homo Cosmicos/Shutterstock
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
যিচ ১৪:১৭—বাবিলত থকা যিহূদীসকলক যিহোৱাই কি আশা দিছিল আৰু যেতিয়া অনুতাপ কৰা যিহূদীসকলে এই আশা পালে, তেতিয়া তেওঁলোকৰ কেনে লাগিছিল? (w২৫.০৫ ১০ ¶৮)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) যিচ ১৬:১-১৪ (শিক্ষা অধ্যায় ১০)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৫)
৫. পুনৰ লগ কৰক
(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৪)
৬. ভাষণ
(৫ মি.) শব্দকোষ-HI, “ভৱিষ্যবাণী”—বিষয়: ভৱিষ্যবাণী কি হয়? (শিক্ষা অধ্যায় ১৪)
গীত নং ২
৭. মণ্ডলীৰ প্ৰয়োজনীয়তা
(১৫ মি.)
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) বাইবেলৰ পৰা শিকোঁ পাঠ ৪৮-৪৯