JW লাইব্ৰেৰী আৰু JW.ORG ৱেবছাইটত উপলব্ধ তথ্য
আৰু কিছুমান বিষয়
সন্ত্ৰাসবাদ কেতিয়াবা শেষ হʼবনে?
সন্ত্ৰাসবাদৰ কাৰণ কি আৰু যেতিয়া সন্ত্ৰাসবাদীসকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰে, তেতিয়া ঈশ্বৰে কেনে অনুভৱ কৰে, তাৰ বিষয়ে বাইবেলত কোৱা হৈছে। বাইবেলত এয়াও কোৱা হৈছে যে অতি সোনকালে ঈশ্বৰে এনে লোকসকলৰ লগত কি কৰিব।
যিহোৱাৰ সাক্ষীসকলৰ অনুভৱ
পাদুৰীসকলে খং কৰাৰ সত্ত্বেও তেওঁলোকে শান্ত হৈ থাকিল
যেতিয়া আনে খং কৰে, তেতিয়াও শান্ত হৈ থাকিবলৈ বাইবেলে আমাক উৎসাহিত কৰে। কিন্তু এনে কৰাৰ কিবা লাভ আছেনে?
আপুনি দিয়া দান কেনেকৈ ব্যৱহাৰ কৰা হয়
মহামাৰীৰ আগতে বহুতো বিলডিঙৰ নিৰ্মাণ কাম পূৰ হʼল
সংগঠনৰ পৰিকল্পনা আছিল যে ২০২০ চনৰ সেৱা বছৰত ২,৭০০ ৰাজ্যগৃহৰ নিৰ্মাণ কৰা হʼব। কিন্তু কʼভিড-১৯ মহামাৰীয়ে আমাৰ কামৰ ওপৰত কিবা প্ৰভাৱ পেলালেনে?