অধ্যয়নৰ লেখ
নবেম্বৰ ২০২২
অধ্যয়নৰ লেখ: জানুৱাৰী ২-২৯, ২০২৩
© 2022 Watch Tower Bible and Tract Society of Pennsylvania
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.org লৈ যাওক।
ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰ পৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ নামৰ ইংৰাজী বাইবেলৰ পৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।
বেটুপাতৰ ছবি:
যিহিষ্কেলে যেতিয়া এটা দৰ্শনত যিহোৱাৰ স্বৰ্গীয় ৰথ দেখিলে, তেতিয়া তেওঁৰ ভৰসা বাঢ়িল যে লোকসকলক প্ৰচাৰ কৰিবলৈ যিহোৱাই তেওঁক নিশ্চয় সহায় কৰিব (অধ্যয়নৰ লেখ ৪৫, অনুচ্ছেদ ৭ চাওক)