ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 ডিচেম্বৰ পৃষ্ঠা ১-৩২
  • অধ্যয়নৰ লেখ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধ্যয়নৰ লেখ
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 ডিচেম্বৰ পৃষ্ঠা ১-৩২
এজন ডেকা ভাই আৰু ভনী লাহে লাহে পৰিপক্ক হৈছে আৰু তেওঁলোক বহুত আনন্দিত আছে। ভনীৰ হাতত বাইবেল আছে আৰু তাই মনন কৰি আছে; ভায়ে প্ৰচাৰলৈ গৈছে। ছবি: কিছুমান ডেকা ভাই-ভনীয়ে যিহোৱাৰ সেৱাৰ লগত জড়িত কাম কৰি আছে। ১. বেথেলত এজনী ভনীয়ে আহাৰ খোৱাৰ বাবে টেবুলত প্লেট লগাই আছে। ২. দুজনী ভনীয়ে প্ৰচাৰ কৰি আছে আৰু এজনী তিৰোতাক বাইবেলৰ এটা পদ পঢ়ি শুনাই আছে। ৩. এজনী ভনীয়ে কাৰ্ট লগাই এজনী বৃদ্ধ ভনীৰ লগত প্ৰচাৰ কৰি আছে। ৪. এজন ভায়ে টেবলেট চলাবলৈ এজন বৃদ্ধ ভাইক সহায় কৰি আছে। ৫. এজন ভায়ে সভাত ষ্টেজৰ পৰা বাইবেল পঢ়ি আছে। ৬. এজন ভায়ে সংগঠনৰ নিৰ্মাণ কামত সহায় কৰি আছে আৰু বিজুলীৰে চলা কৰত ব্যৱহাৰ কৰি আছে।

অধ্যয়নৰ লেখ

ডিচেম্বৰ ২০২৩

অধ্যয়ন লেখ: ফেব্ৰুৱাৰী ৫–মাৰ্চ ৩, ২০২৪

© 2023 Watch Tower Bible and Tract Society of Pennsylvania

এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.org লৈ যাওক।

ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰ পৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ নামৰ ইংৰাজী বাইবেলৰ পৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।

বেটুপাতৰ ছবি:

বহুতো ডেকা ভাই-ভনীয়ে বাইবেলৰ পৰা শিকিলে আৰু সেইবোৰ পালন কৰিলে, সেইবাবে তেওঁলোকে পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিলে (অধ্যয়নৰ লেখ ৫২, অনুচ্ছেদ ২১ আৰু অধ্যয়নৰ লেখ ৫৩, অনুচ্ছেদ ১৯-২০ চাওক)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক