ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৮
  • ঈশ্বৰ কোনো নিৰ্দিষ্ট স্থানত থাকে নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ কোনো নিৰ্দিষ্ট স্থানত থাকে নেকি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • “হে প্ৰভু, আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, তাক শিকাওক”
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি এখন নতুন জগত
    পৰ দি থাকক!
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৮
পৰ্বতৰ ওপৰেদি সূৰ্য্য অস্ত যোৱাৰ দৃশ্য

ঈশ্বৰ কোনো নিৰ্দিষ্ট স্থানত থাকে নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

ঈশ্বৰ এক নিৰ্দিষ্ট স্থানত থাকে আৰু সেই স্থান হৈছে স্বৰ্গ। বাইবেলৰ এই পদবোৰলৈ ধ্যান দিয়ক:

প্ৰাৰ্থনাত ৰজা চলোমনে এইদৰে কৈছিল: “মই সজা এই গৃহ যে তোমাৰ নামেৰে প্ৰখ্যাত, তাক যেন জানিব, এই নিমিত্তে তোমাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিবা।”—১ ৰাজাৱলি ৮:৪৩.

যীচু খ্ৰীষ্টই নিজৰ শিষ্যসকলক “স্বৰ্গত থকা” পিতৃক প্ৰাৰ্থনা কৰিবলৈ শিক্ষা দিছিল।—মথি ৬:৯.

পুনৰুত্থানৰ পাছত যীচুৱে “ঈশ্বৰৰ সাক্ষাতে উপস্থিত হবলৈ স্বৰ্গতেই সোমাল।”—ইব্ৰী ৯:২৪.

এই পদবোৰে স্পষ্টৰূপে প্ৰকাশ কৰে যে যিহোৱা ঈশ্বৰ এজন সঁচা ব্যক্তি হয়। তেওঁ সকলো স্থানতে নাথাকে, কেৱল স্বৰ্গতহে থাকে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক