ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ২ পৃষ্ঠা ৬-৭
  • সত্য ঈশ্বৰ কোন হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সত্য ঈশ্বৰ কোন হয়?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • ভাগ ২
    ঈশ্বৰৰ বাক্য শুনক
  • আপোনাক কোনে সৃষ্টি কৰিলে?
    পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
  • ঈশ্বৰ কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰ কোন?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ২ পৃষ্ঠা ৬-৭

ভাগ ২

সত্য ঈশ্বৰ কোন হয়?

স্বৰ্গৰপৰা যিহোৱা ঈশ্বৰে, স্বৰ্গ আৰু পৃথিৱীত কৰা তেওঁৰ সৃষ্টিলৈ লক্ষ্য কৰিছ

সত্য ঈশ্বৰ মাত্ৰ এজন আৰু তেওঁৰ নাম হৈছে যিহোৱা। (গীতমালা ৮৩:১৮) ঈশ্বৰ আত্মা হয় আৰু সেইবাবে আমি তেওঁক দেখা নাপাওঁ। ঈশ্বৰে আমাক বৰ ভাল পায় আৰু সেইবাবে আমিও তেওঁক ভাল পোৱাটো তেওঁ বিচাৰে। ইয়াৰ উপৰিও আমাৰ চাৰিওকাষে থকা লোকসকলকো আমি ভাল পোৱাটো ঈশ্বৰে বিচাৰে। (মথি ২২:৩৫-৪০) ঈশ্বৰ হৈছে সৰ্ব্বশক্তিমান আৰু তেওঁ সকলোৰে সৃষ্টিকৰ্ত্তা।

ঈশ্বৰে প্ৰথমে এজন শক্তিশালী আত্মিক প্ৰাণী সৃষ্টি কৰিছিল আৰু পাছলৈ তেওঁ যীচু খ্ৰীষ্ট নামেৰে পৰিচিত হয়। যিহোৱাই স্বৰ্গদূতবিলাককো সৃষ্টি কৰিছিল।

যিহোৱা ঈশ্বৰে স্বৰ্গ . . . আৰু পৃথিৱীত থকা সকলোকে সৃষ্টি কৰিছে। প্ৰকাশিত বাক্য ৪:১১

আকাশত থকা অগণন তৰা, আমি বাস কৰা এই পৃথিৱীখন আৰু পৃথিৱীত থকা সকলো বস্তুক যিহোৱা ঈশ্বৰে সৃষ্টি কৰিলে।—আদিপুস্তক ১:১.

ঈশ্বৰে প্ৰথম পুৰুষ আদমক মাটিৰ ধূলিৰপৰা সৃষ্টি কৰিছিল।—আদিপুস্তক ২:৭.

  • আমি যিহোৱা ঈশ্বৰক কিয় সন্মান কৰা উচিত?—যিচয়া ৪২:৫.

  • ঈশ্বৰৰ কিছুমান গুণ কি বাৰু?—যাত্ৰাপুস্তক ৩৪:৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক