ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ১২ পৃষ্ঠা ২৬-২৭
  • আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • আপোনাৰ পৰিয়াল সুখী হ’ব পাৰে
    বাইবেলে আমাক কি শিকায়?
  • পৰিবাৰিক জীৱন যি ঈশ্বৰক সন্তুষ্ট কৰে
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • ভাগ ১২
    ঈশ্বৰৰ বাক্য শুনক
  • স্বামী-স্ত্ৰীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ১২ পৃষ্ঠা ২৬-২৭

ভাগ ১২

আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব?

সুখী পৰিয়ালৰ ৰহস্য হৈছে প্ৰেম। ইফিচীয়া ৫:৩৩

এদন বাগিচাত আদম আৰু হৱা

ঈশ্বৰৰ নিয়ম হৈছে যে কেৱল এজন পুৰুষ আৰু এগৰাকী তিৰোতাৰ মাজত বিয়া হোৱা উচিত।

এজন স্বামীয়ে তেওঁৰ অসুথ পৰ য লৈছ; এজনী পয়ে স্বামীৰ বাবে আহাৰ পৰিৱেশন কৰিছ

এজন মৰমিয়াল স্বামীয়ে নিজৰ পত্নীক স্নেহ আৰু দয়া দেখুৱা উচিত।

এগৰাকী পত্নীয়ে নিজৰ স্বামীক সহযোগিতা কৰা উচিত।

এজন পিতৃয়ে নিজৰ পুত্ৰক সভাত মনোযোগ দিবলৈ উৎসাহিত কৰিছ

লʼৰা-ছোৱালীয়ে মাক-দেউতাকৰ আজ্ঞা পালন কৰা উচিত।

দয়ালু আৰু বিশ্বাসী হওক, নিষ্ঠুৰ আৰু অবিশ্বাসী নহʼব। কলচীয়া ৩:৫, ৮-১০

মা-দেউতাই নিজৰ ছাৱালীজনীক বাইবেলৰ বিষয়ে শিকাইছ

ঈশ্বৰৰ বাক্যই আজ্ঞা কৰিছে যে স্বামীয়ে নিজৰ পত্নীক, নিজৰ শৰীৰৰ দৰে প্ৰেম কৰা উচিত। ঠিক সেইদৰে এগৰাকী পত্নীয়েও নিজৰ স্বামীক গভীৰ সন্মান কৰিব লাগে।

যেতিয়া এজন স্বামীয়ে আন তিৰোতা এগৰাকীলৈ একেৰাহে চাইছ, তেতিয়া তেওঁৰ পয়ে আঘাত পাইছ

বিবাহ সংগীৰ বাহিৰে আনৰ লগত যৌন সম্পৰ্ক ৰখা উচিত নহয়। বহুবিবাহ কৰাও উচিত নহয়।

এটা পৰিয়ালে সূৰ্যাতৰ দৃশ্য উপভোগ কৰিছ

পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব পাৰি, তাৰ বিষয়ে যিহোৱাৰ বাক্যই শিক্ষা দিয়ে।

  • নৈতিকভাৱে শুদ্ধ থাকক।—১ কৰিন্থীয়া ৬:১৮.

  • আপোনাৰ লʼৰা-ছোৱালীবিলাকক প্ৰেম কৰক। তেওঁলোকক শিক্ষা আৰু সুৰক্ষা দিয়ক।—দ্বিতীয় বিবৰণ ৬:৪-৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক