ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পৃষ্ঠা ৭২-৭৩
  • ভাগ ৬-ত কি শিকিম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাগ ৬-ত কি শিকিম
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • মিচৰ দেশৰপৰা বাহিৰ হোৱাৰেপৰা ইস্ৰায়েলৰ প্ৰথম ৰজালৈকে
    বাইবেলৰ কাহিনী
  • ইস্ৰায়েলীসকলে কনান দেশত প্ৰৱেশ কৰে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • তাই নিজৰ পিতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিছিল
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • ৰূথ আৰু নয়মী
    বাইবেলৰ কাহিনী
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পৃষ্ঠা ৭২-৭৩
চিমচোনে ঘচা চহৰৰ দুৱাৰ উঠাই লৈ গৈ আছে

ভাগ ৬-ত কি শিকিম

অৱশেষত ইস্ৰায়েলীসকলে যেতিয়া প্ৰতিজ্ঞা কৰা দেশত পালেগৈ, তেতিয়া তাত পবিত্ৰ তম্বু ঈশ্বৰৰ সত্য উপাসনাৰ এক বিশেষ ঠাই হʼল। পুৰোহিতসকলে নিয়ম শিকাইছিল আৰু ন্যায়ীসকলে ৰাষ্ট্ৰক সঠিক পথ দেখুৱাইছিল। এই ভাগত দিয়া কাহিনীবোৰে দেখুৱায় যে এজন ব্যক্তিৰ নিৰ্ণয় আৰু কামে আনৰ ওপৰত বহুত প্ৰভাৱ পেলাব পাৰে। গতিকে প্ৰতিজন ইস্ৰায়েলীক যিহোৱা আৰু তেওঁলোকৰ আন ইস্ৰায়েলীসকলৰ বিশ্বাসী হৈ থাকিব লাগিছিল। বুজিবলৈ সহায় কৰক যে দবোৰা, নয়মী, যিহোচূৱা, হান্না, যিপ্তহৰ ছোৱালী আৰু চমূৱেলৰ কামবোৰে কেনেকৈ তেওঁলোকৰ লোকসকলৰ ওপৰত প্ৰভাৱ পেলাইছিল। এয়াও জানিবলৈ সহায় কৰক যে ইস্ৰায়েলী নোহোৱা কিছুমান লোকেও ইস্ৰায়েলীসকলক লগ দিবলৈ নিৰ্ণয় লৈছিল। কিয়নো তেওঁলোকে জানিছিল যে ইস্ৰায়েলীসকলৰ লগত ঈশ্বৰ আছে। তেওঁলোকৰ মাজৰ কিছুমান আছিল ৰাহাব, ৰূথ, যায়েল আৰু গিবিয়োনী লোক।

আমি কি শিকিবলৈ পাম

  • যিহোৱাই ন্যায়ীসকলৰ যোগেদি চমৎকাৰ কৰি নিজৰ লোকসকলক বচালে

  • সৰু-ডাঙৰ সকলো বিশ্বাসী লোকসকলে আশীৰ্বাদ পালে, কিয়নো তেওঁলোকে যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিলে

  • ঈশ্বৰে পক্ষপাত নকৰে। তেওঁ সকলো দেশ, জাতি আৰু ভাষাৰ এনে লোকসকলক গ্ৰহণ কৰে, যিসকলে তেওঁক প্ৰেম কৰে আৰু সঠিক কাম কৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক