গীত নং ২০
তুমি নিজৰ একমাত্ৰ পুত্ৰক দিলা
১. হে প্ৰে-মী পি-তা যাঃ,
না-ছিল কো-নো আ-শা।
ব-লি-দান দি যী-চুৰ
দি-লা সেই আ-শা!
ক-ৰোঁ অ-ৰ্পণ তো-মাক,
আ-মাৰ গো-টেই জী-ৱন।
জ-নাওঁ স-ক-লো-কে,
সেই আ-শাৰ বি-ষ-য়ে।
(কোৰাচ)
তু-মি দি-লা আ-মাক,
প্ৰি-য় পু-ত্ৰ তো-মাৰ,
যা-তে পাওঁ আ-মি উ-দ্ধাৰ,
সেই-বা-বে দিওঁ যে ধ-ন্য-বাদ।
২. তো-মাৰ এই দ-য়া-য়ে,
প্ৰে-ৰ-ণা যে দি-য়ে।
গ-ঢ়ি-ব ব-ন্ধু-ত্ব,
যাঃ তো-মাৰ সৈ-তে।
পু-ত্ৰৰ সেই ব-লি-দান,
স-ক-লোত-কৈ ম-হান।
তু-মি দি-লা আ-মাক
মূ-ল্য-ৱান উ-প-হাৰ।
(কোৰাচ)
তু-মি দি-লা আ-মাক,
প্ৰি-য় পু-ত্ৰ তো-মাৰ,
যা-তে পাওঁ আ-মি উ-দ্ধাৰ,
সেই-বা-বে দিওঁ যে ধ-ন্য-বাদ।
(সমাপ্তি)
হে পি-তা, যি-হো-ৱা, দিওঁ ধ-ন্য-বাদ তো-মাক।
এক-মা-ত্ৰ পু-ত্ৰক দি কি-নি-লা তু-মি আ-মাক।
(যোহ. ৩:১৬; ১৫:১৩ পদবোৰো চাওক।)