গীত নং ২৩
যিহোৱাৰ ৰাজ্য আৰম্ভ হ’ল
১. স্ব-ৰ্গত আ-ৰ-ম্ভ শা-সন, শু-না নি-বা-সী-স-কল।
চু-কৰ শীল যী-চু হ’ল ৰ-জা আ-মাৰ।
ম-হি-মা হ’ল যি-হো-ৱাৰ আ-হি-ব ৰা-জ্য তেওঁৰ।
শুন-কা-লে যী-চু-ৱে ক-ৰি-ব ৰা-জ-ত্ব।
(কোৰাচ)
যি-হো-ৱাৰ ৰা-জ্যত আ-মি কি পাম?
হয় স-ত্যৰ জিত দে-খি-ব পাম।
আ-ৰু সেই ৰা-জ্যত আ-মি কি পাম?
অ-ন-ন্ত জী-ৱন সুখ-শা-ন্তি।
প্ৰেম যি-হো-ৱাই ক-ৰে আ-মাক
গাও স-দায় গুণ-গান।
২. যী-চুৰ শা-স-নত জা-নো, চয়-তা-নৰ হ’-ব প-তন।
হৰ-মা-গি-দ-নৰ যু-দ্ধ ও-চ-ৰত।
আ-হা জ-নাওঁ স-ক-লক, শু-ভা-বা-ৰ্তা যে ৰা-জ্যৰ
ল-ক্ষ মা-নু-হৰ প্ৰাণ ব-চা-ব লা-গি-ব।
(কোৰাচ)
যি-হো-ৱাৰ ৰা-জ্যত আ-মি কি পাম?
হয় স-ত্যৰ জিত দে-খি-ব পাম।
আ-ৰু সেই ৰা-জ্যত আ-মি কি পাম?
অ-ন-ন্ত জী-ৱন সুখ-শা-ন্তি।
প্ৰেম যি-হো-ৱাই ক-ৰে আ-মাক
গাও স-দায় গুণ-গান।
৩. যাঃ-য়ে বা-চ-নি ক-ৰি, যী-চুক অ-ধি-কাৰ দি-লে
ম-ৰ-মৰ পু-ত্ৰ হ’ল ৰ-জা আ-মাৰ।
যি-হো-ৱাৰ ল-গত তেওঁ ৰা-জ্য ক-ৰিল আ-ৰ-ম্ভ
অ-তি-শুন-কা-লে ন্যায় তেওঁ ক-ৰি-ব আ-মাৰ।
(কোৰাচ)
যি-হো-ৱাৰ ৰা-জ্যত আ-মি কি পাম?
হয় স-ত্যৰ জিত দে-খি-ব পাম।
আ-ৰু সেই ৰা-জ্যত আ-মি কি পাম?
অ-ন-ন্ত জী-ৱন সুখ-শা-ন্তি।
প্ৰেম যি-হো-ৱাই ক-ৰে আ-মাক
গাও স-দায় গুণ-গান।
(২ চমূ. ৭:২২; দানি. ২:৪৪; প্ৰকা. ৭:১৫ পদবোৰো চাওক।)