গীত নং ৩৬
হৃদয়ক সুৰক্ষিত কৰা
(হিতোপদেশ ৪:২৩)
১. হৃ-দ-য়ৰ ল-গত আ-ছে যে,
জী-ৱ-নৰ স-ম্প-ৰ্ক।
প-ঢ়ে হৃ-দয় মোৰ যি-হো-ৱাই,
ন-ক-ৰোঁ মই গ-ৰ্ব।
বি-প-দত যেন ন-প-ৰোঁ মই,
ক-ৰোঁ এই প্ৰা-ৰ্থ-না।
যি-মা-নে নু-ভু-লা-ওক ম-নে,
নু-শু-নিম তাৰ ক-থা।
২. যি-হো-ৱাক জ-নাওঁ মই ম-নৰ,
স-ক-লো-বোৰ ক-থা।
ক-ৰোঁ নি-ৰ-ন্তৰ মি-ন-তি,
হি-য়া উ-জা-ৰি যাঃক।
ক-ৰিম আ-ন-ন্দিত যি-হো-ৱাক,
পণ ক-ৰি-লোঁ যে মই।
শি-ক্ষা যি-হো-ৱাৰ থৈ ম-নত,
গ-ঢ়িম ন-ম্ৰ হৃ-দয়।
৩. বে-য়া ভা-ৱ-নাই হৃ-দ-য়ক,
দু-ৰ্বল ক-ৰি তো-লে।
সেই-বা-বে ভাল ক-থা-ৰে মই,
ভ-ৰিম ইয়াক যে নি-শ্চয়।
ক-ৰিম যি-হো-ৱাৰ প্ৰ-শং-সা,
কা-ষত থা-কিম তেওঁৰ মই।
পাম আ-শী-ৰ্বাদ চি-ৰ-দি-নৰ,
আ-ছে বি-শ্বাস ম-নত।
(গীত. ৩৪:১; ফিলি. ৪:৮; ১ পিত. ৩:৪ পদবোৰো চাওক।)