গীত নং ১৩২
এতিয়া আমি এক দেহ হʼলোঁ
(আদিপুস্তক ২:২৩, ২৪)
১. সং-গী হʼ-লা তু-মি আ-জি,
মোৰ হৃ-দ-য়ৰ ভাগ হʼ-লা তু-মি।
দি-লে যি-হো-ৱাই উ-প-হাৰ,
পা-লোঁ তেওঁৰ আ-শীৰ্-বাদ।
আ-মি দু-য়ো এক দেহ হʼ-লোঁ,
এ-কে-ল-গে থ-কাৰ পণ লʼ-লোঁ।
মোৰ হি-য়াৰ কো-ণত লʼ-লা ঠাই,
মি-লি থা-কিম স-দায়।
যাঃৰ প-থত চ-লিম মি-লি দু-য়ো।
প্ৰ-কৃত প্ৰে-মে-ৰে,
থা-কিম এক হৈ বা-ন্ধো-নত।
শ-পত লৈ-ছোঁ যাঃৰ স-ন্মু-খত,
চি-ৰ-কা-লে ক-ৰিম তাক পা-লন।
ক-ৰোঁ দু-য়ো এই মি-ন-তি,
ৰা-খা কা-ষত আ-মাক তু-মি।
(আদি. ২৯:১৮; উপ. ৪:৯, ১০; ১ কৰি. ১৩:৮ পদবোৰো চাওক।)