গীত নং ১৯
প্ৰভুৰ সন্ধ্যা ভোজ
১. দ-য়া-লু পি-তা হে যি-হো-ৱা,
এই বি-শেষ প-বি-ত্ৰ স-ন্ধ্যা!
নি-স্তা-ৰৰ সেই ৰা-তি, স্ম-ৰণ ক-ৰোঁ আ-জি,
দে-খু-ৱা-লা প্ৰেম যে তু-মি।
মে-ৰৰ উ-ছ-ৰ্গাত বি-শ্বাস ৰা-খি,
তো-মাৰ লো-কে হয় মু-ক-লি;
শ-তি-কাৰ পা-ছ-তে, যী-চু-ৱে দি-লে প্ৰাণ,
আ-মাৰ বা-বে দি-লে ব-লি-দান।
২. ৰু-টি, দ্ৰা-ক্ষা-ৰ-সৰ এই পা-ত্ৰ,
স্ম-ৰণ ক-ৰাই ত্যা-গৰ মূ-ল্য।
মু-ক্তি-প-ণৰ এই দাম,
পু-ত্ৰৰ সেই ব-লি-দান,
মৃ-ত্যু-লৈ-কে নি-ষ্ঠাত থা-কি;
দি-লা আ-শা জী-ৱ-নৰ তু-মি,
মূ-ল্য-ৱান হʼ-লোঁ যে আ-মি;
তো-মাৰ দ-য়াৰ বা-বে
পা-লোঁ আ-মি উ-দ্ধাৰ,
হʼ-লোঁ মৃ-ত্যুৰ প-ৰা যে মু-ক্ত।
৩. যাঃ তু-মি মা-তি-লা যে আ-মাক,
ক-ৰোঁ কে-নে-কৈ অ-স্বী-কাৰ।
আ-ছোঁ পা-পত ডু-বি, দি-লা
পু-ত্ৰক তু-মি,
দে-খু-ৱা-লা প্ৰেম যে তো-মাৰ;
ধ-ন্য-বাদ হে যি-হো-ৱা তো-মাক,
ক-ৰি-লা পু-ত্ৰৰ ব-লি-দান;
এ-কে-ল-গে চ-লি যী-চুৰ সৈ-তে আ-মি,
পাওঁ যা-তে চি-ৰ-কা-লৰ জী-ৱন।
(লূক ২২:১৪-২০; ১ কৰি. ১১:২৩-২৬ পদবোৰো চাওক।)