গীত নং ৫৬
সত্যক আঁকোৱালি লোৱা
(হিতোপদেশ ৩:১, ২)
১. স-ত্যৰ এই প-থেই, হৈ-ছে অ-তি উ-ত্তম পথ,
দি-য়ে আ-মাক অ-ন-ন্ত জী-ৱন।
নো-ৱা-ৰে লʼ-ব তো-মাৰ নি-ৰ্ণয় কো-নে-ও;
লো-ৱা বা-চি পথ জী-ৱ-নৰ।
(কোৰাচ)
স-ত্যৰ এই প-থক,
নি-দি-বা তু-মি এ-ৰি।
চ-লা যে-তি-য়া
স-দায় এই প-থত,
পা-বা আ-শী-ৰ্বাদ তু-মি।
২. যি স-ময় আ-ৰু শ-ক্তি-ৰে তু-মি ক-ৰা,
পূ-ৰ্ণ হৃ-দ-য়ে-ৰে যাঃৰ সে-ৱা;
দি-ব সোন-কা-লে, যাঃ-য়ে তো-মাক পু-ৰ-স্কাৰ,
এ-য়া হৈ-ছে তেওঁৰ উ-প-কাৰ।
(কোৰাচ)
স-ত্যৰ এই প-থক,
নি-দি-বা তু-মি এ-ৰি।
চ-লা যে-তি-য়া
স-দায় এই প-থত,
পা-বা আ-শী-ৰ্বাদ তু-মি।
৩. আ-মি স-ক-লো হওঁ যি-হো-ৱা-ৰে স-ন্তান,
অ-থ-লে হয় তেওঁৰ বি-নে জী-ৱন।
তেওঁৰ আ-জ্ঞা মা-নি, স-দায় পাওঁ যে আ-শী-ৰ্বাদ;
সেই-বা-বে দিওঁ তেওঁক ধ-ন্য-বাদ।
(কোৰাচ)
স-ত্যৰ এই প-থক,
নি-দি-বা তু-মি এ-ৰি।
চ-লা যে-তি-য়া
স-দায় এই প-থত,
পা-বা আ-শী-ৰ্বাদ তু-মি।
(গীত. ২৬:৩; হিতো. ৮:৩৫; ১৫:৩১; যোহ. ৮:৩১, ৩২ পদবোৰো চাওক।)