ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ৮৪
  • আগবাঢ়ি যাওঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগবাঢ়ি যাওঁ
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • প্ৰচাৰ কৰিবলৈ প্ৰস্তুত
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • তুমি নিজৰ একমাত্ৰ পুত্ৰক দিলা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱা তোমাৰ নাম
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • “বাক্যৰ প্ৰচাৰ কৰা”
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
আৰু চাওক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ৮৪

গীত নং ৮৪

আগবাঢ়ি যাওঁ

(মথি ৯:৩৭, ৩৮)

  1. ১. যি-হো-ৱা-য়ে জা-নে আ-মাক,

    কি-হে আ-মাক সু-খী ক-ৰে।

    অ-নেক উ-পায় আ-মাক দি-য়ে,

    চি-ৰ-কা-লে ক-ৰোঁ সে-ৱা।

    (কোৰাচ)

    হওঁ সা-জু, ক-ৰি-ব,

    যাঃৰ স-ক-লো কাম,

    যʼত আ-ছে প্ৰ-য়ো-জন, প্ৰে-মে-ৰে,

    স-হায় আগ-ব-ঢ়াওঁ।

  2. ২. গো-টেই ধ-ৰাত, আ-ছে যাঃৰ কাম,

    ক-ৰোঁ স-হায়, যʼত প্ৰ-য়ো-জন।

    কে-তি-য়া-ও পিছ নু-হু-কোঁ,

    আ-নৰ বা-বে, চি-ন্তা ক-ৰোঁ।

    (কোৰাচ)

    হওঁ সা-জু, ক-ৰি-ব,

    যাঃৰ স-ক-লো কাম,

    যʼত আ-ছে প্ৰ-য়ো-জন, প্ৰে-মে-ৰে,

    স-হায় আগ-ব-ঢ়াওঁ।

  3. ৩. যʼ-তে কি-য় আ-মি না-যাওঁ,

    শি-কোঁ ন-তুন কাম যাঃৰ সে-ৱাত।

    ন-তুন ভা-ষা শি-কি আ-মি,

    স-ক-লো-কে দিওঁ তেওঁৰ বা-ৰ্তা।

    (কোৰাচ)

    হওঁ সা-জু, ক-ৰি-ব,

    যাঃৰ স-ক-লো কাম,

    যʼত আ-ছে প্ৰ-য়ো-জন, প্ৰে-মে-ৰে,

    স-হায় আগ-ব-ঢ়াওঁ।

(যোহ. ৪:৩৫; পাঁচ. ২:৮; ৰোম. ১০:১৪ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক