ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ৯৩
  • আমাৰ সভাবোৰত আশীৰ্বাদ দিয়া

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাৰ সভাবোৰত আশীৰ্বাদ দিয়া
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • পৰিত্ৰাণৰ বাবে যিহোৱাক বিচৰা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যিহোৱাৰ পবিত্ৰ কিতাপ​—এক অমূল্য উপহাৰ
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • আহা! যিহোৱাৰ উপাসনা কৰোঁ
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ৯৩

গীত নং ৯৩

আমাৰ সভাবোৰত আশীৰ্বাদ দিয়া

(ইব্ৰী ১০:২৪, ২৫)

  1. ১. যাঃ দি-য়া স-ভাত আ-শীৰ্‌-বাদ,

    ক-ৰোঁ মি-ন-তি তো-মাক।

    দি-য়া আ-মাক স-ক-লো-কে,

    প-বি-ত্ৰ শ-ক্তি তো-মাৰ।

  2. ২. ক-ৰোঁ কে-নে-কৈ প্ৰ-চাৰ কাম,

    শি-কোঁ আ-মি যে স-ভাত।

    প্ৰেম আ-ৰু স-ত্য-ৰে আ-মি,

    ক-ৰি যাওঁ সে-ৱা তো-মাৰ।

  3. ৩. এ-ক-তা, শা-ন্তি যেন ৰা-খোঁ,

    দি-য়া এই স-হায় আ-মাক।

    ভাল কাম আ-ৰু ক-থা-ৰে যেন,

    ক-ৰোঁ তো-মাৰ নাম ম-হান।

(গীত. ২২:২২; ৩৪:৩; যিচ. ৫০:৪ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক