গীত নং ১২১
আমাক আত্ম-সংযমৰ প্ৰয়োজন
১. পি-তা যি-হো-ৱাক ক-ৰোঁ গ-ভীৰ প্ৰেম,
সেই-বা-বে প্ৰ-য়ো-জন আ-ত্ম-সং-য-মৰ।
হʼব ব্য-ৰ্থ স-ক-লো য-দি,
ভাল পাওঁ জ-গ-তৰ অ-ভি-লা-ষক।
২. স-দায় আ-নি আ-মা-লৈ প-ৰী-ক্ষা,
বি-চা-ৰে চয়-তা-নে তাৰ অ-ধীন হো-ৱা।
আ-ত্ম-সং-যম গুণ য-দি আ-ছে,
দি-ব যে শ-ক্তি আ-মাক যাঃ-য়ে।
৩. আ-মাক দি-লে যাঃ-য়ে প-বি-ত্ৰ নাম,
কাম আ-ৰু ক-থা-ৰে যে দিওঁ তেওঁক স-ন্মান।
ক-ৰোঁ চে-ষ্টা এই স-দায় যা-তে;
পা-ৰোঁ ৰা-খি-ব আ-ত্ম-সং-যম।
(১ কৰি. ৯:২৫; গালা. ৫:২৩; ২ পিত. ১:৬ পদবোৰো চাওক।)