ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ১৭ পৃষ্ঠা ২০
  • আনে বুজাত সহজ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আনে বুজাত সহজ কৰক
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • উৎসাহ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • আলোচনা কৰাৰ পদ্ধতি
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ১৭ পৃষ্ঠা ২০

অধ্যায় ১৭

আনে বুজাত সহজ কৰক

শাস্ত্ৰপদ

১ কৰিন্থীয়া ১৪:৯

সাৰাংশ: আপোনাৰ বাৰ্ত্তাৰ অৰ্থ বুজিবলৈ শ্ৰোতাসকলক সহায় কৰক।

ইয়াক কেনেকৈ কৰিব:

  • আপোনাৰ বিষয়বস্তু ভালদৰে অধ্যয়ন কৰক। নিজে বিষয়টো স্পষ্টৰূপে বুজিলে, আপুনি সৰল ভাষাৰে আৰু নিজৰ শব্দেৰে বৰ্ণনা কৰিবলৈ সক্ষম হʼব।

  • চুটি আৰু সৰল বাক্য ব্যৱহাৰ কৰক। দীঘল বাক্য ব্যৱহাৰ কৰাটো কোনো ভুল নহয়। কিন্তু মূল বিষয়টো প্ৰকাশ কৰিবলৈ চুটি আৰু সৰল বাক্যও ব্যৱহাৰ কৰিব পাৰি।

    ব্যৱহাৰিক পৰামৰ্শ

    শ্ৰোতাসকলে যাতে বিমূঢ়ত নপৰে আৰু তেওঁলোকে যাতে মনত ৰখাত অসুবিধা নহয়, তাৰ বাবে অপ্ৰয়োজনীয় তথ্যবোৰ তুলি ধৰা উচিত নহয়। জটিল ভাষা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে, সৰল ভাষা ব্যৱহাৰ কৰক।

  • অপৰিচিত শব্দবোৰ বৰ্ণনা কৰক। শ্ৰোতাসকলে পৰিচিত নোহোৱা কোনো শব্দ বা বাক্য সম্ভৱ হʼলে, কম ব্যৱহাৰ কৰা উচিত। যদি আপুনি পৰিচিত নোহোৱা কোনো শব্দ, বাইবেলৰ চৰিত্ৰ, প্ৰাচীন সময়ৰ জোখ-মাখ অথবা পৰম্পৰা আদি বিষয় উল্লেখ কৰে, তেনেহʼলে এইবোৰ বিতংভাৱে বৰ্ণনা কৰা উচিত।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক