এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক:
১. বল আৰু পৰাক্ৰম আমি কʼৰপৰা লাভ কৰিম? (যিহো. ১:৯; গীত. ৬৮:৩৫)
২. আমি আমাৰ বিশ্বাস কেনেকৈ দৃঢ় কৰিব পাৰোঁ? (ইব্ৰী ১১:৬)
৩. যিহোৱা ঈশ্বৰে দিয়া দায়িত্ব পূৰ কৰাত সফল হʼম বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? (হগ্গ. ২:৪-৯)
৪. পৰীক্ষাৰ সন্মুখীন হোৱাৰ সময়ত যিহোৱা ঈশ্বৰে আমাক কেনেকৈ শক্তি দান কৰে? (গীত. ১৮:৬, ৩০; কল. ৪:১০, ১১)
৫. যিহোৱাৰ শাসনক সমৰ্থন কৰিবলৈ কিশোৰ-কিশোৰী আৰু বিবাহ সংগীক কি কথাই সহায় কৰিব? (মথি ২২:৩৭, ৩৯)
৬. আমি কেনেকৈ “বিশ্বাসত সুস্থিৰ” আৰু “শক্তিমন্ত” হʼব পাৰোঁ? (১ কৰি. ১৬:১৩; ৰোম. ১৫:৬; ইব্ৰী ৫:১১–৬:২; ১২:১৬, ১৭)
© 2018 Watch Tower Bible and Tract Society of Pennsylvania